Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী

    গ্ৰহৰ মৰ্যাদা ঘূৰাই পাব ‘বামন’ প্লুটোৱে

    গ্ৰহৰ মৰ্যাদা ঘূৰাই পাব ‘বামন’ প্লুটোৱে

    ১,২৬৩ জোপা গছে শুহি ল’লে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড

    আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাবুলৰ কাৰাগাৰৰ পৰা মুক্ত জ‌ইছ-ই-মহম্মদ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ মাছুদৰ

ভাৰতত আক্ৰমণৰ আশংকা

publisher by publisher
August 30, 2021
in India, News
Reading Time: 1 min read
0
কাবুলৰ কাৰাগাৰৰ পৰা মুক্ত জ‌ইছ-ই-মহম্মদ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ মাছুদৰ
2
SHARES
20
VIEWS
ShareShareShareShare

তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা আফগানিস্তানৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে শতাধিক জ‌ইছ-ই-মহম্মদ (জে ই এম)ৰ সন্ত্ৰাসবাদীয়ে । জম্মু-কাশ্মীৰসহ ভাৰতৰ বিভিন্ন প্ৰান্তত অনুপ্ৰৱেশ কৰি ভয়াবহ বিস্ফোৰণ সংঘটিত কৰা আৰু নানা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে জে ই এমৰ এইসকল সন্ত্ৰাসবাদীয়ে ।

ADVERTISEMENT

জে ই এমৰ নেতাৰ স’তে যোগাযোগ ৰখা এনে ব্যক্তিয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰা বিভিন্ন ‘প’ষ্ট’ৰ জৰিয়তে ভাৰতীয় চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি, জ‌ইছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰে সম্প্ৰতি এই শতাধিক সন্ত্ৰাসবাদীক বিভিন্ন কূটাঘাতমূলক কাম-কাজৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে । কেনেকৈ আৰু কোন পথেৰে ভাৰতত প্ৰৱেশ কৰিব পাৰি, কোন পথেৰে কাশ্মীৰত প্ৰৱেশ সহজ – এইবোৰ বিষয়ত জে ই এমৰ মুৰব্বীজনে সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যসকলক সম্প্ৰতি প্ৰশিক্ষণ দিছে । ভাৰতৰ চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাই শেহতীয়াভাৱে এনে উদ্বেগজনক তথ্য লাভ কৰিলে ।

RelatedPosts

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

পাকিস্তানত তালিবানৰ আক্ৰমণ ! গ্রেনেড আক্ৰমণত মৃত পাঁচজন

চোৰাংচোৱাৰ এজন শীৰ্ষ বিষয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰি কয়, ‘যোৱা সপ্তাহতে মাছুদ আজহাৰে উক্ত সন্ত্ৰাসবাদীৰ স’তে আলোচনাত মিলিত হোৱাৰ খবৰ আমি লাভ কৰিছো । এই বৈঠকতে ভাৰতত আক্ৰমণৰ বাবে জে ই এমৰ সদস্যসকলক সেউজ সংকেত দিলে মাছুদে । কাশ্মীৰসহ ভাৰতৰ বিভিন্ন অঞ্চলত এটাৰ পাছত আন এটা বৃহৎ বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবে মাছুদ বাহিনীয়ে পৰিকল্পনা যুগুত কৰিছে । এই ক্ষেত্ৰত তালিবানেও জে ই এমৰ নেতৃত্বক সহায়ৰ আশ্বাস দিছে । জে ই এমৰ নেতৃত্বৰ স’তে তালিবানৰ শীৰ্ষ নেতাই একাধিক বৈঠকত মিলিত হৈছিল ।

জ‌ইছ-ই-মহম্মদৰ বহু সন্ত্ৰাসবাদীক আফগানিস্তানৰ বিভিন্ন প্ৰদেশৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ চৰকাৰে । কিন্তু যোৱা ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছত কপাল ফুলিল জে ই এমৰ বন্দী সন্ত্ৰাসবাদীসকলৰ । তালিবানে ক্ষমতা লাভৰ পাছতে আফগানিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা জে ই এমৰ নেতাসকলক মোকলাই দিয়ে ।

ভাৰতৰ বিভিন্ন নিৰাপত্তা আৰু চোৰাংচোৱাৰ খবৰ অনুসৰি, আফগানিস্তানৰ বিভিন্ন জিলাৰ পৰা মুক্তি লাভ কৰা এইসকল জে ই এমৰ সন্ত্ৰাসবাদীৰ মাজৰ পৰা কমেও ১০০ জনক নিৰ্বাচন কৰি সম্প্ৰতি মাছুদ বাহিনীয়ে প্ৰশিক্ষণ দিছে । এই শতাধিক সন্ত্ৰাসবাদীক ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ জে ই এমে প্ৰেৰণ কৰিব আৰু তেওঁলোকৰ প্ৰথম লক্ষ্য হ’ব জম্মু-কাশ্মীৰ ।

ভাৰতীয় চোৰাংচোৱাই লগতে খবৰ লাভ কৰিছে যে কাবুল দখল কৰাৰ পাছতে তালিবানৰ স’তে একাধিকবাৰ বৈঠকত মিলিত হৈছিল জে ই এমৰ শীৰ্ষনেতাই । চোৰাংচোৱাৰ প্ৰতিবেদনত দাবী কৰা অনুসৰি, পাকিস্তানৰ সেনা বাহিনীয়ে ছলে-বলে কৌশলৰে কাশ্মীৰত সন্ত্ৰাসবাদীক অনুপ্ৰৱেশৰ অপেচেষ্টা দীৰ্ঘদিন ধৰি চলাই আহিছে । এই ক্ষেত্ৰত পাকিস্তান কেতিয়াবা সফল আৰু আন কেতিয়াবা বিফল হৈছে । কাবুলত তালিবানৰ স’তে জে ই এমৰ নেতাই যোৱা সপ্তাহত বৈঠকত অংশ লোৱাৰ পাছত পাক সেনা বাহিনী আৰু পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনসমূহো এই বিষয়ত উৎসাহিত হৈ উঠিছে বুলি ভাৰতীয় চোৰাংচোৱাই প্ৰতিবেদনত উল্লেখ কৰিছে ।

চোৰাংচোৱাৰ খবৰ অনুসৰি, আফগানিস্তানত যে আকৌ এবাৰ তালিবানে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, ইয়াৰ ইংগিত কে’বামাহ পূৰ্বেই স্পষ্ট হৈছিল । সেই সময়তে ধাৰণা কৰা হৈছিল যে তালিবানৰ সহযোগিতাত কাশ্মীৰত পুনৰ জ‌ইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিবলৈ প্ৰস্তুতি চলাইছে । সেয়েহে সম্প্ৰতি কাশ্মীৰত আত্মগোপন কৰি থকা জ‌ইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ সন্ধানত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান ব্যাপক কৰি তুলিছে ।

যোৱা ৩১ জুলাইত ভাৰতীয় সেনাৰ স’তে হোৱা এক সংঘৰ্ষত কাশ্মীৰৰ পুলৱামাৰ ত্ৰালৰ হাগাংলমাৰ্গ অৰণ্যত আত্মগোপন কৰি থকা জে ই এমৰ দুজন পাকিস্তানী কামাণ্ডাৰ মহম্মদ ইছমাইল আৰু আব্দুল ৰছিদ ঘাজি নিহত হৈছিল । ভাৰতীয় সেনাই দাবী কৰা অনুসৰি, ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত জ‌ইছ-ই-মহম্মদে চিআৰপিএফক লক্ষ্য হিচাপে যি ভয়াবহ আক্ৰমণ সংঘটিত কৰিছিল, এই ঘটনাৰ মূল পৰিকল্পক আছিল ইছমাইল আৰু আব্দুল ।

দীৰ্ঘদিন ধৰি কাশ্মীৰ উপত্যকাত ইছমাইল আৰু আব্দুলে স্থানীয় যুৱকক জ‌ইছ-ই-মহম্মদত যোগদান কৰিবলৈকো প্ৰৰোচিত কৰি আহিছিল । চোৰাংচোৱাৰ শংকা অনুসৰি, এই দুই সন্ত্ৰাসবাদীক সেনাই ধৰাশায়ী কৰাৰ প্ৰতিৰোধ ল’বলৈ জে ই এমে কাশ্মীৰত যিকোনো সময়তে ভয়াবহ আক্ৰমণ সংঘটিত কৰিব পাৰে । ইয়াৰ প্ৰস্তুতিৰ উদ্দেশ্যৰে যোৱা সপ্তাহত কাবুলত তালিবান নেতাৰ স’তে বৈঠকত অংশ লৈছিল জ‌ইছ-ই-মহম্মদৰ নেতা মাছুদে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abdul RasheedJaish-e-MohammedMohammed IsmailTaliban
publisher

publisher

Related Posts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী
News

May 3, 2026
গ্ৰহৰ মৰ্যাদা ঘূৰাই পাব ‘বামন’ প্লুটোৱে
News

গ্ৰহৰ মৰ্যাদা ঘূৰাই পাব ‘বামন’ প্লুটোৱে

May 3, 2026
১,২৬৩ জোপা গছে শুহি ল’লে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড
India

১,২৬৩ জোপা গছে শুহি ল’লে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড

May 3, 2026
আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ
India

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

May 3, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

May 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d