Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদ

উপাচাৰ্যৰ একনায়কত্ববাদৰ অভিযোগ শিক্ষাৰ্থীৰ, আঠটা দাবী লৈ প্ৰতিবাদত নামিল কটনিয়ান

publisher by publisher
November 18, 2021
in Assam, India, News
Reading Time: 1 min read
0
1
SHARES
10
VIEWS
ShareShareShareShare

ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে একনায়কত্ব চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষাৰ্থীৰ সমস্যাক আওকাণ কৰি উপাচাৰ্যগৰাকীয়ে মইমতালিৰে বিশ্ববিদ্যালয় পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে কটনিয়ানে । উপাচাৰ্যৰ এনে নীতিৰ বিৰুদ্ধে আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানখনৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ADVERTISEMENT

দিনৰ এক বজাৰ পৰা কে’বা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত মূল আঠটা দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে কটনত ‘বছ কালচাৰ’ নচলিব, কৰ্তৃপক্ষৰ মইমতালি নচলিব , আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ, ছাত্ৰ ঐক্য জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে বিশ্ববিদ্যালয় চৌহদ কঁপাই তোলে । প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হীৰক পাটোৱাৰীয়ে কয়, ‘এখন শিক্ষানুষ্ঠানৰ প্ৰধান চালিকাশক্তি হৈছে ইয়াৰ শিক্ষাৰ্থী সকল । যেতিয়াই শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ সমস্যাক আওকাণ কৰিব তেতিয়াই প্ৰতিবাদৰ জোৱাৰ উঠিব । বিগত দিনত আমি আমাৰ সমস্যাসমূহ লৈ যেতিয়াই উপাচাৰ্যৰ ওচৰলৈ গৈছোঁ তেতিয়াই তেওঁ আমাক নিৰাশ কৰিছে । তেওঁ আমাক সাক্ষাৎ নিদিয়ে, আমাৰ সন্মুখীন নহয় । ছাত্ৰ-ছাত্ৰীয়ে কি সমস্যাৰ সন্মুখীন হৈ আহিছে তালৈ তেওঁৰ কাণসাৰ নাই । নিজৰ ইচ্ছা মতে তেওঁ বিশ্ববিদ্যালয়খন পৰিচালনা কৰি গৈছে । তেওঁ যি ভাল বুলি ভাবে তাকেই কৰি গৈছে ।’

RelatedPosts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

তেওঁ পুনৰ কয় ‘কটনক ঐতিহ্যমণ্ডিত বুলি কোৱা হয় । কিন্তু তেওঁৰ বাবে হোৱা নাই । তেওঁ ইয়াৰ ঐতিহ্য অক্ষুন্ন ৰখাৰ চেষ্টা কৰা উচিত । বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কিমান সমস্যাৰ সন্মুখীন হৈ আহিছে সেয়া হয়তো বাহিৰৰ পৰা চালে ধৰিব নোৱাৰি । অনুষ্ঠান পাতিলে কৰ’না নহয়, কিন্তু ক্লাছ কৰিলে কৰ’না হ’ব । সেইটো কেনেকুৱা কথা । প্ৰায় এমাহৰ আগৰ পৰাই অফলাইন ক্লাছ আৰম্ভ হৈছে যদিও স্নাতক দ্বিতীয় বৰ্ষৰ বাবে ছাত্ৰীনিবাস সমূহ খুলি দিয়া নাই । তেনে স্থলত ক্লাছ কৰিবলৈ হলে ছাত্ৰীসকলে ৰুমভাড়া কৰি থাকিব লাগিব । কিন্তু সকলো শিক্ষাৰ্থীৰ বাবে ইমান পইচা খৰছ কৰাটো সম্ভৱ নহয় । ইপিনে অনলাইন ক্লাছৰ নামতো ছাত্ৰ-ছাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ।’

তেওঁ লগতে কয়, ‘এটা ষাণ্মাসিক সমাপ্ত হ’বলৈ ছমাহ লাগে । কিন্তু আমাৰ তিনি-চাৰিমাহতেই পৰীক্ষা পাতি ষাণ্মাসিক সমাপ্ত কৰি আহিছে । ছমাহৰ বাবে প্ৰস্তত কৰা ছিলেবাছ কেনেকৈ সময়তকৈ পূৰ্বে সমাপ্ত কোৱেইব পাৰে ? ক’ভিডৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ২০১১ বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে তেওঁলোকৰ বাবে কোনো ধৰণৰ বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰা নাই কৰ্তৃপক্ষই । আমি বিচাৰো পৰীক্ষা নিয়ন্ত্ৰণ বিভাগৰ সংস্কাৰ সাধন হওক । কিয়নো পৰীক্ষাৰ ফলাফল ঘোষণা হওঁতে বহু পলম হয় । পৰীক্ষা নিয়ন্ত্ৰকৰ ব্যবহাৰে আমাক অতিষ্ঠ কৰি আহিছে । কোনো কথাৰ বাবে তেওঁলোকৰ ওচৰত আমাৰ বাবে পোনপটীয়া উত্তৰ কেতিয়াও নাথাকে । বিশ্ববিদ্যালয়ৰ শৌচাগাৰ- প্ৰস্ৰাৱগাৰৰ আন্তঃগাঁথনি অত্যন্ত দুৰ্বল । ইপিনে হোষ্টেলসমূহৰো একেই অৱস্থা । বহিবলৈ চকী-মেজ নাই , খোৱাপানীৰ ব্যৱস্থাও উন্নত নহয় । তেনেদৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মোটা অনুদান আগবঢ়োৱাৰ পিছতো বিশ্ববিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত কিয় অত্যাধুনিক সা-সৰঞ্জামৰ অভাৱ হৈ আছে বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে ।’

উল্লেখ্য, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ উত্তাল প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত উপাচাৰ্যই শিক্ষাৰ্থীসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । এই সন্দৰ্ভত ছাত্ৰ একতা সভাৰ সভাপতি পাটোৱাৰীয়ে কয়, ‘আমাৰ ৮০ শতাংশ দাবী শীঘ্ৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে কৰ্তৃপক্ষই । অফলাইন ক্লাছ সমূহ এক ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহ খুলি দিব । কাইলৈৰ পৰা শৌচলয়-প্ৰস্ৰাৱগাৰৰ আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰিব । তেনেদৰে পৰীক্ষাৰ ক্ষেত্ৰত থকা কেৰুণসমূহ দূৰ কৰিবলৈ তেওঁলোকে আলোচনাৰ মাধ্যমেৰে শীঘ্ৰে এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cotton UniversityProteststudents
publisher

publisher

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d