Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afghanistan : লগ অন ! গোপনে ক্লাছ চলিছে আফগান মহিলাৰ

publisher by publisher
October 29, 2021
in International, News
Reading Time: 1 min read
0
Afghanistan : লগ অন ! গোপনে ক্লাছ চলিছে আফগান মহিলাৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

পাকিস্তানত তালিবানৰ আক্ৰমণ ! গ্রেনেড আক্ৰমণত মৃত পাঁচজন

ক্ষমতাত আহিয়ে মহিলাসকলৰ স্কুল-কলেজ যোৱা নিষিদ্ধ ঘোষণা কৰিছে আফগানিস্তানৰ নতুন তালিবান চৰকাৰে । ১২ বছৰৰ ঊর্ধ্বত শিক্ষাগ্ৰহণ কৰিলেই কঠোৰ শাস্তি । যদিও সেই ‘ফতোৱা’ নামানি গোপনে শিক্ষা অব্যাহত ৰাখিছে আফগান সাহসীসকলে ।

হেৰাটৰ বাসিন্দা জায়নাব মহম্মদিয়ে প্ৰত্যেকদিনে লগ অন কৰে । অনলাইনত ক্লাছ চলিছে কোডিঙৰ । আগষ্টৰ পৰা বন্ধ হৈ আছে তেওঁলোকৰ বিদ্যালয় । ২৫ বছৰ বয়সৰ যুৱতীয়ে কয়, ‘‘আমাৰ দৰে মহিলাসকলৰ বাবে হুমকি আছে । মৃত্যুভয় আছে । তালিবান যদি গ’ম পায়… হয়তো আমাক কঠোৰ শাস্তি দিব । হয়তো শিৰ দলিয়াই মাৰি পেলাব । কিন্তু সেই ভয়ত আশা এৰিবলৈ আমি প্ৰস্তুত নহয় । আমি পঢ়া-শুনা চলায় যাম ।’’

যদি স্কুল, কলেজ বন্ধ তেন্তে কি আছে ! ইন্টাৰনেট আছে । প্রযুক্তিক হাঠিয়াৰ বনাই পঢ়া-শুনা চলাই যাবলৈ বদ্ধপৰিকৰ আফগান মহিলাসকল । ভিডিঅ’ কলত সাংবাদমাধ্যমক তেওঁলোকৰ এই যুঁজৰ কথা শুনাইছে মহম্মদিৰ দৰে বহুতেই । এনে শ শ আফগান মহিলাই অনলাইন ক্লাছ কৰিছে, অথবা কোনো গোপন অস্থায়ী শ্ৰেণীকোঠাত বহি পঢ়া-শুনা অব্যাহত ৰাখিছে ।

‘ক’ড টু ইন্সপায়াৰ’ (চিটিআই) আফগানিস্তানৰ প্রথম মহিলাৰ ক’ডিং একাডেমি । তেওঁলোকে এটা এনক্রিপটেড ভার্চুৱেল ক্লাছৰুম তৈয়াৰ কৰিছে । প্রতিষ্ঠানৰ প্রধান ফেৰেস্তে ফৰ’ই জনাইছে, তেওঁলোকে প্ৰায় ১০০ ছাত্রীক লেপটপ আৰু ইন্টাৰনেট দিছে । অনলাইনত পঢ়াৰ সকলো তথ্য দিয়া হয় । এই ক্লাছতেই আছে মহম্মদিও । যুৱতীগৰাকীয়ে কয়, ‘‘আমাৰ ঘৰত আবদ্ধ কৰি ৰাখিব পাৰে । কিন্তু ইন্টাৰনেটৰ জগতত কোনে ৰখাব ? ইয়াতটো কোনো সীমান্ত নাই । এইটোৱে প্রযুক্তিৰ মজা ।’’

ছেপ্টেম্বৰৰ পৰা ল’ৰাৰ বাবে স্কুল-কলেজ খুলিছে তালিবানে । প্রাথমিক স্কুলত যোৱাৰ অনুমতি আছে বালিকাসকলৰো । কিন্তু ১২ বছৰৰ ঊৰ্ধ্বৰসকলৰ ঘৰৰ পৰা বাহিৰত ওলোৱাৰ অনুমতি নাই । নতুন ‘তালিবান ২.০’-ৰ দাবী, সেই আগৰ জমানা নাই । মহিলাসকলো কিছুমান ৰেহাই দিয়া হ’ব । বছৰ শেষ হোৱাৰ আগতে জনোৱা হ’ব এই বিষয়ে । কিন্তু তালিবানৰ ওপৰত ভৰসা নাই আফগানিস্তানৰ সাধাৰণ জনতাৰ ।

ৰাষ্ট্ৰসংঘৰ মন্তব্য, দেশখনত ভয়াবহ লিংগ বৈষম্যতা থকাৰ সময়তে শিক্ষাৰ অভাৱত দাৰিদ্র, বাল্যবিবাহ, অল্প বয়সত সন্তান জন্ম দিয়া, নিজৰ অধিকাৰ সম্পর্কে অসচেতন, সাধাৰণ চৰকাৰী সেৱা সম্পর্কে অজ্ঞতা আছে আফগান মহিলাসকলৰ । ফৰ’ই কয়, ‘‘শিক্ষাৰ অধিকাৰ পালে মহিলাসকলে নিজৰ ভাল বুজি পাব‌, উপার্জন কৰিবলৈ শিকিব, নাৰী নির্যাতন কমিব, তেওঁলোকৰ কণ্ঠৰোধ কৰিব নোৱাৰিব সহজে । তালিবানে কেতিয়া পঢ়া-শুনাৰ অধিকাৰ দিব মহিলাসকলক, সেয়া ভাবি আমি অপেক্ষা কৰিব নোৱাৰোড়। আমাৰ শিক্ষা-অভিযান চলিব ।’’

ছাইক’লজিৰ ছাত্রী আইছাই ভাবিছিল, পঢ়া-শুনা সমাপ্ত কৰি দেশত মনোৰোগ বিশেষজ্ঞৰ কাম কৰিব । তালিবানে ক্ষমতা দখলৰ পাছত সেই স্বপ্ন ভাঙি গৈছে । তেওঁৰ পৰিয়ালক ইতিমধ্যে তালিবানে হুমকি দিছে । তৎস্বত্ত্বেও থমকি যোৱা নাই মহিলাসকল । আমেৰিকাৰ এটা সংস্থা (ইউনিভার্ছিটি অৱ পিপল)-ৰ অনলাইন ক’র্ছত তেওঁ যোগ দিছে । বিশ্ববিদ্যালয়খনে হেজাৰ গৰাকী আফগান যুৱতীক স্কলাৰশ্বিপ দিছে । আইছাই কয়, ‘‘স্নাতক হ’বৰ বাবে এইটোৱে মোৰ শেষ সুযোগ । এনেদৰে গোপনে পঢ়া-শুনা কৰাৰ বাহিৰে আমাৰ দৰে মহিলাৰ অন্য কোনো উপায় নাই ।’’

কিন্তু ইন্টাৰনেট বিশেষজ্ঞসকলৰ মন্তব্য, তালিবান শাসনত দেশখনৰ আর্থিক অৱস্থা শোচনীয় । বিদ্যুৎ সৰবৰাহৰ পৰা যোগাযোগকাৰী নেটৱর্ক তথা প্রযুক্তি পৰিকাঠামো বজায় ৰখা কঠিন হৈ পৰিব আফগানিস্তানৰ বাবে । ইয়াৰ উপৰি, চুবুৰীয়া দেশৰ ছেটেলাইট সংস্থা বা ফাইবাৰ প্রদানকাৰী সংস্থাসকলে (যেনে ইৰান স্নেপ ছার্ভিচেছ), লগতে তালিবানেও ইন্টাৰনেটত দৃষ্টি ৰখা আৰম্ভ কৰিব । ইন্টাৰনেট ব্যৱহাৰৰ নিষেধাজ্ঞাও জাৰি হ’ব পাৰে । কাবুলৰ আইটি কনছালটেন্ট মুস্তাফা সুলতানিৰ সংশয়, ‘‘অতি শীঘ্ৰে ডিজিটএল জগতত দৃষ্টি ৰখা আৰম্ভ কৰিব তালিবানে । বিশেষকৈ, তেওঁলোকৰ সমালোচকসকলক চিহ্নিত কৰিবলৈ ।’’

অৱশ্যে ইয়াৰ কোনো প্ৰভাৱ নপৰে ‘লার্ন’ নামক স্বেচ্ছাসেৱী সংগঠনৰ প্রতিষ্ঠাতা পাশতানা জালমাই খান দুৰানি-ৰ । এখন গোপন বিদ্যালয়ত ১০০ ছাত্রীক বিজ্ঞান, প্রযুক্তি, ইঞ্জিনিয়াৰিং আৰু অংকৰ পাঠদান কৰিছে তেওঁলোকে । তেওঁক ইন্টাৰনেট সেৱা দি সহায় কৰিছে আমেৰিকাৰ এটা সংস্থাই । ২৩ বছৰীয়া দুৰানিয়ে কয়, ‘‘তালিবানে মোক একো কৰিব নোৱাৰে । তেওঁলোকে যদি ইন্টাৰনেট বন্ধ কৰে, মোৰ নিজস্ব সেৱা আছে ।’’

(কিছু নাম পৰিৱৰ্তিত)

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Afghan WomenTaliban
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d