Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

Africa Corona:টিকাহীন আফ্ৰিকাত ক’ভিডো কম

publisher by publisher
November 21, 2021
in COVID-19, International, News
Reading Time: 1 min read
0
Africa Corona:টিকাহীন আফ্ৰিকাত ক’ভিডো কম
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন

ক্রমে বিচ্ছিন্ন হৈছে আফ্রিকা-আৰৱৰ ভূগর্ভস্থ ফলক, নতুন সাগৰ সৃষ্টিৰ সম্ভাৱনা

নাই কোনো শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি ।চিকিৎসক -নাৰ্ছো কম । টিকাৰ কোনো যোগান নাই। ক’ভিড অতিমাৰিত আফ্ৰিকাৰ দৰিদ্ৰ দেশবোৰৰ কি হ’ব,তাক লৈ চিন্তিত আছিল বিশেষজ্ঞসকল ।

ADVERTISEMENT

কিন্তু আফ্ৰিকাৰ প্ৰকৃত পৰিস্থিতিয়ে অন্য কথাহে ক’লে। ৰহস্যজনক ভাৱে টিকাকৰণ, চিকিৎসাৰ বৰ্মহীন আফ্ৰিকাত কৰ’নাত সংক্ৰমণৰ ঘটনা যথেষ্ট কম। আনকি কম মৃত্যু। এই দেখি অবাক বিশেষজ্ঞসকল।

এই সপ্তাহত, সমগ্ৰ জিম্বাবোৱেত মাত্ৰ ৩৩ টা নতুন কৰ’না সংক্ৰমণৰ খবৰ পোৱা গৈছে। মৃত্যুৰ কোনো খবৰ নাই। সমগ্ৰ আফ্ৰিকা মহাদেশত ক’ভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে।

বিশ্ব স্বাস্থ্য সংস্থা হু-য়ে জনাইছে জুলাইৰ পৰা কৰ’না সংক্ৰমণ হ্ৰাস হোৱা আৰম্ভ হৈছে এই মহাদেশত। কিন্তু কোনো দিনে ঘৰে ঘৰে ক’ভিড দেখা পোৱা নাছিল।

বিগত বৰ্ষত যেতিয়া কৰ’না-আতংক আৰম্ভ হৈছিল, স্বাস্থ্য বিশেষজ্ঞসকলে আফ্ৰিকাক লৈ গভীৰভাৱে চিন্তিত আছিল।আশংকা কৰা হৈছিল লাখ লাখ লোকৰ মৃত্যু হ’ব পাৰে এই মহাদেশত।

আফ্ৰিকাত কিমান জন লোক সংক্ৰমিত হৈছে, কিমান জন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে আফ্ৰিকাৰ দেশবোৰৰ সঠিক নিৰীক্ষণ নাই, কোনো চৰকাৰী নিৰীক্ষণ নাই।

ফলস্বৰূপে, প্ৰকৃত পৰিস্থিতি কি কোনেও নাজানে। অৱশ্যে, যদি সংক্ৰমণ বা মৃত্যু গুৰুতৰভাৱে বৃদ্ধি হয়,আশেপাশে চকু ৰাখিলেই স্পষ্ট হ’ব।

বিশেষজ্ঞসকলে স্বীকাৰ কৰিছে যে এতিয়া ক’ভিড সংক্ৰমণ আৰু অধিক হ্ৰাস পাইছে। কিন্তু তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছে যে পৰিস্থিতি যিকোনো সময়তে ঘূৰি আহিব পাৰে।

কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিশ্ব স্বাস্থ্য বিভাগৰ মুৰব্বী ৱাফা এল-সদাৰে কয়, “বিজ্ঞানীসকল আফ্ৰিকাক লৈ চিন্তিত। এইটো এটা ৰহস্যজনক । আফ্ৰিকাৰ ওচৰত ভেকছিন নাই।

ক’ভিডৰ স’তে যুঁজিবলৈ কোনো আন্তঃগাঁথনি নাই। কিন্তু এই সকলোবোৰ ইউৰোপ আৰু আমেৰিকাত আছে। অথচ তেওঁলোকৰ তুলনাত আফ্ৰিকাৰ অৱস্থা বহুত ভাল।”

গড় হিচাপত, আফ্ৰিকাত গড়ে ছয় শতাংশতকৈও কম টিকাকৰণ কৰা হৈছে। ইউৰোপ-আমেৰিকাত ই ৭০-৮০ শতাংশ । কিন্তু গোটেই ইউৰোপৰ পৰিস্থিতি আকৌ বেয়া। বিশেষকৈ জাৰ্মানী, অষ্ট্ৰিয়া, ৰাছিয়াৰ পৰিস্থিতি ৰ্যথেষ্ট জটিল।

কিছুমান বিশেষজ্ঞই কয় যে আফ্ৰিকাত যথেষ্ট সংখ্যক যুৱক-যুৱতী আছে। গড়ে ২০ বছৰ। পশ্চিম ইউৰোপত যুৱ প্ৰজন্মৰ গড় বয়স ৪৩। তদুপৰি, আফ্ৰিকাত আধুনিক জীৱন যাপন কম।

তেওঁলোকে মুকলি আকাশৰ তলত ঘৰৰ বাহিৰত অধিক সময় অতিবাহিত কৰে, আৱদ্ধ ঠাইত কম। নিম্ন সংক্ৰমণৰ হাৰৰ (যেনে আনুবংশিক) আঁৰত আন কোনো কাৰণ থাকিব পাৰে নেকি পৰীক্ষা কৰা হৈছে।

বহু বিশেষজ্ঞই কয় যে আফ্ৰিকাত মেলেৰিয়া আৰু ইবোলা প্ৰকোপ বেছি । ক’ভিড ভাইৰাছে এই ৰোগৰ দ্বাৰা আগতে প্ৰভাৱিত হোৱা সকলক সংক্ৰমণ কৰিবলৈ সক্ষম হোৱা নাই।

আন এটা গোটেও প্ৰশাসনৰ সাফল্যৰ ওপৰত দৃষ্টি ৰাখিছে। তেওঁলোকে কয় যে মালীৰ দৰে দেশবোৰে মহামাৰীৰ প্ৰভাৱ পোৱাৰ লগে লগে সীমান্ত বন্ধ কৰি দিছিল। ফলস্বৰূপে, ভাইৰাছটো বাহিৰৰ পৰা প্ৰৱেশ কৰা নাছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfricaCORONAVIRUS
publisher

publisher

Related Posts

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d