Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চাইকেল চলাই খাদ্য যোগান ধৰা যুৱকক মটৰ চাইকেল উপহাৰ আৰক্ষীৰ

publisher by publisher
May 7, 2022
in India, News
Reading Time: 1 min read
0
চাইকেল চলাই খাদ্য যোগান ধৰা যুৱকক মটৰ চাইকেল উপহাৰ আৰক্ষীৰ
2
SHARES
20
VIEWS
ShareShareShareShare

চহৰ অঞ্চলত আজিকালি সততে প্রত্যক্ষ হয় চাইকেল, মটৰ চাইকেলৰে ঘৰে ঘৰে খাদ্য যােগান ধৰা যুৱকক। এই সকল যুৱকক ‘ডেলিভাৰী বয়’ বুলি কোৱা হয়। ছুইগী, জ’মাট’ আদি প্রতিষ্ঠানত এনে অগণন ‘ডেলিভাৰী বয়’ সম্প্রতি নিয়ােজিত হৈ আহিছে।

ADVERTISEMENT

গ্রাহকক এইদৰে ঘৰে ঘৰে গৈ খাদ্য যােগান ধৰাৰ বিনিময়ত এওঁলােকে লাভ কৰে কমিছন। বহুতে মটৰ চাইকেলৰ অভাৱত চাইকেল চলাই এইদৰে ‘ডেলিভাৰী বয়’ৰ কামত নিয়ােজিত হৈছে। স্বাভাৱিকতে চাইকেল চলাই ব্যস্ত মহানগৰ এখনত এজনৰ পাছত আনজন গ্রাহকৰ ঘৰলৈ গৈ খাদ্য যােগান ধৰাৰ বাবে অধিক পৰিশ্ৰম কৰিব লগা হয়।

RelatedPosts

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

Wife Kills Husband MP:কেৱল ক’লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা পত্নীৰ !

ইলেক্ট্ৰিক গাড়ী চাৰ্জিং কৰোঁতেই বিস্ফোৰণ!

মধ্য প্রদেশৰ ইন্দোৰৰ বিজয়নগৰ থানা অঞ্চলতাে এইদৰে চাইকেল চলাই খাদ্যৰ যােগান ধৰিছিল এজন যুৱকে। অঞ্চলটোত টহল দিয়াৰ সময়ত উক্ত যুৱকজনক প্ৰায়ে প্রত্যক্ষ কৰিছিল স্থানীয় থানাৰ আৰক্ষীয়ে। ইয়াৰ পাছতে যুৱকৰ কষ্ট লাঘৱৰ বাবে উদ্যোগ গ্রহণ কৰিলে বিজয়নগৰ থানাৰ আৰক্ষীয়ে।

নিজৰ উদ্যোগতে উক্ত যুৱকক এখন নতুন মটৰ চাইকেল উপহাৰ দিয়ে আৰক্ষীয়ে। বিজয়নগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ এইচ অ’ তেহজিব কাজীয়ে প্রকাশ কৰা অনুসৰি,তেওঁলােকে নিজে ধন সংগ্রহ কৰি উক্ত ‘ডেলিভাৰী বয়’ৰ বাবে মটৰ চাইকেলখন ক্ৰয় কৰিলে।

প্রাথমিকভাৱে ৩২ হেজাৰ টকা যােগাৰ কৰা হৈছিল আৰু উক্ত ধন ডাউন পেমেন্ট হিচাপে জমা দি কিস্তিত ধন পৰিশােধৰে মটৰ চাইকেলখন কিনা বুলি কাজীয়ে জানিবলৈ দি কয় যে প্রথম কিস্তিৰ ধনাে তেওঁলােকে আদায় দিলে। পৰবৰ্তী কিস্তিৰ ধন উক্ত ডেলিভাৰী যুৱকে নিজে আদায় দিব আৰু কেতিয়াবা ধন আদায় দিবলৈ অসমর্থ হ’লে আৰক্ষীয়ে সহায় কৰাৰ প্রতিশ্রুতি দিছে।

আৰক্ষীৰ পৰা এইদৰে মটৰ চাইকেল উপহাৰ লাভ কৰাত আনন্দিত যুৱকজনে কয়, ইমানদিনে চাইকেলৰে আঠ-১০টা অর্ডাৰ ল’ব পাৰিছিলাে। এতিয়া মটৰ চাইকেলৰে ১৫-২০টা অর্ডাৰ ডেলিভাৰী কৰাে৷ নিশাও খাদ্য যােগান ধৰিব পাৰিছাে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে আৰক্ষীৰ এই মহানক প্রশংস কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IndoreMADHYA PRADESH
publisher

publisher

Related Posts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d