Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰীৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হংকাৰ ৰাইজৰ, বিভাগীয় বিষয়াৰে মিলি কোটি টকা আত্মসাত ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৰ

publisher by publisher
November 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
শালবাৰীৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
2
SHARES
18
VIEWS
ShareShareShareShare

বাগসা জিলাৰ শালবাৰী মহকুমাৰ বাতাবাৰীত কুম্ভিৰা নৈৰ ওপৰত থকা দলংখন ঠিকাদাৰৰ হেমাহিৰ বাবে চাৰি বছৰে অসম্পূৰ্ণ হৈ থকাৰ লগতে আনন্দ বজাৰৰ পৰা পাটলা হৈ বাঁহবাৰী, কুঠৰীঝাৰ, মানাহ সংযোগী পথছোৱা নিৰ্মাণৰ কাম চৰকাৰীভাৱে আৱণ্টন হোৱাৰ পাছতো নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰি ঠিকাদাৰে সমস্ত ধন আত্মসাত কৰাৰ কথা পোহৰলৈ অহাত বহুকেইখন গাঁৱৰ ৰাইজে মিলি বাতাবাৰীত বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে ২০১৭ত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰা বাতাবাৰী, বাঁহবাৰী, কুঠুৰিঝাৰ, মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ৷ কিন্তু পথছোৱাৰ মেৰামতিৰ কাম আধাও নৌহওঁতেই অসম্পূৰ্ণ ৰাখিয়ে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই সমুদায় ধন উঠাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

RelatedPosts

Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ

Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !

ৰাইজৰ অভিযোগ, প্ৰায় ২০ কোটি টকা ব্যয়ৰ কাম সম্পূৰ্ণ নকৰি বিভাগীয় বিষয়াৰ স’তে মিলি টকা উঠাই খাইছে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ৷ এতিয়া পথছোৱা আৰু দলংখন নিৰ্মাণ নোহোৱাৰ ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে ৷ ছাত্ৰ-ছাত্ৰীয়ে কলগছৰ ভূৰেৰে যাতায়ত কৰিবলগীয়া হৈছে স্কুল-কলেজলৈ ৷ যাৰ বাবে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি আৰু পথ নিৰ্মাণৰ ধন আত্মসাত কৰাৰ বাবে একত্ৰিত হৈ কে’বাখনো গাঁৱৰ ৰাইজে মিলি প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক এই ক্ষেত্ৰত উচিত তদন্ত কৰি ধন আত্মসাতত জড়িত ঠিকাদাৰ, বিভাগীয় বিষয়া সকলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৷

স্থানীয় ৰইজৰ অভিযোগ মতে, ২০১৭ত আৰম্ভ কৰা পথ আৰু দলং নিৰ্মাণৰ কাম ২০১৮ত সম্পূৰ্ণ হোৱা দেখুৱাইছে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই ৷ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ তদন্ত নকৰি কোকৰাঝাৰৰ উপ মুখ্য অভিযন্তাই কাম সম্পূৰ্ণ হোৱা বুলি স্বাক্ষৰ কৰিছে ধন উলিয়াই নিয়াৰ পথ ঠিকাদাৰক সুগম কৰি দিছে ৷ ৰাইজৰ অভিযোগ, দলং সম্পূৰ্ণ হোৱাটো দূৰৈৰে কথা, পথছোৱা নিৰ্মাণৰ কাম মাত্ৰ ২০ শতাংশহে সম্পূৰ্ণ হৈছে ৷

উল্লেখ্য ১৫/২০ খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ এই পথছোৱা নিৰ্মাণৰ কাম ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মক পুনৰাই সম্পূৰ্ণ কৰাৰ দাবী জনাইছে ৰাইজে অন্যথা ৰাজহুৱাভাৱে আইনগত ব্যৱস্থা হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Salbari
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d