Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Cryptocurrency : ১৪ বছৰীয়া ভাতৃ, ন বছৰীয়া ভগ্নীয়ে মাহে ২৬ লাখ টকা আয় কৰে ক্ৰিপ্টোকাৰেন্সীৰ পৰা !

publisher by publisher
September 26, 2021
in International, News
Reading Time: 1 min read
0
Cryptocurrency : ১৪ বছৰীয়া ভাতৃ, ন বছৰীয়া ভগ্নীয়ে মাহে ২৬ লাখ টকা আয় কৰে ক্ৰিপ্টোকাৰেন্সীৰ পৰা !
4
SHARES
41
VIEWS
ShareShareShareShare

ক্ৰিপ্টোকাৰেন্সী, এই বিষয়টা বহুতৰে বাবে আউল লগা । কিন্তু ১৪ বছৰীয়া ঈশান আৰু ন বছৰীয়া অনন্যাৰ বাবে যেন এইটো সামান্য বিষয় ! ভাৰতীয় বংশোদ্ভূত দুই ভাতৃ-ভগ্নীয়ে সম্প্ৰতি এই ক্রিপ্টোকাৰেন্সীৰ পৰা মাহে ৩৫ হেজাৰ ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ২৬ লাখ টকা) আয় কৰে ।

ADVERTISEMENT

ইমান কম বয়সীয়া দুই ভাতৃ-ভগ্নীয়ে কেনেদৰে এই ক্ৰিপ্টোকাৰেন্সী আয়ত্ত কৰিলে ? সেয়াও পাকৈত ব্যৱসায়ীৰ দৰে । এই ক্ষেত্রত বিনিয়োগৰ পৰিকল্পনা তেওঁলোকৰ মূৰত আহিল ক’ৰ পৰা ? এক সর্বভাৰতীয় সংবাদমাধ্যমক এই প্রসংগত ঈশানে জনায়, সি সাতমাহ আগতে ক্রিপ্টোকাৰেন্সী, বিটক‌ইন এই শব্দবোৰৰ বিষয়ে শুনিছিল । বিষয়টোক লৈ প্রবল আগ্রহী হৈ পৰে । ইয়াৰ পাছতেই বিষয়টোক লৈ ইউটিউব আৰু বিভিন্ন পত্রিকাত সন্ধান আৰম্ভ কৰে ।

RelatedPosts

ক্ৰিপ্টোকাৰেন্সী হ’ব পাৰে নতুন বছৰৰ শ্ৰেষ্ঠ উপহাৰ

বিটক‌ইনক বৈধ মুদ্ৰা স্বীকৃতিৰ কোনো প্ৰস্তাৱ নাই : বিত্ত মন্ত্ৰণালয়

Aryan Khan : বিটক‌ইন ব্যৱহাৰ কৰি ডাৰ্ক ৱেবৰ পৰা মাদক দ্ৰব্য ক্ৰয় কৰা হৈছিল আৰিয়নহঁতৰ বাবে

তেওঁ কয়, “তেতিয়াই ক্রিপ্টোকাৰেন্সীত বিনিয়োগৰ পৰিকল্পনা কৰিছিলো । কিন্তু বিনিয়োগ কৰিবলৈ আমাৰ হাতত ধন নাছিল । সেয়ে সিদ্ধান্ত লৈছিলো যে বিনিয়োগ কৰাৰ আগতে ক্রিপ্টোকাৰেন্সীত বিনিয়োগৰ বাবে সঠিক সামগ্রী ক্ৰয় কৰিম ।” অনন্যাই কয়, “দাদা আৰু ম‌ই দুয়োৱে মিলি এই বিনিয়োগৰ পৰিকল্পনা কৰিছিলো । বিষয়টো ভাল লগাৰ পাছত দাদাক এই বিষয়ে উৎসাহো দিছিলো ।”

অৱশ্যে কম সময়তে বিষয়টো আয়ত্ত কৰা সম্ভৱ নহয় বুলি জনাইছে দুয়োৱে । সাতমাহ ধৰি ইউটিউবত, বিটক‌ইন আৰু ক্রিপ্টো সংক্রান্ত বিভিন্ন পত্রিকা পঢ়ি বিনিয়োগ সম্পর্কে ভালকৈ জনাৰ চেষ্টা কৰিছে তেওঁলোকে । তাৰ পাছতেই গেম খেলিবৰ বাবে কিনা নিজৰ কম্পিউটাৰটো ক্রিপ্টোকাৰেন্সীত বিনিয়োগৰ বাবে উপযোগী কৰি তোলে । এইদৰে জনায় ঈশানে । ঈশানে কয়, “আৰম্ভণিতে প্ৰতিদিনে তিনি ডলাৰ আয় কৰিছিলো । এতিয়া মাহে ৩৫ হেজাৰ ডলাৰ আয় কৰো । আমি অতি সুখী ।”

ইয়াকেই ভৱিষ্যতৰ জীৱিকা হিচাপে বাছি লৈছে নেকি ঈশান-অনন্যাই ? এতিয়াই সেই বিষয়ত নির্দিষ্ট কোনো সিদ্ধান্ত নল’লেও এই টকা নিজৰ উচ্চশিক্ষাৰ বাবেই খৰচ কৰিব বিচাৰে বুলি জনায় ঈশানে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bitcoin
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d