Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!

publisher by publisher
December 4, 2025
in News, world
Reading Time: 1 min read
0
ডিচেম্বৰতে আহি পাব পৃথিৱীৰ শেষ দিনটো!
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

অহা বছৰ অসমত প্রদর্শিত হ’ব শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰ

Bindabani Bastra:আনিবলৈ আজি চুক্তি ব্রিটিছ মিউজিয়ামৰে

প্ৰব্ৰজনবিৰোধী সমদলক কেন্দ্ৰ কৰি সংঘাতময় পৰিৱেশ লণ্ডনৰ ৰাজপথত

পাকিস্তানী সাধক বিয়াজ আহমদ গৌহৰ শ্বাহীক কেন্দ্ৰ কৰি পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কাৰণ তেওঁ এক সর্বনাশী ভবিষ্যদ্বাণী কৰিছে। পাক সাধকজনে এসময়ত দাবী কৰিছিল যে বছৰটো শেষ হোৱাৰ পূর্বেই এটা ধ্বংসাত্মক ধুমকেতুৱে পৃথিৱীত আঘাত কৰিব আৰু সেই আঘাততেই শেষ হৈ যাব মানবসভ্যতা আৰু পৃথিৱীৰ জীৱন।

ADVERTISEMENT

বহু বছৰ ধৰি গৌহৰ শ্বাহীৰ অনুগামীসকলৰ মাজত এই সতর্কবার্তা গোপনে ঘূৰি আছিল যদিও সম্প্রতি ই নতুনকৈ বিয়পি পৰিছে। বিশেষকৈ অনলাইন আলোচনা আৰু সামাজিক মাধ্যমৰ গুজৱত এই বিষয়টোবে সম্প্রতি বিশেষভাৱে ঠাই পাইছে।’ডেইলী মেইল’ কাকতত প্রকাশিত এক প্রতিবেদনত কোৱা হৈছে, গৌহৰ শ্বাহীয়ে বিশ্বাস কৰিছিল যে এই বিপর্যয় একেবাৰেই আকস্মিক নহয়।

মানৱ জাতিটো নিজৰ বিবেক, সহমর্মিতা আৰু আধ্যাত্মিক সত্যৰ পৰা ইমানেই বিচ্যুত হৈ পৰিছে যে ঈশ্বৰীয় প্রতিক্রিয়া এতিয়া অবশ্যম্ভাবী। সাধকজনে বৰ্ণনা কৰিছে যে মানুহে অহংকাৰ, ঘৃণা, যুদ্ধ, লোভ আৰু হিংসাত নিমজ্জিত হৈ নিজৰ পথ হেৰুৱাই পেলাইছে। সেই বাবেই ঈশ্বৰে পৃথিৱীলৈ এক মহাজাগতিক আঘাত পঠাব- এটা ধূমকেতু, যি সকলোবোৰ নিমিষতে ধ্বংস কৰি দিব। ২০০০ত প্রকাশ পোৱা নিজৰ গ্রন্থ ‘দ্য ৰেলিজন অব গড’ত গৌহৰ শ্বাহীয়ে লিখিছিল, ‘এটা ধুমকেতু পৃথিৱীখন সম্পুৰ্ণৰূপে ধ্বংস হোৱাৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে।আগন্তুক ২০-২৫ বছৰৰ ভিতৰতে ই আহি পৃথিৱীত পৰিব। সেয়াই হ’ব এই বিশ্বৰ শেষ দিন।’

সেই সময়সীমা গণনা কৰিলে দেখা যায় যে ঠিক এই সময়।সময়খিনিয়েই সেই ভবিষ্যদ্বাণীৰ মেছায়া ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অনুগামীসকলে দাবী কৰে যে ধুমকেতুৰ আঘাতত বিশ্বব্যাপী বিপর্যয় নামি আহিব। ভূমিকম্পত মহাদেশ ফাটি যাব, অনেক চহৰ প্ৰৱল টৌত তল যাব, খহি পৰিব সামগ্রিক বিশ্ব ব্যবস্থা। তেওঁলোকে বিশ্বাস কৰে যে গৌহৰ শ্বাহী হয়তো ক’ৰবাত আঁৰত আছে, পৃথিৱীৰ এই অধঃপতন দেখিছে আৰু প্রতীক্ষা কৰিছে সেই ‘শেষ মুহূর্ত’লৈ।

অৱশ্যে বাস্তৱ বিজ্ঞানৰ পর্যবেক্ষণে সম্পূর্ণ ভিন্ন মত পোষণ কৰিছে। নাছাসহ বিশ্বৰ বিভিন্ন মহাকাশ গৱেষণা সংস্থাই স্পষ্টভাবে জনাইছে যে চলিত বছৰ বা অদূৰ ভবিষ্যতে পৃথিৱীৰ দিশে ধাৱমান হোৱা কোনো ধুমকেতু বা গ্রহাণু নাই।

যিবোৰ বস্তুক আগৰ দিনত সম্ভাব্য আশংকাৰ তালিকাত ৰখা হৈছিল, যেনে এপ’ফিচ, সেইবোৰকো বিস্তাৰিতভাৱে পৰ্যবেক্ষণৰ পাছত আশংকামুক্ত বুলি ঘোষণা কৰা হৈছে। এই সময়ত একমাত্র উল্লেখযোগ্য আগন্তুক হৈছে আন্তঃনাক্ষৰিক বস্তু ‘৩১/এটলাছ’, সেইটো পৃথিৱীৰ পৰা অত্যন্ত দূৰত আছে আৰু কোনোপধ্যেই বিপদৰ কাৰণ নহয়।

আনহাতে, সাম্প্রতিক এক গৱেষণাই অৱশ্যে সতৰ্ক কৰিছে যে সূৰ্যৰ সমীপৰ অঞ্চলত থকা কিছু গ্রহাণু মানুহৰ দৃষ্টিৰ বাহিৰত লুকাই থাকিব পাৰে। বিশেষকৈ শুক্র গ্রহে মাজে মাজে এনেদৰে অৱস্থান লয় যে তাৰ পাছফালে থকা ক্ষুদ্র বস্তুবোৰ টেলিস্কোপত ধৰা নপৰে।

অৱশ্য এই গৱেষণাত ক’তো কোৱা নাই যে এনে কোনো গোপন গ্রহাণু এতিয়াই পৃথিৱীৰ দিশে ধাৱমান হৈ আছে। উল্লেখ্য যে গৌহৰ শ্বাহী ২০০১ত লণ্ডনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় আৰু তাৰ পৰা তেওঁক কোনোদিনেই প্রকাশ্যে দেখা পোৱা নাই।

কোনোবাই কয় যে তেওঁৰ মৃত্যু হৈছে, আকৌ তেওঁৰ অনুৰাগীসকলে দাবী কৰে যে তেওঁ অদৃশ্য হৈ পৰিছে কেৱল মানৱজাতিৰ চূড়ান্ত পৰিণতিৰ অপেক্ষাত। তেওঁলোকৰ বক্তব্য, কিছু দশকৰ পূৰ্বে বৃহস্পতি গ্রহত যি ধুমকেতু-খণ্ডৰ আঘাত লাগিছিল, সেয়া আছিল আসন্ন মহাবিপৰ্যয়ৰ প্রথম ইংগিত।

অৱশ্যে বিজ্ঞানীসকলৰ মতে, এইবোৰ দাবী কুসংস্কাৰ আৰু গুজৱৰ ওপৰত থিয় দি আছে। পৃথিৱীক ধ্বংস কৰিব পৰা কোনো ধুমকেতু সম্প্রতি মহাকাশত নাই আৰু মানৱসভ্যতাৰ শেষ সময় আহি পৰাৰ দৰে কোনো প্রমাণো নাই। বাস্তৱ তথ্যৰ ভিত্তিত ক’বলৈ হ’লে গৌহৰ শ্বাহীৰ ভৱিষ্যদ্বাণী বিশ্বাসৰ ক্ষেত্রতে সীমাবদ্ধ, বিজ্ঞানৰ নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: London
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d