Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sarbananda Sonowal “মাতৃৰ কোলা হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট শিক্ষানুষ্ঠান”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

publisher by publisher
March 2, 2025
in India
Reading Time: 1 min read
0
Sarbananda Sonowal “মাতৃৰ কোলা হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট শিক্ষানুষ্ঠান”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Sarbananda Sonowal “মাতৃৰ কোলা হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট শিক্ষানুষ্ঠান“: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ADVERTISEMENT

“মোদী চৰকাৰৰ দিনত নাৰীশক্তিৰ সশক্তিকৰণে এখন সৰ্বাংগসুন্দৰ আৰু আত্মনিৰ্ভৰ সমাজ তথা ৰাষ্ট্ৰ গঢ়াৰ পথ প্ৰশস্ত কৰিছে“: সোণোৱাল 

সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ ডিব্ৰুগড়ত আয়োজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

 “নাৰীশক্তি – সমাজৰ, ৰাষ্ট্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ চালিকাশক্তি। নাৰীশক্তিৰ সশক্তিকৰণে এখন সৰ্বাংগসুন্দৰ আৰু আত্মনিৰ্ভৰ সমাজ তথা ৰাষ্ট্ৰ গঢ়াৰ পথ প্ৰশস্ত কৰে”, সোণোৱাল কছাৰী জনগোষ্ঠীৰ নাৰী সমাজৰ উত্তৰণ তথা সবলীকৰণত সবল ভূমিকা পালন কৰি অহা সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ ডিব্ৰুগড়ত আয়োজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

ঋগ্বেদৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, “যুগে যুগে এখন সৰ্বাংগসুন্দৰ সমাজ আৰু ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত মানৱীয় প্ৰমূল্যবোধেৰে নাৰীয়ে আটাইতকৈ বেছি গধুৰ দায়িত্ব লৈ আহিছে৷ মাতৃৰ কোলা হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট শিক্ষানুষ্ঠান৷ প্ৰতিগৰাকী মাতৃয়েই নিজৰ সন্তানক যোগ্যতা আহৰণৰ বাবে অনুপ্ৰেৰণা দিয়ে আৰু আমাক জীৱনপথত সাহসেৰে আগুৱাই যোৱাৰ পথ দেখুৱায়৷ কষ্ট নকৰিলে, চেষ্টা নকৰিলে নিজৰ শক্তি আৰু যোগ্যতাৰ উমান পোৱাটো সম্ভৱ নহয়৷ প্ৰগতিৰ বাবে আমাক প্ৰযুক্তি নিশ্চয় লাগে, কিন্তু তাৰ লগতে মানৱতাও সমানেই জৰুৰী৷ মানৱতা অবিহনে প্ৰগতি সম্ভৱ নহয়৷ মানৱতাক প্ৰাধান্য দিলেহে আমি আমাৰ মাজত থকা দানৱক পৰাজিত কৰিব পাৰিম৷” আজিৰ এই তীব্ৰ প্ৰতিযোগিতামূলক পৃথিৱীখনত নিজৰ দক্ষতা, দৃঢ়তা, প্ৰতিভা আৰু নিষ্ঠাৰ বলত সোণোৱাল কছাৰী জনগোষ্ঠীক আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে সৰ্বানন্দ সোণোৱালে৷ “সফলতাৰ বাবে কোনো চমু বাট নাই, প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ মাজেৰেই সফলতাৰ চিৰি বগাব লাগিব। শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া- এই তিনিটা মাধ্যমৰ জৰিয়তে অসমৰ প্ৰতিটো জাতি-জনজাতিয়ে আগবাঢ়ি যাব লাগিব। সোণোৱাল কছাৰী সম্প্ৰদায়টোক আগৰণুৱা কৰিবলৈ আমি কামে-কাজে নিদৰ্শন দেখুৱাব লাগিব, কথাৰে নহয়। আৰু এইক্ষেত্ৰত প্ৰধান দায়িত্ব ল’ব লাগিব নাৰী সমাজে, পৰিৱৰ্তনৰ বাবে পদক্ষেপ ল’ব লাগিব, পৰিশ্ৰম কৰিব লাগিব৷ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৈনিক প্ৰায় ১৮ ঘণ্টাকৈ কাম কৰাৰ যি কৰ্মস্পৃহা, নিষ্ঠা আৰু একাগ্ৰতা দেখুৱাই আহিছে, তাক আমি সকলোৱে ৰাষ্ট্ৰৰ হিতাৰ্থে অনুকৰণ কৰিব লাগিব। নাৰীশক্তি মহাশক্তি, নাৰীশক্তি দেশৰ চালিকাশক্তি, এই নাৰীশক্তিয়ে সকলো দিশতে একবিংশ শতিকাক আগুৱাই নিব। আমাৰ চৰকাৰে বিগত দহ বছৰতকৈও অধিক সময় ধৰি নাৰী সবলীকৰণৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতৰ কোটি কোটি মহিলাই এতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ উপৰি দেশৰ সৰ্বাংগীণ প্ৰগতি তথা অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ ধৰিছে। ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ তথা উন্নত ভাৰত গঢ়াৰ দিশত আগভাগ ল’বলৈ জনগোষ্ঠীটোৰ মহিলাশক্তিক আহ্বান জনালোঁ। নাৰীশক্তি সবল হোৱা মানেই দেশৰ প্ৰগতি আৰু সমৃদ্ধি ক্ষিপ্ৰতৰ হোৱা।”

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী শ্ৰীমতী ৰশ্মিৰেখা সোণোৱাল, প্ৰাক্তন বিধায়িকা শ্ৰীমতী জ্যোৎস্না সোণোৱাল, অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী দীপুৰঞ্জন মাক্ৰাৰী, বিশিষ্টা অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° শ্ৰুতিধাৰা মহন্ত, আমন্ত্ৰিত অতিথি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী দেৱানন্দ চেলেং, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শ্ৰী দণ্ডী সোণোৱাল প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু স্থানীয় ৰাইজ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sarbananda Sonowa
publisher

publisher

Related Posts

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d