Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , প্ৰয়াত উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী

    Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

    Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

    Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ

    Narendra Modi : ‘ দেশত বিভাজন সৃষ্টিৰ চেষ্টা ‘, সতৰ্ক কৰিলে মোদীয়ে

    Bus Accident : হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

    Pathaan : ‘ পাঠান ‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    Eye Care : চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

    Horoscope:দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home

Africa Corona:টিকাহীন আফ্ৰিকাত ক’ভিডো কম

publisher by publisher
November 21, 2021
in COVID-19, International, News
Reading Time: 1 min read
0
Africa Corona:টিকাহীন আফ্ৰিকাত ক’ভিডো কম
2
SHARES
17
VIEWS
ShareShareShareShare

নাই কোনো শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি ।চিকিৎসক -নাৰ্ছো কম । টিকাৰ কোনো যোগান নাই। ক’ভিড অতিমাৰিত আফ্ৰিকাৰ দৰিদ্ৰ দেশবোৰৰ কি হ’ব,তাক লৈ চিন্তিত আছিল বিশেষজ্ঞসকল ।

ADVERTISEMENT

কিন্তু আফ্ৰিকাৰ প্ৰকৃত পৰিস্থিতিয়ে অন্য কথাহে ক’লে। ৰহস্যজনক ভাৱে টিকাকৰণ, চিকিৎসাৰ বৰ্মহীন আফ্ৰিকাত কৰ’নাত সংক্ৰমণৰ ঘটনা যথেষ্ট কম। আনকি কম মৃত্যু। এই দেখি অবাক বিশেষজ্ঞসকল।

RelatedPosts

COVID-19 : মাস্ক পৰিধান নকৰিবলৈ পৰামৰ্শ দিয়া চিকিৎসকক কাৰাদণ্ড জার্মানীত

Coronavirus : দেশত কৰ’নাৰ চতুর্থ ঢৌ কোন পথে ?

China : চীনত জীৱিকাৰ সংকট : ১৬-২৪ বছৰীয়া দুই কোটি লোক সংস্থাপনহীন

এই সপ্তাহত, সমগ্ৰ জিম্বাবোৱেত মাত্ৰ ৩৩ টা নতুন কৰ’না সংক্ৰমণৰ খবৰ পোৱা গৈছে। মৃত্যুৰ কোনো খবৰ নাই। সমগ্ৰ আফ্ৰিকা মহাদেশত ক’ভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে।

বিশ্ব স্বাস্থ্য সংস্থা হু-য়ে জনাইছে জুলাইৰ পৰা কৰ’না সংক্ৰমণ হ্ৰাস হোৱা আৰম্ভ হৈছে এই মহাদেশত। কিন্তু কোনো দিনে ঘৰে ঘৰে ক’ভিড দেখা পোৱা নাছিল।

বিগত বৰ্ষত যেতিয়া কৰ’না-আতংক আৰম্ভ হৈছিল, স্বাস্থ্য বিশেষজ্ঞসকলে আফ্ৰিকাক লৈ গভীৰভাৱে চিন্তিত আছিল।আশংকা কৰা হৈছিল লাখ লাখ লোকৰ মৃত্যু হ’ব পাৰে এই মহাদেশত।

আফ্ৰিকাত কিমান জন লোক সংক্ৰমিত হৈছে, কিমান জন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে আফ্ৰিকাৰ দেশবোৰৰ সঠিক নিৰীক্ষণ নাই, কোনো চৰকাৰী নিৰীক্ষণ নাই।

ফলস্বৰূপে, প্ৰকৃত পৰিস্থিতি কি কোনেও নাজানে। অৱশ্যে, যদি সংক্ৰমণ বা মৃত্যু গুৰুতৰভাৱে বৃদ্ধি হয়,আশেপাশে চকু ৰাখিলেই স্পষ্ট হ’ব।

বিশেষজ্ঞসকলে স্বীকাৰ কৰিছে যে এতিয়া ক’ভিড সংক্ৰমণ আৰু অধিক হ্ৰাস পাইছে। কিন্তু তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছে যে পৰিস্থিতি যিকোনো সময়তে ঘূৰি আহিব পাৰে।

কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিশ্ব স্বাস্থ্য বিভাগৰ মুৰব্বী ৱাফা এল-সদাৰে কয়, “বিজ্ঞানীসকল আফ্ৰিকাক লৈ চিন্তিত। এইটো এটা ৰহস্যজনক । আফ্ৰিকাৰ ওচৰত ভেকছিন নাই।

ক’ভিডৰ স’তে যুঁজিবলৈ কোনো আন্তঃগাঁথনি নাই। কিন্তু এই সকলোবোৰ ইউৰোপ আৰু আমেৰিকাত আছে। অথচ তেওঁলোকৰ তুলনাত আফ্ৰিকাৰ অৱস্থা বহুত ভাল।”

গড় হিচাপত, আফ্ৰিকাত গড়ে ছয় শতাংশতকৈও কম টিকাকৰণ কৰা হৈছে। ইউৰোপ-আমেৰিকাত ই ৭০-৮০ শতাংশ । কিন্তু গোটেই ইউৰোপৰ পৰিস্থিতি আকৌ বেয়া। বিশেষকৈ জাৰ্মানী, অষ্ট্ৰিয়া, ৰাছিয়াৰ পৰিস্থিতি ৰ্যথেষ্ট জটিল।

কিছুমান বিশেষজ্ঞই কয় যে আফ্ৰিকাত যথেষ্ট সংখ্যক যুৱক-যুৱতী আছে। গড়ে ২০ বছৰ। পশ্চিম ইউৰোপত যুৱ প্ৰজন্মৰ গড় বয়স ৪৩। তদুপৰি, আফ্ৰিকাত আধুনিক জীৱন যাপন কম।

তেওঁলোকে মুকলি আকাশৰ তলত ঘৰৰ বাহিৰত অধিক সময় অতিবাহিত কৰে, আৱদ্ধ ঠাইত কম। নিম্ন সংক্ৰমণৰ হাৰৰ (যেনে আনুবংশিক) আঁৰত আন কোনো কাৰণ থাকিব পাৰে নেকি পৰীক্ষা কৰা হৈছে।

বহু বিশেষজ্ঞই কয় যে আফ্ৰিকাত মেলেৰিয়া আৰু ইবোলা প্ৰকোপ বেছি । ক’ভিড ভাইৰাছে এই ৰোগৰ দ্বাৰা আগতে প্ৰভাৱিত হোৱা সকলক সংক্ৰমণ কৰিবলৈ সক্ষম হোৱা নাই।

আন এটা গোটেও প্ৰশাসনৰ সাফল্যৰ ওপৰত দৃষ্টি ৰাখিছে। তেওঁলোকে কয় যে মালীৰ দৰে দেশবোৰে মহামাৰীৰ প্ৰভাৱ পোৱাৰ লগে লগে সীমান্ত বন্ধ কৰি দিছিল। ফলস্বৰূপে, ভাইৰাছটো বাহিৰৰ পৰা প্ৰৱেশ কৰা নাছিল।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AfricaCORONAVIRUS
publisher

publisher

Related Posts

Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , প্ৰয়াত উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী
India

January 29, 2023
Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য
International

Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

January 29, 2023
Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত
Assam

Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

January 29, 2023
Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ
Assam

Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ

January 29, 2023
Narendra Modi : ‘ দেশত বিভাজন সৃষ্টিৰ চেষ্টা ‘, সতৰ্ক কৰিলে মোদীয়ে
India

Narendra Modi : ‘ দেশত বিভাজন সৃষ্টিৰ চেষ্টা ‘, সতৰ্ক কৰিলে মোদীয়ে

January 29, 2023
Bus Accident : হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক
International

Bus Accident : হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক

January 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: