Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Abvp:এবিভিপি আৰু সীল ন্যাসৰ উদ্যোগত উত্তৰ -পূব ভাৰতৰ 240 ছাত্র প্রতিনিধিক দেশৰ বিভিন্ন প্ৰান্তত বিপুল আদৰণি

ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰাৰ অধিনত ভাৰতৰ বিভিন্ন প্ৰান্তলৈ উত্তৰ -পূবৰ ছাত্ৰ- ছাত্ৰী

publisher by publisher
January 25, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Abvp:এবিভিপি আৰু সীল ন্যাসৰ উদ্যোগত উত্তৰ -পূব ভাৰতৰ 240 ছাত্র প্রতিনিধিক দেশৰ বিভিন্ন প্ৰান্তত বিপুল আদৰণি
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Abvp :দেশত ক’চিং ইনষ্টিটিউটৰ বাবে নীতি নিৰ্ধাৰণৰ দাবী এবিভিপিৰ

Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন

Tense Situation at Guwahati University:গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

Abvp:

আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন (ছীল)ৰ দ্বাৰা আয়োজিত “ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা- ২০২৫”ৰ অধিনত পূৰ্বাঞ্চলৰ ২৪০ গৰাকী ছাত্র-ছাত্ৰী ২০ টাকৈ দিন ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিব। এই যাত্ৰাৰ সময়ত সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত স্থানীয় ছাত্র-ছাত্ৰী আৰু নাগৰিকসকলে পৰম্পৰাগত ভাৱে উত্তৰ -পূব ভাৰতৰ ছাত্ৰ- ছাত্ৰী সকলক বিপুল আদৰণি জনায়।

ADVERTISEMENT

হাজাৰ হাজাৰ সংখ্যাত আহি স্থানীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা আৰু স্থানীয় লোক সকলে ৰে’লৱে ষ্টেচনত ঢোল, পুষ্পবৰ্ষা কৰি পূৰ্বাঞ্চলৰ ছাত্র-ছাত্ৰীসকলক আদৰণি জনায়। বাৰাণসীৰ পণ্ডিত দীনদয়াল উপাধ্যায় ৰে’লৱে ষ্টেচনত বহু সংখ্যক লোকে পূৰ্বাঞ্চলৰ প্ৰতিনিধিসকলক বিপুল আদৰণি জনাই উত্তৰ প্ৰদেশৰ ভূমিলৈ স্বাগতম কৰে। ষ্টেচনটোত সেই সময় ঢোল আৰু বৈদিক মন্ত্রোচ্চাৰণৰে গুঞ্জৰিতহৈ পৰিছিল।

বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে পূৰ্বাঞ্চলৰ ছাত্ৰ- ছাত্ৰী সকলক পুষ্পবৰ্ষা আৰু ভাৰত মাতাৰ জয়, বন্দে মাতৰম, ভিন্ন ভাষা, ভিন্ন বস্ত্ৰ, তথাপি আমাৰ এক দেশ – বাৰাণসী হওক গুৱাহাটী, আমাৰ দেশ আমাৰ মাটি আদি শ্ল’গানেৰে মুখৰিত কৰি তুলিছিল। এই যাত্ৰাৰ অধিনত ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানলৈ পাটনা, লক্ষ্ণৌ, ভূৱনেশ্বৰ, গোৰক্ষপুৰ আৰু কানপুৰ ৰে’লৱে ষ্টেচনত ঐতিহাসিক স্বাগতম কৰা হয়।

এই যাত্ৰা ২২ জানুৱাৰী ২০২৫ৰ পৰা ১৩ ফেব্ৰুৱাৰী ২০২৫ লৈ অনুষ্ঠিত হ’ব। এই যাত্ৰাৰ অধিনত পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ২৪০ গৰাকী ছাত্র-ছাত্ৰীক ৮টা গোটত বিভক্ত কৰি দেশৰ ২০খন ৰাজ্যৰ ৩২ খন চহৰলৈ যাত্ৰা কৰিব।

ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা ২০২৫ৰ সংযোজক তথা এবিভিপি মণিপুৰৰ সংগঠনিক সম্পাদক  ভাগৱত সিং ৰাজাৱতে জনাই যে পূৰ্বাঞ্চলৰ ৬৪ খন জিলাৰ ৮২ স্থানৰ ৭৯ খন শিক্ষা প্ৰতিষ্ঠানৰ ৬৮ টি জনজাতিৰ ১১৭ গৰাকী ছাত্র আৰু ৯৭ গৰাকী ছাত্ৰীৰ লগতে ১৬ গোট প্ৰমূখ আৰু সহঃ প্ৰমূখ সহ ১০ গৰাকী পূৰ্বাঞ্চলৰ প্ৰৱাসী কাৰ্যকৰ্তা এই যাত্ৰাত অংশগ্ৰহণ কৰিছে।

এই আটাইকেইটা দল পূৰ্বাঞ্চলৰ মহান সংগ্রামীৰ নামৰে নামাকৰণ কৰা হৈছে যাতে পূৰ্বাঞ্চলৰ অজ্ঞাত সেনানী সকলৰ বিষয়ে সমগ্ৰ দেশৰ লোকসকলে জানিব পাৰে। এই দল সমূহত পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু আন বিশেষ শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। এই ছাত্ৰ-ছাত্ৰীসকলক দেশৰ বিভিন্ন ৰাজ্যৰ ঐতিহাসিক স্থানসমূহ, শৈক্ষিক প্ৰতিষ্ঠানসমূহ, বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহ আৰু পৰ্যটক স্থানসমূহত ভ্ৰমণ কৰোৱাৰ লগতে প্ৰত্যেক স্থানতেই স্থানীয় লোকৰ ঘৰত বাস কৰি সেই স্থানৰ সংস্কৃতি আৰু পৰম্পৰা বিষয়ে অভিজ্ঞতা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

এই যাত্ৰাই দেশৰ একতাৰ ভাৱক আৰু বেছি গাঢ় কৰি ভাৰতৰ মুলমন্ত্র “অতিথি দেৱ ভৱঃ” ৰ বাস্তৱায়ন কৰিছে। এই যাত্ৰাত অংশগ্ৰহণ কৰা বহু ছাত্রই মত প্ৰকাশ কৰিছে যে তেওঁলোকে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ অভিজ্ঞতাৰ পৰা আনন্দ আৰু উৎসাহিত হৈছে। তেওঁলোকে কয় যে এই যাত্ৰাৰ অভিজ্ঞতা তেওঁলোকৰ মনত চিৰকালৰ বাবে সঞ্চিত হৈ থাকিব আৰু ভৱিষ্যত জীৱনৰ বাবে প্ৰেৰণাদায়ক হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABVPne StudentRastiya Ekatmata Yatra
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d