Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Uttarakhand Avalanche ৪৮ ঘণ্টা পাৰ হৈ গ’ল , এতিয়াও হিমস্খলনত আৱদ্ধ হৈ আছে চাৰিজন শ্ৰমিক !

বৰ্তমানলৈ ৫০ জন শ্ৰমিকক উদ্ধাৰ কৰাৰ হয় যদিও বৰ্তমানৰলৈকে বাকী চাৰিজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। উদ্ধাৰকাৰী দলটোৰ সূত্ৰৰ পৰা জানিব পৰা মতে বতৰ অনুকূল হ’লে ঘটনাস্থলীত উচ্চমানৰ ড্ৰ’ন উৰুৱাই শ্ৰমিকসকলক বিচাৰি উলিওৱা হ’ব।

publisher by publisher
March 2, 2025
in India
Reading Time: 1 min read
0
Uttarakhand Avalanche ৪৮ ঘণ্টা পাৰ হৈ গ’ল , এতিয়াও হিমস্খলনত আৱদ্ধ হৈ আছে চাৰিজন শ্ৰমিক !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Uttarakhand Avalanche ৪৮ ঘণ্টা পাৰ হৈ গ’ল , এতিয়াও হিমস্খলনত আৱদ্ধ হৈ আছে চাৰিজন শ্ৰমিক !

Uttarakhand Avalanche ৪৮ ঘণ্টা পাৰ হৈ গ’ল , এতিয়াও হিমস্খলনত আৱদ্ধ হৈ আছে চাৰিজন শ্ৰমিক !

ADVERTISEMENT

ক’ত আছে উত্তৰাখণ্ডৰ হিমস্খলনত আৱদ্ধ হোৱা চাৰিজন শ্ৰমিক? এইবাৰ উদ্ধাৰকাৰী দলটোৱে উন্নত প্ৰযুক্তিৰ সহায় লৈ তেওঁলোকক বিচাৰিবলৈ ওলাইছে। উত্তৰাখণ্ডৰ মানা গাঁৱত সংঘটিত হিমস্খলন কাণ্ডৰ ৪৮ ঘন্টা পাৰ হৈ গ’ল।

বৰ্তমানলৈ ৫০ জন শ্ৰমিকক উদ্ধাৰ কৰাৰ হয় যদিও বৰ্তমানৰলৈকে বাকী চাৰিজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। উদ্ধাৰকাৰী দলটোৰ সূত্ৰৰ পৰা জানিব পৰা মতে বতৰ অনুকূল হ’লে ঘটনাস্থলীত উচ্চমানৰ ড্ৰ’ন উৰুৱাই শ্ৰমিকসকলক বিচাৰি উলিওৱা হ’ব।

ইয়াৰ উপৰিও ‘কোৱাডকপ্টাৰ’ আৰু মানৱবিহীন বিমান (UAV)ও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰওপৰিও’কোৱাডকপ্টাৰ’ আৰু মানৱবিহীন বিমান বাহন (ইউএভি) ব্যৱহাৰ কৰা হ’ব পাৰে।

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাৰ বদ্ৰীনাথৰ ওচৰৰ মানা গাঁৱত এটা হিমস্খলন হৈছিল। সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) কমেও ৫৫ জন শ্ৰমিকে তাত কাম কৰি থকাৰ অৱস্থাত হিমস্খলন হোৱাত তাত কাম কৰি থকা শ্ৰমিকসকল আৱদ্ধ হৈ পৰে ।

ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ লগতে (আইটিবিপি)ভাৰতীয় সেনাও উদ্ধাৰ অভিযানত জড়িত আছে।

অৱশ্যে, শুক্ৰবাৰে প্ৰতিকূল বতৰৰ বাবে, উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয়। কম দৃশ্যমানতাৰ বাবে সেনাৰ হেলিকপ্টাসমূহ নমাই দিব পৰা নগ’ল। যদিও, শনিবাৰে পুৱাৰ পৰা বতৰ অলপ উন্নত হোৱাৰ লগে লগে হেলিকপ্টাৰখন অৱতৰণ কৰি আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ কাম চলে ।

উল্লেখ্য যে উদ্ধাৰ অভিযানৰ বাবে মুঠ ছয়খন হেলিকপ্টাৰ মোতায়েন কৰা হয়। শনিবাৰে গোটেই দিনটো উদ্ধাৰ অভিযান অব্যাহত আছিল । ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, এতিয়ালৈকে হিমস্খলনৰ পৰা ৫০ জন লোকক উদ্ধাৰ কৰা হৈছে।

অৱশ্যে, তেওঁলোকৰ চাৰিজনৰ মৃত্যু হয়। ইফালে আজি পুৱাৰে পৰা উদ্ধাৰকাৰী দলে সন্ধানহীন হৈ থকা পাঁচজন শ্ৰমিকক বিচাৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Uttarakhand Avalanche
publisher

publisher

Related Posts

BRICS Summit in New Delhi 2026 :ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
India

September 11, 2026
ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ উদ্ধাৰ, গ্ৰেপ্তাৰ কেবাজনো সেনা বিষয়া

নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d