Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ দেশত্যাগ কৰিব আম্বানীয়ে

publisher by publisher
November 6, 2021
in India, News
Reading Time: 1 min read
0
এইবাৰ দেশত্যাগ কৰিব আম্বানীয়ে
2
SHARES
17
VIEWS
ShareShareShareShare

ভাৰতৰ সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত হোৱা ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে অচিৰে মুম্বাই ত্যাগ কৰি লণ্ডনবাসী হোৱাৰ সম্ভাৱনা আছে। বিশ্বৰ শীর্ষ ১০ ধনাঢ্য ব্যক্তিৰ তালিকাত থকা এইজন ভাৰতীয় উদ্যোগপতিয়ে অলপতে লণ্ডনত এটা প্রাসাদোপম বাসগৃহ ক্রয় কৰিছে।

ADVERTISEMENT

প্ৰকাশিত বাতৰি অনুসৰি, লণ্ডনৰ বাকিংহামশ্বায়াৰৰ ষ্টক পার্ক অঞ্চলত আম্বানী পৰিয়ালে নতুন বাসগৃহটো ক্রয় কৰিছে। অচিৰে লণ্ডনৰ এইটো নতুন বাসগৃহলৈ মুম্বাইৰ পৰা আম্বানী পৰিয়াল স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে আম্বানীৰ লণ্ডনত থকা এই নতুন বাসগৃহৰ ফটো আৰু বৰ্ণনা বিয়পি পৰিছে।

RelatedPosts

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

চলিত বৰ্ষৰ আৰম্ভণিতে ৰিলায়েন্সৰ মুৰব্বীয়ে ৫৯২ কোটি টকাৰে লণ্ডনত এই প্রাসাদটো ক্রয় কৰিছিল। আগন্তুক দিনত এই বাসগৃহটোৱে হ’ব ভাৰতৰ সবাতোকৈ ধনাঢ়া ব্যক্তিজনৰ প্ৰথম ঠিকনা। তিনিশ একৰ ভূমিত এই বাসগৃহটো নিৰ্মাণ কৰা হৈছে।

নতুন বাসগৃহৰ চৌহদতে আছে চিকিৎসালয়, হোটেল, মন্দিৰ ইত্যাদি

প্রকাশিত বাতৰি অনুসৰি, বাকিংহামশ্বায়াৰত আম্বানী পৰিয়ালে ক্ৰয় কৰা বাসগৃহটোত ৪৯টা শয়নকক্ষ আছে। তদুপৰি এই বাসগৃহৰ চৌহদতে আছে এখন ক্ষুদ্র ব্যক্তিগত চিকিৎসালয় আৰু এই চিকিৎসালয়ৰ দায়িত্বত আছে এজন ব্ৰিটিছ চিকিৎসক।

এখন পঞ্চতাৰকা মানৰ হোটেল আৰু তিনিখন আন্তর্জাতিক মানৰ ৰেস্তোৰাঁও আম্বানীৰ লণ্ডনৰ নতুন বাসগৃহৰ চৌহদতে আছে। তদুপৰি আম্বানীৰ মুম্বাইৰ বাসগৃহ এণ্টিলিয়াৰ দৰে লণ্ডনৰ এই বাসগৃহতো নিৰ্মাণ কৰা হৈছে এটা ব্যক্তিগত মন্দিৰ।

আম্বানীৰ নতুন ঠিকনাত পৰিণত হোৱা লণ্ডনৰ প্ৰাসাদৰ চৌহদত আছে ১৩ খন টেছি কৰ্ট আৰু ২৭ হ’লযুক্ত গল্ফ কৰ্চ। লণ্ডন চহৰৰ প্ৰাণকেন্দ্ৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত অৱস্থিত ৯০০ বছৰৰ প্ৰাচীন এই প্রাসাদ পূৰ্বে বসবাসৰ বাবে ব্যৱহাৰ কৰা হ’লেও ১৯০৮ৰ পৰা প্ৰাসাদটো ‘কানটি ক্লাব’ হিচাপে পৰিচিত হৈ আহিছে।

হলিউডৰ স’তেও আম্বানীয়ে নতুনকৈ ক্ৰয় কৰা বিলাসী প্রাসাদটোৰ এক ওতঃপ্ৰোত সম্পর্ক আছে। প্রকাশিত বাতৰি অনুসৰি, ১৯৬৪ত জেমছ বঙৰ ‘গ’ল্ড ফিংগাৰ’ নামৰ ছবিখনৰ দৃশ্যগ্ৰহণ এই প্রাসাদত কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৭তো জেমছ বণ্ডৰ আন এখন ছবি ‘টুমক নেভাৰ ডাই’ৰ দৃশ্যগ্ৰহণো আম্বানীয়ে ক্ৰয় কৰা প্ৰাসাদত কৰা হৈছিল।

প্ৰকাশিত বাতৰি অনুসৰি, আহ্বানী পৰিয়ালে এইবাৰ দীপাৱলী লণ্ডনৰ নতুন ঘৰটোতে পালন কৰিলে। অহা এপ্ৰিলৰ পৰা আম্বানী পৰিয়ালে লনৰ এই বাসগৃহত বাস কৰাৰ সম্ভাৱনা আছে।

কিয় এণ্টিলিয়া এৰি লণ্ডনত বাসগৃহ ক্ৰয় কৰিলে আম্বানী পৰিয়ালে?

আম্বানীৰ মুম্বাইৰ আল্টামাউণ্ট ৰোডত থকা এণ্টিলিয়া ভাৰতৰ লগতে বিশ্বৰ অন্যতম এটি পৰিচিত বাসগৃহ। মুম্বাইৰ মাজমজিয়াত এনে এটা বিশাল আকৃতিৰ বাসগৃহ থকাৰ পাছতো আম্বানী পৰিয়ালে কিয় লণ্ডনত নতুন বাসগৃহ ক্ৰয় কৰিলে বুলি সামাজিক মাধ্যমত একাংশ লোকে প্রশ্ন উত্থাপন কৰিছে।

লণ্ডনত নতুনকৈ প্ৰাসাদ ক্ৰয়ৰ প্ৰসংগত আহ্বানী অথবা তেওঁৰ পৰিয়ালে এতিয়ালৈকে কোনো মন্তব্য প্রকাশ কৰা নাই। কিন্তু আম্বানী পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি তলাবন্ধৰ সময়তে আম্বানী পৰিয়ালে লণ্ডনত নতুনকৈ ঠিকনাৰ সন্ধান কৰিলে।

মুম্বাইৰ বাসগৃহটো আকাৰত বিশাল হ’লেও ই অট্টালিকা হোৱা হেতুকে তলাবন্ধৰ সময়ছোৱাত আম্বানী পৰিয়ালে এণ্টিলিয়াত বসবাস কৰি কিছু অসুবিধা অনুভৱ কৰিছিল। তলাবদ্ধত আম্বানী পৰিয়ালে গুজৰাটৰ জামনগৰতো কিছুদিন অতিবাহিত কৰিছিল।

জামনগৰতো ৰিলায়েন্সৰ তেল শোধনাগাৰ আছে। ক’না কালত চাৰি লাখ বর্গফুটৰ এণ্টিলিয়াত আবদ্ধ থকাৰ অভিজ্ঞতাৰ পাছত আম্বানী পৰিয়ালে এটা মুক্ত পৰিৱেশৰ বাসগৃহৰ সন্ধান কৰিছিল আৰু লণ্ডনত এনে এটা প্রাকৃতিক পৰিৱেশ সমৃদ্ধ বাসগৃহৰ সন্ধান লাভ কৰে।

লগে লগে প্রয়োজনীয় নিয়ম সম্পন্ন কৰি আম্বানীয়ে ৫৯২ কোটি টকাৰ বিনিময়ত লণ্ডনত প্রাসাদটো ক্রয় কৰে। যোৱা আগষ্টৰ পৰা এই প্রাসাদৰ পুনৰ নিৰ্মাণৰ কাম অব্যাহত আছে আৰু আম্বানী পৰিয়ালে নিজৰ প্ৰয়োজন অনুসৰি বাসগৃহটো আটকধুনীয়াকৈ সজাই-পৰাই লৈছে।

আম্বানী পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই লগতে প্ৰকাশ কৰা অনুসৰি, ৰিলায়েন্সৰ মুৰব্বীয়ে পৰিয়ালসহ চিৰদিনৰ বাবে দেশত্যাগ নকৰে; বৰঞ্চ পৰিয়ালটোৱে মুম্বাই আৰু লণ্ডনত নির্দিষ্ট দিন অতিবাহিত কৰিব। ভৱিষ্যতে ক’ভিডলেখীয়া পৰিস্থিতিত যাতে মুক্ত জীৱন যাপন অব্যাহত ৰাখিব পাৰি, সেই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সবাতোকৈ ধনাঢ্য পৰিয়ালটোৱে লণ্ডনত নতুন ঠিকনা স্থিৰ কৰিলে বুলি চৰ্চিত হৈছে। উল্লেখ্য যে আম্বানীৰ বৰ্তমানে মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১০০.৬ বিলিয়ন মার্কিন ডলাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LondonMUKESH AMBANI
publisher

publisher

Related Posts

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d