Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : যুদ্ধ যেন ইউক্রেইনতেই সীমাবদ্ধ থাকে : নেটো

publisher by publisher
March 24, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine War : যুদ্ধ যেন ইউক্রেইনতেই সীমাবদ্ধ থাকে : নেটো
1
SHARES
11
VIEWS
ShareShareShareShare

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ অন্যতম কাৰণ, নেটোত যোগ দিয়াক লৈ কিভৰ আগ্রহ প্রকাশ । দেওবাৰে তেওঁলোকে সেই আবেদন জনাইছে, যুদ্ধ চলাকালীনো । কিন্তু আমেৰিকাসহ ইউৰোপৰ দেশসমূহে ইউক্রেইনৰ প্রস্তাৱ প্রত্যাখ্যান কৰিছে । মুখত মস্কোৰ কটাক্ষ কৰিলেও স্পষ্ট কৰিছে, ৰাছিয়াৰ বিৰোধিতা কৰি ইমান বৃহৎ পদক্ষেপ ল’বলৈ তেওঁলোক প্ৰস্তুত নহয় । আজি পুনৰ সেই কথা জনালে নেটোৱে । তেওঁলোকে আগতেই জনাইছিল, ইউক্রেইনৰ যুদ্ধত তেওঁলোক প্ৰত্যক্ষভাৱে যুঁজ নিদিয়ে । কিন্তু ইউক্রেইন সীমান্ত পাৰ হৈ এই যুদ্ধ যাতে ইউৰোপৰ অন্যত্র বিয়পি নপৰে, যাতে ইউক্রেইনতেই সীমাবদ্ধ থাকে, সেই কথা নিশ্চিত কৰিব বুলি জনালে নেটোৱে । কালি হয়তো নেটোৰ বৈঠক বহিব । তাৰ আগতে আজি এই বার্তা দিলে নেটোৰ ছেক্রেটাৰী জেনেৰেল জেন্স ষ্টোলেনবার্গে ।

ADVERTISEMENT

বৈঠকত যোগ দিবলৈ ৱাশ্বিংটনৰ পৰা বেলজিয়ামৰ ৰাজধানী ব্রাছেলছক উদ্দেশ্যি ৰাওনা হৈছে আমেৰিকান ৰাষ্ট্ৰপতি জ’ বাইডেন । নেটোৰ বৈঠকৰ পাছত জি৭-ৰ আলোচনাতো তেওঁ যোগ দিব । পোলেণ্ডৰ ৰাজধানী ৱাৰছতত গৈ ইউক্রেইন সন্দৰ্ভত বৈঠক কৰাৰ পৰিকল্পনাও আছে বাইডেনৰ । তেওঁ জনাইছে, যুদ্ধক্ষেত্রত অর্থাৎ ইউক্রেইনত ভৰি নিদিয়ে । ইউক্রেইনক নেটোত অন্তর্ভুক্ত কৰাৰ জল্পনাও সম্পূর্ণ নস্যাৎ কৰিছে বাইডেনে । কিন্তু ৰাছিয়াই যেন ইউক্রেইনৰ পৰা আগবাঢ়িব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ তেঁৱো । আজি সাংবাদিক বৈঠকত এই কথাৰেই প্রতিফলন দেখা গৈছে ষ্টোলেনবার্গৰ মুখত । তেওঁ কয়, ‘‘যথা সম্ভৱ ইউক্রেইনক সহায় কৰিম আমি । কিন্তু নেটোৰ দায়িত্ব হ’ল এইটো লক্ষ্য ৰখা, ইউক্রেইনৰ বাহিৰত যুদ্ধ যাতে আৰু বৃহৎ ৰূপ নলয় ।’’

RelatedPosts

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

বৈঠকৰ আগতেই নেটো জোঁটৰ পৰৱর্তী সিদ্ধান্তৰ কিছু আভাস পোৱা গৈছে । ইউক্রেইনৰ চুবুৰীয়া দেশ শ্ল’ভাকিয়া, হাংগেৰী, বুলগেৰিয়া আৰু ৰোমানিয়াত তেওঁলোকৰ নতুন সেনা দল তৈয়াৰ কৰা হ’ব । ষ্টোলেনবার্গে জনাইছে, বর্তমান এই দেশসমূহত নেটোৰ যি বাহিনী আছে, তাৰ দ্বিগুণ সংখ্যক সেনা বাহাল কৰা হ’ব । অর্থাৎ ইউক্রেইনৰ আশপাশৰ দেশসমূহত খুঁটি মজবুত কৰিব বিচাৰিছে নেটোৱে । চুবুৰীয়া দেশ পোলেণ্ডো নেটোৰ সদস্য । বাকী দেশসমূহতো শক্তপোক্ত ‘মেৰ’ বান্ধিব বিচাৰিছে তেওঁলোকে ।

ষ্টোলেনবার্গে আৰু কয়, ‘‘ৰাছিয়াক উদ্দেশ্যি আমাৰ স্পষ্ট বার্তা— পৰমাণু যুদ্ধ হ’লে তাতে জয় অসম্ভৱ আৰু এই যুদ্ধ নকৰাই উচিত ।’’ নেটোৰ বার্তা প্ৰত্যাখ্যান কৰি ক্রেমলিনৰ উত্তৰ, ‘অস্তিত্ব-সংকট’ হ’লে ৰাছিয়াই অৱশ্যেই পৰমাণু-অস্ত্র ব্যৱহাৰ কৰিব ।

কালি ৰাছিয়াৰ বাহিনী প্ৰৱেশ কৰিছে মাৰিয়োপ’লত। যুদ্ধত সৰ্বাধিক ক্ষতিগ্রস্ত এই বন্দৰ-চহৰ । বিগত তিনি-চাৰি সপ্তাহ ধৰি মাৰিয়োপ’ল দখল কৰিবলৈ অধীৰ মস্কো । আকাশপথ আৰু সমুদ্রপথত একেৰাহে আক্ৰমণ চলাইছে ৰাছিয়াই । কালি প্রথম এই চহৰত প্ৰৱেশ কৰিছে তেওঁলোকৰ বাহিনী । খবৰ লাভ কৰি বৈঠকত মিলিত হয় ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কি । এটা ভিডিঅ’-বার্তাত মস্কোক উদ্দেশ্যি তেওঁ কয়, ‘‘আৰু একো বাকী নাই । চাৰিওফালে কেৱল ধ্বংসস্তূপ । মাৰিয়োপ’লৰ পৰা প্ৰায় এক লাখ লোকক উদ্ধাৰ কৰিব দিয়া হ‌ওক ।’’ তেওঁৰ কথাৰ মাজতেই খবৰ আহে— মাৰিয়োপ’লত দুটা অতি শক্তিশালী বোমা নিক্ষেপ কৰিছে ৰাছিয়াই । কালি ৰাতিৰ ঘটনা । ইয়াৰ পাছত কে’বা ঘণ্টা পাৰ হৈছে । এতিয়াও জানিব পৰা নাই হতাহতৰ সংখ্যা ।

ৰাছিয়াৰ শক্তিপ্রদর্শন আজিও অব্যাহত । কিয়েভৰ বক্তব্য, ৰুছ আক্ৰমণৰ পৰা স্পষ্ট, ‘দখলদাৰসকলে’ মাৰিয়োপ’লক লৈ আগ্রহী নহয়, তেওঁলোক মাটিত মিলাই দিব বিচাৰে চহৰখনক, জ্বলাই ছাই কৰি দিব বিচাৰে । দেশৰ অন্যত্রও আক্ৰমণ চলিছে । ইউক্রেইনে দাবী কৰিছে, চের্নোবিলৰ পৰমাণু শক্তি কেন্দ্রৰ এটা গৱেষণাগাৰ ধ্বংস হৈছে ৰুছ আক্ৰমণত । গৱেষণাগাৰটোত তেজস্ক্রিয় বর্জ্য পৰিশোধনৰ কাম কৰা হৈছিল । ইয়াৰ উপৰি বহু বিপজ্জনক পদার্থ আছিল এই কেন্দ্রত । সকলোখিনি এতিয়া ‘শত্রু’ৰ হাতত । ছুমিও সম্পূর্ণ ঘেৰাও কৰিছে ৰুছ বাহিনীয়ে ।

চহৰৰ কাউন্সিলৰ এণ্ড্ৰি বাৰানোভে কয়, ‘‘আমাৰ চহৰ প্রায় ঘেৰাও কৰিছে শত্রুৱে । এতিয়া প’লটোভাৰে ওলোৱাৰ এটা পথ আছে । মহিলা আৰু শিশুসকলক এই পথেৰে ওলিয়াই দিয়া হৈছে । চিকিৎসা সামগ্রী অনা হৈছে সেই পথেৰেই ।’’ বাৰানোভে আৰু জনাইছে, তেওঁৰ শংকা, আৰু বেছি দিন ৰক্ষা কৰিব পৰা নাযাব ছুমিক ।

কেৱল ইউক্রেইনে নহয়, সমগ্ৰ ইউৰোপেই ক্রমশ জোৰদাৰ হৈছে এই আতংকত । হয়তো বেছি দিন নাই, সম্পূৰ্ণ দেশখনেই দখল কৰিব মস্কোৱে । সেই শংকাৰ বাবেই নেটোৰ প্রস্তুতি । সৰ্বাধিক আতংকিত পোলেণ্ড । ইউক্রেইনৰ গাতে লাগি থকা নেটোৰ এই সদস্য দেশে ৰুছ হুমকিক গুৰুত্ব নিদি সহায় কৰি আহিছে ইউক্রেইনক । পৰিৱর্তে পুতিনে কি কৰিব, তাক লৈ ত্রাসৰ সৃষ্টি হৈছে । অনেকৰেই মত, ইউক্রেইন দখল কৰি স্তব্ধ নহয় ৰাছিয়া । সেই ক্ষেত্রত প্রায় ৰুছ কামানৰ সন্মুখত আছে পোলেণ্ড ।

তথ্য অনুসৰি, ইতিমধ্যে পোলেণ্ডৰ প্রতিৰক্ষা বাহিনীত ব্যাপকভাৱে সেনা নিয়োগ আৰম্ভ হৈছে । ২৬ বছৰীয়া পেট্রিছিয়াই দেশৰক্ষাৰ কামত যোগ দিব বিচাৰে । প্রাক্তন সেনাকর্মী পাৱেল কিয়েনস্কিয়ে নতুনকৈ বাহিনীত যোগ দিছে । এনে কিয়েনস্কিৰ সংখ্যা কম নহয় । সেনাবাহিনীত যোগ দিয়াৰ ঢল সাত গুণ বাঢ়িছে । আৰক্ষী সেনাপ্ৰধান মাৰ্ছিন ছিদজিনস্কিয়ে জনাইছে, প্রতিদিনে সেনাত যোগ দিবলৈ ইচ্ছুক শতাধিক প্রার্থীয়ে আবেদন জমা কৰিছে ।

এই শংকা খুব অমূলক নহয় । ইউক্রেইনত শান্তি প্রতিষ্ঠাৰ বার্তা লৈ ৰাছিয়াক বিশেষ অভিযান আৰম্ভ কৰাৰ প্রস্তাৱ দিছিল নেটোৰ সদস্য পোলেণ্ডে । সেয়া সমূলি খাৰিজ কৰি আজি ৰুছ বৈদেশিক মন্ত্রী ছের্গেই লাভৰভে কয়, ‘‘এইবোৰ অসম্ভৱ । ইয়াৰ ফলত ৰাছিয়া আৰু নেটো বাহিনীৰ মুখামুখি সংঘর্ষ হ’ব । সকলোৱে এই পৰিস্থিতিৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিছে । হ’লে পৰিণতি ভাল নহ’ব ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NATORussiaUkraineWar
publisher

publisher

Related Posts

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d