Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিৰ ভিন্ন প্ৰান্তত আৰক্ষী-পৰিবহন বিভাগৰ মাৰাথান অভিযান

publisher by publisher
December 29, 2021
in Assam, News
Reading Time: 1 min read
0
1
SHARES
13
VIEWS
ShareShareShareShare

দূৰ্ঘটনা ৰোধৰ স্বাৰ্থত ৰাজ্যৰ মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে পূৰ্ৱতকৈ অধিক তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা পৰিবহন বিভাগ।

ADVERTISEMENT

চলিত ডিচেম্বৰ মাহৰ ভিতৰতে ওদালগুৰি জিলা পৰিবহন বিভাগটোৱে ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত আইন ভংগকাৰী চালকৰ বিৰুদ্ধে অভিযান চলাই আজি পৰ্যন্ত ২৪১ টাকৈ গোচৰ ৰুজু পঞ্জীয়ন কৰাৰ লগতে ৭০ খনকৈ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

এই অভিযানকালত বিভাগটোৱে এটা মাহতে ৩.১৩ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ তথ্য জিলা প্ৰশাসনে সংবাদ মাধ্যমক অৱগত কৰে। উল্লেখ্য যে ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে এইবাৰ পুনৰ কঠোৰ হৈ পৰিছে পৰিবহন বিভাগ।

বিশেষকৈ সমাগত ৩১ ডিচেম্বৰত যাতে অনাকাংক্ষিত পথ দূৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি নহয় তাৰ প্ৰতি লক্ষ ৰাখি পৰিবহন বিভাগটোৱে বিগত দহদিন ধৰি ৰাইজৰ মাজত সজাগতা চলোৱাৰ লগতে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

সমান্তৰালভাৱে ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড বনভোজস্থলীলৈ যোৱা পথৰ ওপৰত তীক্ষ নজৰ ৰাখিছে জিলা আৰক্ষী বিভাগৰ লগতে পৰিবহন বিভাগটোৱে। বিগত বৰ্ষবোৰত উক্ত পথছোৱাত সংঘটিত পথ দূৰ্ঘটনাত একাধিক লোকৰ প্ৰানহানি হোৱাৰ প্ৰতি লক্ষ ৰাখি মদ্যপান কৰি বাহন চলোৱাৰ বাবেই গৰিষ্ঠসংখ্যক দূৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰিছে পৰিবহন বিভাগে।

ফলস্বৰূপে আজি ওদালগুৰি আৰক্ষী, পৰিবহন বিভাগ আৰু জিলা আইন সেৱে প্ৰাধিকাৰীৰ উদ্যোগত ওদালগুৰি-ভৈৰৱকুণ্ড পথৰ কাহিবাৰীত এক বিশেষ অভিযান আৰম্ভ কৰে বিভাগকেইটাই।

অভিযানত হেলমেট পৰিধান নকৰা, ছিটবেল্ট নলগোৱা তথা নথি অবিহনে বাহন চলোৱা আৰু সুৰাসক্ত চালকৰ বিৰুদ্ধে একাধিক গোচৰ পঞ্জীয়নৰ লগতে আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত লোক আদালতত উক্ত গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰে।

আজিৰ অভিযানত উপস্থিত থাকি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যূৎ দাস বড়োৱে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি কয় যে “এইবাৰ কোনো আইন অমান্যকাৰীয়ে সাৰি যাব নোৱাৰে।

বনভোজৰ বতৰ বুলি সকলোৱে ফুৰ্টি কৰক তাত আমাৰ কবলগীয়া নাই। কিন্তু ফুৰ্টিৰ নামত আইন ভংগকাৰীক ৰেহাই দিয়া নহব। আগন্তুক ৩১ ডিচেম্বৰৰ দিনটোত সকলোৱে আইনৰ ভিতৰত থাকি আনন্দ কৰক। ফুৰ্টি কৰাৰ নামত সুৰাপান কৰি বাহন চলাই আনৰ জীৱনক লৈ হেতালি খেলাটো সহ্য কৰা নহ’ব।

ওদালগুৰি জিলাৰ সকলো আৰক্ষী থানা, আৰক্ষী চকীসমূহক ৩১ ডিচেম্বৰৰ বাবে অধিক সক্ৰিয় কৰা হৈছে। জিলাখনৰ ভিন্ন স্থানত আমাৰ আৰক্ষীৰ তহল অব্যাহত থাকিব। আইন ভংগকাৰীসকলক আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম।”

সমান্তৰালভাৱে ক’ভিডৰ কথা নাপাহৰি সকলোকে কভিডৰ নীতি নিয়ম পালনৰো আহ্বান জনায়‌। আজিৰ এই বিশেষ অভিযানকালত পৰিবহন বিভাগৰ এম‌ভিআই ন‌ইমুদ্দিন আহমেদ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ অজয় কুমাৰ বসুমতাৰীৰ লগতে তিনিওটা বিভাগৰে লোকসকল উপস্থিত থাকে।

উল্লেখ্য যে জিলা পৰিবহন বিভাগে ইতিমধ্যে জিলাখনৰ ভিন্ন প্ৰান্তত মাইকযোগে আইন ভংগ নকৰিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamUdalguri
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d