Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন ন’হলে অসুবিধা শিৱসাগৰবাসী ৰাইজৰহে হয়, টীয়কত জন্ম লভা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা অখিল গগৈৰ নহয় : মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
February 23, 2022
in Assam, India, News
Reading Time: 1 min read
0
শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন ন’হলে অসুবিধা শিৱসাগৰবাসী ৰাইজৰহে হয়, টীয়কত জন্ম লভা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা অখিল গগৈৰ নহয় : মন্ত্ৰী পীযুষ হাজৰীকা
শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন ন’হলে অসুবিধা শিৱসাগৰবাসী ৰাইজৰহে হয়, টীয়কত জন্ম লভা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা অখিল গগৈৰ নহয় : মন্ত্ৰী পীযুষ হাজৰীকা
শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন ন’হলে অসুবিধা শিৱসাগৰবাসী ৰাইজৰহে হয়, টীয়কত জন্ম লভা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা অখিল গগৈৰ নহয় : মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
17
VIEWS
ShareShareShareShare

আগন্তুক পৌৰসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাই আজি শিৱসাগৰ নগৰৰ কে’বাটাও ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ পাৰ্টী অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ হৈ বিধায়ক সুশান্ত বৰগোহাঁইৰ স’তে নিৰ্বাচনী চলায় । মন্ত্ৰীগৰাকীয়ে আজি তিনি, চাৰি, পাঁচ, সাত, আঠ, ১০, ১৩ আৰু ১৪ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে ।

ADVERTISEMENT

WhatsApp Image 2022 02 23 at 6.14.47 PM

RelatedPosts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

আনহাতে, শিৱসাগৰ নগৰখনত এটা ভাল ষ্টেডিয়াম তথা অডিটৰিয়াম নথকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দুৰ্বলতাৰ বাবে ঐতিহ্যমণ্ডিত নগৰখন যোৱা ২০টা বছৰে বহুখিনি পিছ পৰি ৰৈছে । বিগত সময়ত শিৱসাগৰ নগৰৰ প্ৰতিটো আত্মসহায়ক গোটক ২৫০০০ টকাকৈ সাহায্য দিয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ নগৰখনৰ উন্নয়নৰ বাবে বিগত সময়ত চৰকাৰে প্ৰয়াস কৰিছে যদিও একমাত্ৰ ৰাজনৈতিক দুৰ্বলতাৰ বাবে নগৰখন পিছ পৰি ৰৈছে । অনাগত সময়ত বিজেপি আৰু ইয়াৰ সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰি নগৰখনক ৰাজনৈতিকভাৱে সবল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় ।

WhatsApp Image 2022 02 23 at 6.14.46 PM 3

কংগ্ৰেছ চৰকাৰৰ দিনত নগৰত সাধাৰণ নাগৰিকৰ বাবে ঘৰ দিয়াৰ কোনো ব্যৱস্থা নথকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত নগৰতো নাগৰিকৰ বাবে ঘৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হ’ল বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে । সমষ্টি এটাৰ উন্নয়নৰ বাবে স্থানীয় বিধায়কজন চৰকাৰী পক্ষৰ হ’লে যথেষ্ট সুবিধা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈ বিৰোধী বিধায়ক হোৱা বাবে বহু সময়ত তেওঁ ৰাজনৈতিক কাৰণত মন্ত্ৰীৰ ওচৰলৈ যাবলৈ মন নকৰে যাৰ ফলত কামবোৰ স্থবিৰ হৈ ৰোৱা দেখা যায় ।

WhatsApp Image 2022 02 23 at 6.14.46 PM 2

ইফালে, শিৱসাগৰৰ ৰাস্তা-পদূলিৰ উন্নয়ন নহ’লে টীয়কত জন্ম হোৱা আৰু বৰ্তমানে গুৱাহাটীৰ বাসিন্দা হোৱা বিধায়ক অখিল গগৈৰ কোনো অসুবিধা নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এনে হোৱাৰ ফলত অসুবিধাটো কিন্তু শিৱসাগৰবাসী ৰাইজৰহে । অসমক আগুৱাই নিবৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে যথেষ্ট প্ৰয়াস কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাৰ বাবেই অৰুণোদয় আঁচনি তথা বিভিন্ন পেঞ্চনসমূহ প্ৰতি মাহত এটা নিৰ্দিষ্ট তাৰিখত দিয়াৰ ব্যৱস্থা কৰা হৈছে । আনহাতে অসমীয়া মুছলমান তথা অসমীয়া হিন্দু সকলোৱে অসমত একেলগে, সম্প্ৰীতিৰে বাস কৰি আহিছে আৰু থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেঁওলোকে সদায়েই অসমীয়া মুছলমানক সন্মান কৰি আহিছে ।

WhatsApp Image 2022 02 23 at 6.14.46 PM 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPHimanta Biswa SarmaPijush Hazarika
publisher

publisher

Related Posts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d