Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

 এবছৰীয়া শিশুৰ মাহে উপাৰ্জন ৭৫ হেজাৰ টকা,চেলিব্ৰিটিৰ দৰে কৰে জীৱন-যাপন

publisher by publisher
November 2, 2021
in International, News
Reading Time: 1 min read
0
 এবছৰীয়া শিশুৰ মাহে উপাৰ্জন ৭৫ হেজাৰ টকা,চেলিব্ৰিটিৰ দৰে কৰে জীৱন-যাপন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

এবছৰৰ বয়সীয়া এটি শিশুৱে যদি মাহে ৭৫ হেজাৰ টকা উপাৰ্জন কৰে বুলি আপোনাক কোনোবাই কয়, আপুনি নিশ্চয় বিশ্বাস নকৰিব।

ADVERTISEMENT

হয়, এবছৰ বয়সতে এটি কেঁচুৱাই কেনেকৈ ধন উপার্জন কৰিব পাৰিব? কিন্তু অবিশ্বাস্য যেন লাগিলেও সত্য, এই বিশ্বতে আছে মাহে ৭৫ হেজাৰ টকা উপাৰ্জন কৰা এটি এবছৰীয়া শিশু।

হয়, আমেৰিকাৰ নিবাসী ব্ৰিগছ নামৰ এটি এবছৰীয়া শিশুৱে বিগত কে’বামাহ ধৰি মাহে ৭৫ হেজাৰৰো অধিক টকা উপাৰ্জন কৰি আহিছে। এই শিশুটিয়ে দেশ-বিদেশ ভ্ৰমণৰ জৰিয়তে ধন উপাৰ্জন কৰিছে।

সামাজিক মাধ্যমত এই শিশুটো বৰ জনপ্ৰিয়। সম্প্রতি সামাজিক মাধ্যমত ব্ৰিগছ এজন চেলিব্রিটিত পৰিণত হৈছে। ইনষ্টাগ্ৰামত বর্তমানে ব্ৰিগছৰ ৩১ হেজাৰৰো অধিক অনুগামী আছে।

এই শিশুটিয়ে বর্তমানলৈকে আলাস্কা, কেলিফর্ণিয়া,ফ্ল’ৰিডা, সহ ১৬খন মার্কিন প্রদেশ মাতৃৰ স’তে ভ্ৰমণ কৰিছে। এবছৰ বয়সতে ব্ৰিগছে ৪৫ বাৰ ৰিমানৰে যাত্ৰা কৰিছে।

ব্ৰিগছৰ মাতৃ জেচে প্ৰকাশ কৰা মতে, যোৱা বছৰৰ ১৪ অক্টোবৰত ব্ৰিগছৰ জন্ম হৈছিল। জন্মৰ তিনি সপ্তাহৰ পাছতে ব্ৰিগছে প্রথমটো ভ্ৰমণ কৰিছিল মাতৃৰ স’তে আৰু তাৰ পাছৰে পৰা বিগত এবছৰে এখনৰ পাছত আনখন আমেৰিকাৰ প্ৰদেশ ভ্ৰমণ কৰি আহিছে।

জেচে কয় যে যেতিয়া তেওঁ ২০২০ত গৰ্ভধাৰণ কৰিছিল তেতিয়া তেওঁৰ শংকা অনুভব কৰিছিল, যে তেওঁৰ কৰ্মজীৱনৰ অৱসান ঘটিৰ। কিন্তু ব্ৰিগছৰ জন্মৰ পাছত তেওঁৰ মনত ‘বেবী ট্ৰেভেল’ৰ ধাৰণাটো আহিছিল আৰু লগে লগে ভ্রমণ আৰম্ভ কৰাৰ লগতে ব্ৰিগছৰ নামত ইনষ্টাগ্ৰামত এটা একাউন্ট খুলিছিল।

https://www.instagram.com/p/CVDc8EMlcUT/?utm_source=ig_embed&ig_rid=f4f5fd4b-a943-40ed-bdaa-43c8c5bef5f1

এই একাউণ্টত জেচে পুত্ৰ ব্ৰিগছৰ ভ্ৰমণৰ লগতে আন ঘটনাৰ ফটো, ভিডিঅ’ আপলোড কৰি আহিছে। প্রথমে একাউণ্টৰ অনুগামী সীমিত আছিল যদিও কম সময়ৰ ভিতৰতে ব্ৰিগছ ইনষ্টাগ্ৰামত জনপ্ৰিয় হৈ উঠে আৰু অনুগামীৰ সংখ্যা ৩১ হেজাৰলৈ বৃদ্ধি পায়।

https://www.instagram.com/p/CUQJE3MJ9Lj/?utm_source=ig_embed&ig_rid=8749f96f-63f9-4b34-8234-7abc14001dd4

ব্ৰিগছৰ হৈ এই একাউণ্ট মাতৃ জেচে পৰিচালনা কৰে। ইনষ্টাগ্ৰামত ভ্ৰমণৰ ফটো আৰু বিৱৰণ আপলোড কৰি ব্ৰিগছৰ হৈ তেওঁৰ মাতৃয়ে বর্তমানে মাহে ৭৫ হেজাৰ টকাৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ব্ৰিগছে ভ্ৰমণ কৰিবলৈ বৰ ভাল পায় বুলিও মাতৃয়ে জানিবলৈ দি কয় যে তেওঁ যেতিয়াই যলৈকে যায়, লগত সদায় ব্রিগছক – নিবলৈ পাহৰি নাযায়।

https://www.instagram.com/reel/CSmWpHnn3dY/?utm_source=ig_embed&ig_rid=2055a299-c774-420f-a0bf-d8e73ddc1d96

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Briggs DarringtonWorld's Youngest Travel Influencer
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d