Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

 এবছৰীয়া শিশুৰ মাহে উপাৰ্জন ৭৫ হেজাৰ টকা,চেলিব্ৰিটিৰ দৰে কৰে জীৱন-যাপন

publisher by publisher
November 2, 2021
in International, News
Reading Time: 1 min read
0
 এবছৰীয়া শিশুৰ মাহে উপাৰ্জন ৭৫ হেজাৰ টকা,চেলিব্ৰিটিৰ দৰে কৰে জীৱন-যাপন
2
SHARES
23
VIEWS
ShareShareShareShare

এবছৰৰ বয়সীয়া এটি শিশুৱে যদি মাহে ৭৫ হেজাৰ টকা উপাৰ্জন কৰে বুলি আপোনাক কোনোবাই কয়, আপুনি নিশ্চয় বিশ্বাস নকৰিব।

ADVERTISEMENT

হয়, এবছৰ বয়সতে এটি কেঁচুৱাই কেনেকৈ ধন উপার্জন কৰিব পাৰিব? কিন্তু অবিশ্বাস্য যেন লাগিলেও সত্য, এই বিশ্বতে আছে মাহে ৭৫ হেজাৰ টকা উপাৰ্জন কৰা এটি এবছৰীয়া শিশু।

RelatedPosts

No Content Available

হয়, আমেৰিকাৰ নিবাসী ব্ৰিগছ নামৰ এটি এবছৰীয়া শিশুৱে বিগত কে’বামাহ ধৰি মাহে ৭৫ হেজাৰৰো অধিক টকা উপাৰ্জন কৰি আহিছে। এই শিশুটিয়ে দেশ-বিদেশ ভ্ৰমণৰ জৰিয়তে ধন উপাৰ্জন কৰিছে।

সামাজিক মাধ্যমত এই শিশুটো বৰ জনপ্ৰিয়। সম্প্রতি সামাজিক মাধ্যমত ব্ৰিগছ এজন চেলিব্রিটিত পৰিণত হৈছে। ইনষ্টাগ্ৰামত বর্তমানে ব্ৰিগছৰ ৩১ হেজাৰৰো অধিক অনুগামী আছে।

এই শিশুটিয়ে বর্তমানলৈকে আলাস্কা, কেলিফর্ণিয়া,ফ্ল’ৰিডা, সহ ১৬খন মার্কিন প্রদেশ মাতৃৰ স’তে ভ্ৰমণ কৰিছে। এবছৰ বয়সতে ব্ৰিগছে ৪৫ বাৰ ৰিমানৰে যাত্ৰা কৰিছে।

ব্ৰিগছৰ মাতৃ জেচে প্ৰকাশ কৰা মতে, যোৱা বছৰৰ ১৪ অক্টোবৰত ব্ৰিগছৰ জন্ম হৈছিল। জন্মৰ তিনি সপ্তাহৰ পাছতে ব্ৰিগছে প্রথমটো ভ্ৰমণ কৰিছিল মাতৃৰ স’তে আৰু তাৰ পাছৰে পৰা বিগত এবছৰে এখনৰ পাছত আনখন আমেৰিকাৰ প্ৰদেশ ভ্ৰমণ কৰি আহিছে।

জেচে কয় যে যেতিয়া তেওঁ ২০২০ত গৰ্ভধাৰণ কৰিছিল তেতিয়া তেওঁৰ শংকা অনুভব কৰিছিল, যে তেওঁৰ কৰ্মজীৱনৰ অৱসান ঘটিৰ। কিন্তু ব্ৰিগছৰ জন্মৰ পাছত তেওঁৰ মনত ‘বেবী ট্ৰেভেল’ৰ ধাৰণাটো আহিছিল আৰু লগে লগে ভ্রমণ আৰম্ভ কৰাৰ লগতে ব্ৰিগছৰ নামত ইনষ্টাগ্ৰামত এটা একাউন্ট খুলিছিল।

https://www.instagram.com/p/CVDc8EMlcUT/?utm_source=ig_embed&ig_rid=f4f5fd4b-a943-40ed-bdaa-43c8c5bef5f1

এই একাউণ্টত জেচে পুত্ৰ ব্ৰিগছৰ ভ্ৰমণৰ লগতে আন ঘটনাৰ ফটো, ভিডিঅ’ আপলোড কৰি আহিছে। প্রথমে একাউণ্টৰ অনুগামী সীমিত আছিল যদিও কম সময়ৰ ভিতৰতে ব্ৰিগছ ইনষ্টাগ্ৰামত জনপ্ৰিয় হৈ উঠে আৰু অনুগামীৰ সংখ্যা ৩১ হেজাৰলৈ বৃদ্ধি পায়।

https://www.instagram.com/p/CUQJE3MJ9Lj/?utm_source=ig_embed&ig_rid=8749f96f-63f9-4b34-8234-7abc14001dd4

ব্ৰিগছৰ হৈ এই একাউণ্ট মাতৃ জেচে পৰিচালনা কৰে। ইনষ্টাগ্ৰামত ভ্ৰমণৰ ফটো আৰু বিৱৰণ আপলোড কৰি ব্ৰিগছৰ হৈ তেওঁৰ মাতৃয়ে বর্তমানে মাহে ৭৫ হেজাৰ টকাৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ব্ৰিগছে ভ্ৰমণ কৰিবলৈ বৰ ভাল পায় বুলিও মাতৃয়ে জানিবলৈ দি কয় যে তেওঁ যেতিয়াই যলৈকে যায়, লগত সদায় ব্রিগছক – নিবলৈ পাহৰি নাযায়।

https://www.instagram.com/reel/CSmWpHnn3dY/?utm_source=ig_embed&ig_rid=2055a299-c774-420f-a0bf-d8e73ddc1d96

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Briggs DarringtonWorld's Youngest Travel Influencer
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d