Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশনত অসমৰ ৰাকেশ দাসক ৰাষ্ট্ৰীয় সম্পাদক নিযুক্তি

publisher by publisher
December 28, 2021
in India, News
Reading Time: 1 min read
0
অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশনত অসমৰ ৰাকেশ দাসক ৰাষ্ট্ৰীয় সম্পাদক নিযুক্তি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Abvp :দেশত ক’চিং ইনষ্টিটিউটৰ বাবে নীতি নিৰ্ধাৰণৰ দাবী এবিভিপিৰ

Abvp:এবিভিপি আৰু সীল ন্যাসৰ উদ্যোগত উত্তৰ -পূব ভাৰতৰ 240 ছাত্র প্রতিনিধিক দেশৰ বিভিন্ন প্ৰান্তত বিপুল আদৰণি

Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন

মধ্যপ্রদেশৰ জব্বলপুৰ চহৰত অনুষ্ঠিত হােৱা বিদ্যার্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশন যােৱা ২৪,২৫, ২৬ ডিচেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সুকলমে অনুষ্ঠিত হৈ যায়।

ADVERTISEMENT

সমগ্র ভাৰবৰ্ষৰ প্রায় সাত শতাধিক কাৰ্য্যকর্তাই এই অধিৱেশনত আগভাগ লয়। ভাৰতবৰ্ষৰ প্রতিষ্ঠিত বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে আৰু অধিক বিভাষিত কৰি তােলে ৰাষ্ট্ৰীয় অধিৱেশনস্থলীৰ সৌষ্ঠৱ।

তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হােৱা এই অধিৱেশনৰ আৰম্ভণি হয় ২৪/১২/২০২১ তাৰিখ, শুক্রবাৰে। বিদ্যার্থী পৰিষদৰ ধ্বজা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশনৰ প্রথম কাৰ্যসূচী।

সাংস্কৃতিক শােভাযাত্রা, মুকলি সভা প্রদর্শনী আদি বিভিন্ন কাৰ্যসূচীৰে আৰু অধিক বর্ধিত হৈ উঠে অধিৱেশনস্থলী।

এই ৰাষ্ট্ৰীয় অধিৱেশনৰ মুখ্য উদ্দেশ্য সমূহ হৈছে,বিভিন্ন সমস্যাৰ ওপৰত প্ৰস্তাৱ গ্রহণ কৰা, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শৈক্ষিক চৌভিতিৰ ওপৰত বিভিন্ন প্রস্তাৱ গ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় সভাপতি, সাধাৰণ সম্পাদক নির্বাচনৰ দ্বাৰা পূর্ণাংগ ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হয় ।

বিভিন্ন গুৰুত্বপূর্ণ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হােৱা এই ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল পৰিসমাপ্তি দেওবাৰে ঘটে। এই ৰাষ্ট্ৰীয় অধিৱেশনত পুনৰবাৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নির্বাচিত হয় চৌগন ভাই পাটেল ।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হয় নিধি ত্রিপাঠী আৰু লগতে অসমৰাে কেবাজনাে ছাত্র নেতাই ৰাষ্ট্ৰীয় সমিতিত স্থান লাভ কৰিবলৈ সক্ষম হয়।

তাৰে ভিতৰত বৰ্তমানৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস ডাঙৰীয়াক ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি প্রদান কৰে।

বৰ্তমানৰ ৰাজ্যিক যুটীয়া সম্পাদিকা ৰীমা ঘােষ ডাঙৰীয়ানীক কেন্দ্রীয় কার্যসমিতিৰ সদস্য লগতে ৰাষ্ট্রীয় সহ-সংযােজক SFS (STUDENT FOR SEWA) হিচাপে নিযুক্তি প্রদান কৰে।

ৰাষ্ট্রীয় কার্যনির্বাহক ক্রমে-,শৈলেন গগৈ, মানস জ্যোতি বৰুৱা, ৰূপশ্রী গগৈ, কৃশালয় চক্ৰৱৰ্তী ৰিংকু প্রিয়াচী, গৌৰৱ মিশ্র আৰু লগতে বিদ্যার্থী পৰিষদৰ উত্তৰ-পূৱ ক্ষেত্ৰৰ ক্ষেত্রীয় সাংগঠনিক সম্পাদক হিচাপে পুনৰবাৰ নিযুক্তি লাভ কৰে নীৰৱ ঘিলানী দেৱে।

ৰাজ্যিক নৱ নিযুক্ত সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি লাভ কৰে অনুপ কুমাৰ ডাঙৰীয়াই আৰু ৰাজ্যিক সহ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি লাভ কৰে ক্ৰমে,নিৰজ চৌধাকৰ ডাঙৰীয়া আৰু বিপুল ৰাভা ডাঙৰীয়াই।

বিদ্যার্থী পৰিষদৰ পৰৱর্তী ৬৮তম ৰাষ্ট্ৰীয় অধিৱেশন অসম (গুৱাহাটী) ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই সিদ্ধান্তই বিদ্যার্থী পৰিষদ অসম প্রদেশৰ কাৰ্যকৰ্তাক উৎফুল্লিত লগতে উৎসাহিত কৰি তােলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABVPRakesh Das
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d