মেষঃ ব্যৱসায়ীসকল লাভৱান হ’ব । মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক । শিক্ষক, উকিল আদিৰ মধ্যম । ভ্ৰমণ সাৱধান হওক । প্ৰেমত শুভ সংযোগ ।
বৃষঃ আৰ্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব নতুন কৰ্মত ব্যস্ততা বৃদ্ধি পাব । অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব । দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা ।
মিথুনঃ ওচৰ চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কৰ্মক্ষেত্ৰত আৰ্থিকৰ লেনদেনত সাৱধান । নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ । বিদ্যাত শুভ ।
কৰ্কটঃ কৰ্মক্ষেত্ৰত কিছু বাধাৰ কাৰকতা । অংশীদাৰী কৰ্মত মিশ্ৰিত ফল লাভ কৰিব । বিবাহৰ যোগাযোগত শুভ । ভ্ৰমণত অৰ্থহানিৰ যোগ ।
সিংহঃ ব্যৱসায়ত আয়বৃদ্ধি পাব । ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি । বন্ধুৰ পৰা সতৰ্ক হ’ব । দাম্পত্যত শুভ । কৰ্মসূত্ৰে ভ্ৰমণ যোগ । শুভ ৰং কমলা ।
কন্যাঃ খৰচৰ ক্ষেত্ৰত সৰ্ত থাকিব । নিবনুৱাৰ বাবে মধ্যম দিন । মাতা-পিতাৰ স্বাস্থ্য ভাল নাযাব । প্ৰেমত নতুন সমস্যা দেখা দিব পাৰে ।
তুলাঃ উচ্চ শিক্ষাৰ্থীৰ বাবে শুভ সংযোগ । দেহ কষ্টৰ উপশম পাব । প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা । প্ৰেমত শুভ ।
বৃশ্চিকঃ নিবনুৱা ব্যক্তিৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে । আৰ্থিক দিশত শুভ । দাম্পত্য জীৱন মধ্যমীয়া । বিদ্যাত জটিলতা কম ।
ধনুঃ পাৰিবাৰিক দিশত চিন্তা থাকিব । নতুন সম্পদ ক্ৰয় কৰিব পাৰে । উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত মতানৈক্য হ’ব পাৰে । প্ৰেমত মতবিৰোধ ।
মকৰঃ ওচৰ চুবুৰীয়াৰ লগত মানসিক সংঘাত । ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব । প্ৰেমত মধ্যম । বিবাহৰ যোগাযোগত শুভ ।
কুম্ভঃ পুৱাৰ ভাগত অনুকূল । সৰু-সুৰা সমস্যাত বিব্ৰত বোধ কৰিব । আৰ্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত ।
মীনঃ মানসিক চাপ বৃদ্ধি পাব । বিদ্যাত যত্ন লওক । শৰীৰ সম্পৰ্কীয় কথা সাৱধান হোৱা উচিত । শিল্প সংস্কৃতিত সুনাম ।