Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জিডিপি ৮.২ শতাংশলৈ বৃদ্ধিৰ সময়তে টকাৰ মূল্য হ্ৰাসৰ সৰ্বকালৰ অভিলেখ ভংগ

publisher by publisher
November 29, 2025
in India, News
Reading Time: 1 min read
0
জিডিপি ৮.২ শতাংশলৈ বৃদ্ধিৰ সময়তে টকাৰ মূল্য হ্ৰাসৰ সৰ্বকালৰ অভিলেখ ভংগ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব বেংকৰ অসমতো প্রতিবেদন ২০২৬ প্ৰকাশ 

২৫ শতাংশ শুল্কৰ হেঁচা! GDP বৃদ্ধিৰ হাৰ হ্ৰাস পাব ৬.২ শতাংশৰ তলত, দাবি প্ৰতিবেদনত

RBI keeps repo rate unchanged:ৰেপ’ ৰেট অপৰিৱৰ্তিত আৰবিআইৰ

GDP:✒️একে সময়তে দেশৰ অৰ্থনীতিৰ দুখন বিপৰীত ছবি ফুটি উঠিছে। শুকুৰবাৰে কেন্দ্রীয় পৰিসংখ্যা আৰু কর্মসূচী মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি,চলিত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰৰ সময়ছোৱাত দেশৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) ৮.২ শতাংশলৈ বৃদ্ধি পায়। ইয়াৰ জৰিয়তে দেশৰ অর্থনীতি শক্তিশালী হোৱাটো প্রতিপন্ন হৈছে বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে। একেদৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও এই জিডিপি বৃদ্ধিক লৈ সন্তুষ্টি প্রকাশ কৰিছে।

ADVERTISEMENT

এই জিডিপি বৃদ্ধিৰ কৃতিত্ব দাবী কৰি প্রধানমন্ত্রী মোদীয়ে কয়, ‘ইয়ে আমাৰ বৃদ্ধিমুখী নীতি আৰু সংস্কাৰক প্ৰতিফলিত কৰিছে। লগতে আমাৰ জনতাৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যমিতাকো এই জিডিপি বৃদ্ধিয়ে সূচাইছে।’ উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুনৰ সময়ছোৱাত দেশৰ জিডিপি ৭.৩ শতাংশ আছিল। দেশৰ এই জিডিপি বৃদ্ধিক লৈ চৰকাৰী পক্ষ উৎফুল্লিত হোৱাৰ সময়তে পোহৰলৈ আহিছে যে বিগত ১১ মাহ ধৰি ভাৰতীয় মুদ্ৰাৰ পতন অব্যাহত আছে।

আনকি সম্প্রতি ভাৰতীয় মুদ্রা সমগ্র এছিয়াৰ ভিতৰতে সবাতোকৈ শোচনীয় মুদ্রাত পৰিণত হৈছে। কাৰণ বিগত ১১ মাহত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৪.৩ শতাংশ হ্রাস পায়। আনকি কালি এক মার্কিন ডলাৰৰ মূল্য ৮৯.২৭ টকা হয়। ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ এই পতন হৈছে সর্বকালৰ সৰ্ববৃহৎ। গতিকে ভাৰতীয় অর্থনীতিৰ অৱস্থা প্রকৃততে সন্তোষজনক নে উদ্বেগজনক সেয়া অস্পষ্ট হৈছে।

লক্ষ্যণীয় যে একাংশ অর্থনীতিবিদৰ মতে, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস পালে দেশত মুদ্রাস্ফীতি অথবা অত্যাৱশ্যকীয় বয়বস্তুৰ মূল্যবৃদ্ধি পায়। গতিকে আগন্তুক দিনত নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আকাশলংখী হোৱাৰ আশংকা প্রবল। অৱশ্যে এনে অৱস্থাতো মুম্বাই শ্বেয়াৰ বজাৰত নেতিবাচক প্ৰভাৱ পৰা নাই। ইপিনে, টকাৰ মূল্য এই অধোগতি প্ৰত্যক্ষ কৰি মোদী চৰকাৰৰ সমালোচনাত মুখৰ হৈ উঠিছে বিৰোধী কংগ্ৰেছ। ইয়াৰ প্ৰত্যুত্তৰ বিজেপিয়েও দিছে।

উল্লেখ্য যে টকাৰ মূল্যৰ এনেদৰে পতন ঘটাত সম্প্রতি ভাৰতীয় টকাৰ অৱস্থা চুবুৰীয়া বাংলাদেশৰ মুদ্রাতকৈও শোচনীয় হৈছে। ইয়াৰ বিপৰীতে এছিয়াৰ একাংশ দেশ ক্রমে মালয়েছিয়া, চীন, থাইলেণ্ড আদিৰ মুদ্রাৰ মূল্য মার্কিন ডলাৰৰ সমান হোৱাৰ দিশে অগ্ৰসৰ হৈছে। অৱশ্যে ভাৰতৰ দৰে বাংলাদেশ, ইণ্ডোনেছিয়া আদিৰ মুদ্রাব শোচনীয় অৱস্থা হৈছে।

অর্থনীতিবিদসকলে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ পতনৰ একাংশ কাৰণ ব্যাখ্যা কৰিছে। একাংশ অর্থনীতিবিদৰ মতে ভাৰতীয় মুদ্রাৰ এই শোচনীয় অৱস্থাৰ বাবে দায়ী হৈছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতি। কাৰণ ট্রাম্পে ভাৰতীয় সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপ কৰাত দেশখনলৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি দ্রুতগতিত হ্রাস পাই আহিছে। ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ সোণ ক্রয়, মার্কিন মুদ্রা ক্রয় বৃদ্ধি আদিয়ে ভাৰতীয় মুদ্রাৰ অৱস্থা পুতৌলগা কৰিছে।

৭৫ বছৰত ৬৬ টকা হ্রাস ভাৰতীয় মুদ্ৰাৰ মূল্য

উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অর্থাৎ ১৯৩৯-৪৫ৰ ভিতৰত আন্তর্জাতিক বজাৰত মার্কিন ডলাৰে আধিপত্য বিস্তাৰ কৰে। ১৯৪৪ৰ ব্রেটন উচ্ছ সম্মিলনত মার্কিন মুদ্রাক বিশ্ব বাণিজ্যৰ মুদ্রাৰূপে পৃথিৱীৰ সকলো দেশে মানি লয়। তেতিয়া ডলাৰৰ দামক সোণৰ স’তে তুলনা কৰা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত এই নীতিলৈ পৰিৱৰ্তন আনে মার্কিন প্রশাসনে। সোণৰ পৰিৱৰ্তে ডলাৰৰ মূল্য নির্ধাৰণত খাৰুৱা তেলক যুক্ত কৰা হয়। গতিকে মার্কিন মুদ্রাই পেট্র’ ডলাৰৰূপে নতুন পৰিচয় লাভ কৰে।

আনহাতে, দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ধ্বংস হোৱা পৃথিৱীৰ আৰ্থিক অৱস্থা পুনৰ সবল কৰাৰ উদ্দেশ্যে বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রা নীধি (আইএমএফ) জন্ম লাভ কৰে। পৰৱৰ্তী সময়ত জাপানী য়েন, ব্রিটিছ পাউণ্ড, ইউৰো আদিয়ে বিশ্ব বাণিজ্যত ভূমিকা পালন কৰিবলৈ লয় যদিও মার্কিন মুদ্রাৰ চাহিদা মুঠেই হ্রাস পোৱা নাই। এই ক্ষেত্রত লক্ষ্যণীয় দিশটো হ’ল যে ১৯৪৭ত ভাৰত স্বাধীন হোৱাৰ সময়ত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৩.৩ টকা আছিল।

তাৰ পাছৰে পৰা আন্তর্জাতিক ক্ষেত্ৰত ভাৰতীয় মুদ্ৰাৰ মূল্য হ্রাস পাবলৈ ধৰে। সম্প্রতি এই হ্রাস ৮৯.২৭ টকালৈ হ্রাস পাইছে। ইয়াৰ বিপৰীতে নিতৌ বৃদ্ধি পাবলৈ ধৰিছে ডলাৰৰ মূল্য। অৱশ্যে একাংশ বিশ্লেষকৰ মতে, টকাৰ এই অৱমূল্যায়নে ৰপ্তানি-বাণিজ্যৰ ক্ষেত্ৰত দেশক সহায় কৰিব। অর্থাৎ কম ডলাৰ খৰচ কৰি ভাৰতৰ বজাৰৰ পৰা বিদেশী ক্রেতাই অধিক সামগ্রী ক্ৰয় কৰাৰ সম্ভাৱনা আছে। যদি সেয়াই হয়, তেন্তে ভাৰতীয় বিক্রেতাসকলৰ হাতলৈ অধিক ধন আহিব।

আমদানিয়ে হাড় ভাঙিছে দেশৰ!

এক তথ্য অনুসৰি সম্প্রতি ভাৰতে বিদেশৰ বজাৰত ৩৫শ কোটি ডলাৰৰ কাপোৰ বিক্ৰী কৰে। যোৱা বছৰৰ পৰা ভাৰতত উৎপাদিত কাপোৰৰ বিক্ৰী বৃদ্ধি পাবলৈ ধৰে। এই ক্ষেত্ৰত ভাৰতৰ মূল প্রতিদ্বন্দ্বী হৈ উঠিছে বাংলাদেশ আৰু ভিয়েটনাম। লক্ষ্যণীয়ভাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰততকৈ বহু কম হাবৰত শুল্ক আৰোপ কৰিছে বাংলাদেশ আৰু ভিয়েটনামৰ ওপৰত।

গতিকে ভাৰততকৈ এই দুই দেশৰ পৰা অধিক বস্তু সামগ্রী আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি হোৱাৰ সম্ভাবনা বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা আছে। কাৰণ বিভিন্ন দেশৰ পৰা ভাৰতে আমদানি কৰা সামগ্ৰীৰ পৰিমাণ ৰপ্তানিতকৈ বৃদ্ধি পাইছে। উদাহৰণ স্বৰূপে দেশে প্রতি বছৰে বিদেশৰ পৰা বিপুল পৰিমাণৰ খাৰুৱা তেল আমদানি কৰে।

২০২৪-২৫ত ১৩ হেজাৰ সাতশ কোটি টকাৰ খাৰুৱা তেল ৰাছিয়া আৰু পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা ভাৰতে ক্রয় কৰে। গতিকে টকাৰ মূল্য এক শতাংশ হ্রাস পালেই খাৰুৱা তেলৰ বাবদ অতিৰিক্ত ১৩৭ কোটি ডলাৰ ভাৰতে ব্যয় কৰিব লাগিব। একে কথাই খাটে বৈদ্যুতিন সা-সৰঞ্জামৰ ক্ষেত্ৰতো। এনে সা-সৰঞ্জামৰ ৬৫ শতাংশই ভাৰতে বিদেশৰ পৰা আমদানি কৰে। অনুৰূপ ধৰণে বিভিন্ন ধৰণৰ যন্ত্রাংশৰ ৭০ শতাংশ আৰু ৰাসায়নিক দ্রব্যৰ ৪৫ শতাংশ ভাৰতে বিদেশৰ পৰা আমদানি কৰে। ইয়াৰ বাবদ প্ৰতি বছৰে দেশে বিপুল পৰিমাণে ডলাৰ ব্যয় কৰি আহিছে।

কৃষিজাত সাৰৰ ক্ষেত্ৰতো একেটা কথাই খাটে। এই ক্ষেত্ৰত ভাৰতে সম্পূৰ্ণৰূপে ৰাছিয়া আৰু চীনৰ ওপৰত নিৰ্ভৰ কৰে। খোৱা তেলৰ ক্ষেত্ৰতো অনুৰূপ ঘটনাই সংঘটিত হৈ আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GDP
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d