Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Tax Fraud : ব্যৱসায়ীৰ গৃহত উদ্ধাৰ প্রায় ১৫০ কোটি টকা, তদন্ত আয়কৰ বিভাগৰ

publisher by publisher
December 24, 2021
in India, News
Reading Time: 1 min read
0
Tax Fraud : ব্যৱসায়ীৰ গৃহত উদ্ধাৰ প্রায় ১৫০ কোটি টকা, তদন্ত আয়কৰ বিভাগৰ
3
SHARES
26
VIEWS
ShareShareShareShare

যিফালে‌ চাই, সিফালেই টকাৰ নোট ! পীযূষ জৈন নামে কানপুৰৰ এজন ব্যৱসায়ীৰ গৃহত তালাচী চলাই ১৫০ কোটিৰ নোট উদ্ধাৰ কৰিছে আয়কৰ বিভাগে । লগতে তেওঁৰ একাধিক সংস্থাতো তালাচী চলোৱা হৈছে । কানপুৰৰ আয়কৰ বিভাগে প’ষ্ট কৰা ছবিত দেখা গৈছে, বিষয়াসকলে মাটিত নোটৰ স্তূপত বহি মেচিনৰ সহায়ত টকা গণনা কৰিছে ।

ADVERTISEMENT

অন্য ছবিত দেখা গৈছে, পীযূষৰ ঘৰৰ আলমাৰীত ভর্তি হৈ আছে টকা । নোটবোৰ সৰু সৰু বাকচত ৰখা হৈছে । হালধীয়া টেপেৰে বাকচৰ মুখ বন্ধ কৰা আছে । আয়কৰ বিভাগ সূত্রে জনোৱা হৈছে, শুকুৰবাৰে পুৱা পর্যন্ত ১৫০ কোটি টকাৰ নোট উদ্ধাৰ কৰা হৈছে । কানপুৰৰ লগতে মুম্বাইতো পীযূষৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছে ।

RelatedPosts

Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !

Income Tax Raid :ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ মাৰাথন অভিযান

Income Tax Team Raid In Kaziranga University Owner Residence:কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

100+ करोड़ कैश मिला है समाजवादी परफ्यूम लॉन्च करने वाले व्यापारी के घर से। pic.twitter.com/6zo0odVLur

— Prashant Umrao (Modi Ka Parivar) (@ippatel) December 23, 2021

কৰ ফাঁকি দিয়াৰ অভিযোগতেই আয়কৰ বিভাগৰ বিষয়াসকলে তালাচী চলাইছে । বিষয়াসকলে জনাইছে, ব্যৱসায়ীজনৰ বিৰুদ্ধে ভুৱা ইনভয়েছ দি সামগ্ৰী পঠোৱা, ই-ৱে বিল অবিহনে সামগ্ৰী পঠোৱাৰ অভিযোগ উত্থাপিত হৈছিল । ভুৱা সংস্থাৰ নামতো ইনভয়েছ তৈয়াৰ কৰাৰ অভিযোগ আছিল । ৫০ হেজাৰ টকাৰ দুশটা এনে ভুৱা ইনভয়েছ পোৱা গৈছে বুলি অভিযোগ পীযূষৰ সংস্থাৰ বিৰুদ্ধে ।

#WATCH | As per Central Board of Indirect Taxes and Customs chairman Vivek Johri, about Rs 150 crores have been seized in the raid, counting still underway.

Visuals from businessman Piyush Jain's residence in Kanpur. pic.twitter.com/u7aBTJhGxW

— ANI (@ANI) December 24, 2021

আয়কৰ বিভাগৰ বিষয়াসকলে প্রথমে আনন্দপুৰীত পীযূষৰ ঘৰত তালাচী চলায় । তাতেই উদ্ধাৰ হয় ১৫০ কোটিৰ নোট । পীযূষৰ সুগন্ধী দ্রব্যৰ ব্যৱসায় আছে । লগতে তেওঁৰ কোল্ড ষ্টোৰ, পেট্র’ল পাম্পৰো ব্যৱসায় আছে । তেওঁ মুম্বাইৰ এটা শ্ব’-ৰুমৰ স্বত্বাধিকাৰী । কানপুৰত আয়কৰ বিভাগৰ বিষয়াসকলৰ স’তে মুম্বাইৰ বিষয়াসকলেও যোগ দিয়ে তালাচী অভিযানত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: businessmanIncome Tax Raid
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d