Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিশ্বনাথত অনুষ্ঠিত হ’ব ৰয়েল এনফিল্ড আৰোহীৰ বৃহৎ সন্মিলন

publisher by publisher
October 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিশ্বনাথত অনুষ্ঠিত হ’ব ৰয়েল এনফিল্ড আৰোহীৰ বৃহৎ সন্মিলন
3
SHARES
30
VIEWS
ShareShareShareShare

বিশ্বনাথৰ অন্যতম দুঃসাহসী ক্ৰীড়া সন্থা ‘নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছন’ চমুকৈ ‘নিঅ’ (NEAO)ই বিগত ১১ বছৰে বিভিন্ন দুঃসাহসী কাৰ্য তথা খেলৰে বিশ্বনাথ, অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে ।

ADVERTISEMENT

বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট বেছ কেম্প ট্ৰেকিং, সৰ্বোচ্চ মটৰ চলিব পৰা পথ খাৰ্ডুংলা (১৮৩৮০ ফুট), লাডাখ, কাৰ্গিল আদিলৈ কে’বাবাৰো দুঃসাহসী মটৰচাইকেল যাত্ৰা কৰিছে । নৱ নিৰ্মিত সৰ্বোচ্চ মটৰ চলিব পৰা পথ উত্তৰাখণ্ডৰ মানাপাছ (১৮৩৯৯ ফুট), চুবুৰীয়া দেশ নেপাল, ভূটান, ম্যানমাৰৰ লগতে টাৱাং, বুমলা পাছ, মাঅদিয়া পাছ, মেছুকা আদিলৈ কে’বাবাৰো মটৰচাইকেল যাত্ৰা কৰিছে ।

RelatedPosts

Chhaygaon:ৰয়েল এনফিল্ড বাইক কিনিবলৈ ক্ৰেতাই নিলে কে’বা বস্তুা খুচুৰা পইছা

গুৱাহাটীত মুকলি কৰা হ’ল ৰয়েল এনফিল্ডৰ অল নিউ ক্লাছিক ৩৫০

সাতখন দেশত ৰয়েল এনফিল্ডৰ ২.৩৬তকৈ অধিক মটৰচাইকেলৰ ৰিকল

ইয়াৰ উপৰিও, দুই শতাধিক যুৱক-যুৱতীক বিভিন্ন দুঃসাহসী ক্ৰীড়া যেনে – পৰ্বতাৰোহণ, পেৰা জাম্প, ট্ৰেকিং, ৰাফ্টিং, কায়াকিং, ৰিভাৰ ক্ৰছিং ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে । এই সন্থাৰ তৰফৰ পৰা প্ৰতি বছৰে কে’বাজনো যুৱক-যুৱতীয়ে অসম চৰকাৰৰ বিনামূলীয়া দুঃসাহসী ক্ৰীড়াৰ প্ৰশিক্ষণৰ লগতে সেনা আৰু আৰক্ষীৰ চাকৰি পাবলৈও সক্ষম হৈছে । ‌

তদুপৰি, নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছনৰ ৰয়েল এনফিল্ড মটৰচাইকেল আৰোহীৰ দলে প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ‘নৰ্থ ইষ্ট ৰাইডাৰ মিট’ চমুকৈ এন ই আৰ এম (NERM) নামৰ বৃহৎ এনফিল্ড আৰোহীৰ বছৰেকীয়া সন্মিলন অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে । সেই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক মটৰচাইকেল আৰোহী সন্থাৰ সহস্ৰাধিক আৰোহী একগোট হয় ।

এইবাৰ নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছনে অহা নৱেম্বৰৰ ২৭-২৮ তাৰিখে বিশ্বনাথত পোনপ্ৰথমবাৰৰ বাবে এন আৰ এম ‘নিঅ’ ৰাইডাৰ মিট’ নামেৰে ভাৰতৰ বিভিন্ন ঠাইৰ ৰয়েল এনফিল্ড আৰোহীৰ বাবে বিশেষ সন্মিলনী আয়োজন কৰিছে । অসম-অৰুণাচলৰ সীমান্তৱৰ্তী মনোৰম প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ ভৰাজুলি গাঁৱৰ কাষৰ পাহাৰীয়া-নৈপৰীয়া ঠাইত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰায় পাঁচ শতাধিক এণ্ডফিল্ড আৰোহীৰ উপৰিও নেপাল আৰু ভূটানৰ পৰাও আৰোহীৰ আগমন ঘটাৰ সম্ভাৱনা আছে ।

বিভিন্ন ধেমেলীয়া খেল, দুঃসাহসী খেল, থলুৱা খাদ্য, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ জৰিয়তে চুবুৰীয়া ৰাজ্যসমূহৰ লগত ভাতৃত্ববোধ আৰু গভীৰ হোৱাৰ উপৰিও বিশ্বনাথ তথা অসমৰ বিভিন্ন ঐতিহাসিক, প্ৰাকৃতিক ঠাইসমূহ বিশ্ব দৰবাৰত চিনাকি হ’ব । ইয়াৰ উপৰিও বিশ্বনাথৰ লগতে নিকটৱৰ্তী ঠাইসমূহ পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে, সন্থাটোৰ সদস্যসকলে এই বৃহৎ অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । অতি শীঘ্ৰে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: North East Adventure OrganizationRoyal Enfield
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d