উত্তৰ প্ৰদেশ নয়দাত অনুষ্ঠিত দশম সৰ্বভাৰতীয় আৰক্ষী আৰ্চাৰীত স্বর্ণ জয় কৰিবলৈ সক্ষম হয় অসম মহিলা আৰক্ষী আৰ্চাৰী দলে ।
ADVERTISEMENT
মহিলা আৰক্ষী আৰ্চাৰী দলৰ সদস্যসকল হৈছে বিনোমা ব্ৰহ্ম (দশম এপিবিএন), ডব্লিউইউবিচি ৰিতা বসুমতাৰী (গোৱালপাৰা ডিইএফ), ডব্লিউপিচি অনিমা মাঝি (দ্বিতীয় এপিটিএফ), ডব্লিউপিচি বিনামনি ৰাভা (প্ৰথম এপিটিএফ) ।
মহিলা আৰক্ষী আৰ্চাৰী দলটোক টুইটযোগে অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
https://twitter.com/himantabiswa/status/1458784502537330692?s=20