Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

RBI : ক’ভিডে ভংগুৰ কৰা অৰ্থনীতিলৈ ১২ বছৰৰ পাছতহে আহিব সুদিন

ৰিজাৰ্ভ বেংকৰ সকীয়নি, জিডিপিৰ তুলনাত চৰকাৰী দেনাৰ পৰিমাণ হ্ৰাস কৰাটো জৰুৰী

publisher by publisher
May 1, 2022
in India, News
Reading Time: 1 min read
0
RBI : ক’ভিডে ভংগুৰ কৰা অৰ্থনীতিলৈ ১২ বছৰৰ পাছতহে আহিব সুদিন
1
SHARES
6
VIEWS
ShareShareShareShare

ক’ভিডৰ ফলত অৰ্থনীতিত যি ক্ষতি হৈছে, সেয়া পূৰণ কৰিবলৈ আৰু ১২ বছৰ লাগিব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, অতিমাৰীৰ আঘাতত সৃষ্টি হোৱা অৰ্থনীতিৰ ক্ষত কমেও ২০৩৪-৩৫তহে নিৰাময় হ’বগৈ । ক’ভিড আৰু তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতিৰ গতি কাৰ্যতঃ স্তব্ধ হৈ পৰিছিল । অতিমাৰীৰ প্ৰথম আঘাততেই দেশৰ অৰ্থনীতি বা জিডিপিৰ ৬.৬ শতাংশ সংকোচন ঘটিছিল ।

ADVERTISEMENT

ৰিজাৰ্ভ বেংকে নিজৰ বাৰ্ষিক ‘মুদ্ৰা আৰু বিত্ত’ শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰিছে যে আৰ্থিক কাম-কাজলৈ গতি আহিলেও এতিয়াহে সেয়া ক’ভিডৰ আগৰ পৰ্যায়ত উপনীত হৈছে । অৱশ্যে সকলো ক্ষেত্ৰতে অৰ্থনীতিয়ে সমানভাৱে উভতি থিয় দিব পৰা নাই ।

RelatedPosts

বিশ্ব বেংকৰ অসমতো প্রতিবেদন ২০২৬ প্ৰকাশ 

জিডিপি ৮.২ শতাংশলৈ বৃদ্ধিৰ সময়তে টকাৰ মূল্য হ্ৰাসৰ সৰ্বকালৰ অভিলেখ ভংগ

২৫ শতাংশ শুল্কৰ হেঁচা! GDP বৃদ্ধিৰ হাৰ হ্ৰাস পাব ৬.২ শতাংশৰ তলত, দাবি প্ৰতিবেদনত

উল্লেখ্য যে অতিমাৰীৰ সময়ত দেশৰ কৃষিক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰা নাছিল । ইয়াৰ বিপৰীতে কাৰখানাৰ উৎপাদন, নিৰ্মাণ আদিয়ে ঘূৰি থিয় দিয়াৰ দিশে অগ্ৰসৰ হৈছে । অৱশ্যে হোটেল, পৰিবহণ, যোগাযোগ, ব্যৱসায়িক লেনদেনৰ দৰে ক্ষেত্ৰসমূহতো উভতি থিয় দিয়াৰ লক্ষণ দেখা গ’লেও এতিয়াও এই ক্ষেত্ৰসমূহ সমস্যাত জৰ্জৰিত হৈ আছে ।

সামগ্ৰিকভাৱে অৰ্থনীতিৰ গাঁথনিগত সমস্যা, ক’ভিডৰ ক্ষত এতিয়াও প্ৰত্যাহ্বানজনক হৈ আছে । ইয়াৰ সমান্তৰালকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ‌ও অৰ্থনীতিৰ পুনৰ উন্নতিত বাধা হৈ পৰিছে । কাৰণ ইয়াৰ ফলত বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি, আন্তৰ্জাতিক অৰ্থনীতিত বৃদ্ধিৰ কৰুণ ছবি আৰু বিনিয়োগৰ অভাৱৰ দৰে সমস্যাৰ সৃষ্টি হৈছে । ভাৰতৰ দৰে আমদানিকৃত তেলৰ ওপৰত নিৰ্ভৰ কৰা দেশৰ সমস্যা অধিক ডাঙৰ হৈ পৰিছে । কাৰণ ইতিমধ্যেই ক’ভিডৰ পাছত মানুহক সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ যাওঁতে চৰকাৰৰ ৰাজকোষতো আকাল পৰাৰ দৰে অৱস্থা হৈছে ।

ৰিজাৰ্ভ বেংকৰ মতে সম্প্ৰতি গৃহস্থৰ উপাৰ্জনত কঠিনতা আহিছে । ফলত সংসাৰৰ ব্যয়ৰ পাছত হাতত অতি কম টকাহে মজুত আছে । শ্ৰমিকসকলে চহৰৰ পৰা গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰিছে আৰু তাৰ ফলত বজাৰতো কিনা-বেচা চলিছে । ফলত আৰ্থিক বৃদ্ধিৰ গতিপথেই নিম্নগামী হৈছে । সম্প্ৰতি দেশৰ আৰ্থিক বৃদ্ধি ৬.৫ৰ পৰা ৮.৫ শতাংশৰ ভিতৰত থাকিব ।

অৱশ্যে সেয়াও অৰ্থনীতিত একাংশ সংস্কাৰৰ ওপৰতহে নিৰ্ভৰ কৰিছে । জিডিপিৰ তুলনাত চৰকাৰী দেনাৰ পৰিমাণ কমাই অনাও জৰুৰী বুলি ৰিজাৰ্ভ বেংকে গণ্য কৰিছে । প্ৰতিবেদনত কোৱা হৈছে যে জিডিপিৰ তুলনাত চৰকাৰী দেনাৰ হাৰ সম্প্ৰতি ৯০ শতাংশ । ৰিজাৰ্ভ বেংকৰ মতে, এই হাৰ আগন্তুক পাঁচ বছৰত ৬৬ শতাংশলৈ নমাই আনিব লাগিব । অৰ্থনীতিৰ অৱস্থা ঘূৰাই আনিবলৈ, বৃদ্ধিৰ হাৰ ধৰি ৰাখিবলৈ মূল্যবৃদ্ধি বা বিভিন্ন সামগ্ৰীৰ দাম স্থিৰ হোৱাও প্ৰয়োজন বুলি ৰিজাৰ্ভ বেংকে মত প্ৰকাশ কৰিছে ।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ ওপৰতে আছে বজাৰত মূল্যবৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণত ৰেখাৰ দায়িত্ব । যদিও সম্প্ৰতি সেয়া বিপদসীমাৰ ওপৰতে আছে । ৰিজাৰ্ভ বেংকে প্ৰতিবেদনত যিদৰে বজাৰদৰ স্থিৰ হোৱাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে, সেয়া তাৎপৰ্যপূৰ্ণ বুলিয়ে ধাৰণা কৰিছে বিত্ত মন্ত্ৰণালয়ৰ মুৰব্বীসকলে । ৰিজাৰ্ভ বেংকৰ মতে, বৃদ্ধি ধৰি ৰাখিবলৈ কম খৰচত ভূমিৰ বন্দোবস্তি, শিক্ষা আৰু কৰ্মী‌ প্ৰশিক্ষণত বেছি খৰচ কৰি শ্ৰমিকসকলৰ মান উন্নয়ন, চহৰৰ আন্তঃগাথঁনিৰ উন্নতিত সংস্কাৰ জৰুৰী হৈ পৰিছে ।

লক্ষ্যণীয়ভাৱে ক’ভিডৰ প্ৰথম বছৰ, ২০২০-২১ত আৰ্থিক বৃদ্ধিৰ সলনি জিডিপিৰ ৬.৬ শতাংশ সংকোচন হৈছিল । অৰ্থনীতিৰ পৰিভাষা মানি দেশৰ অৰ্থনীতি মন্দাৰ কবললৈ গুচি গৈছিল । ৰিজাৰ্ভ বেংকৰ বক্তব্য হৈছে যে ২০২১-২২ত ৮.৯ শতাংশ আৰ্থিক বৃদ্ধি, চলিত বিত্তীয় বৰ্ষ, ২০২২-২৩ত ৭.২ শতাংশ বৃদ্ধি আৰু তাৰ পাছত ৭.৫ শতাংশ বৃদ্ধি ধৰি লৈ ভাৰতত ক’ভিডৰ ফলত হোৱা ক্ষতিৰ পৰা ২০২৪-৩৫লৈকে সকাহ পাব পৰা যাব বুলি আশা কৰিব পাৰি । ৰিজাৰ্ভ বেংকৰ অনুমান অনুসৰি, টকাৰ অংকত ২০২০-২১ত অৰ্থনীতিৰ উৎপাদনত লোকচানৰ পৰিমাণ আছিল ১৯.১ লাখ কোটি টকা । ২০২১-২২ত লোকচানৰ পৰিমাণ ১৭.১ লাখ কোটি টকা । আনহাতে, ২০২২-২৩ত লোকচান ১৬.৪ লাখ কোটি টকা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GDPPrice HikeReserve Bank of India
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d