Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে!

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যত আতংকিত হৈ পৰিছে পাকিস্তান

publisher by publisher
May 6, 2025
in International, News
Reading Time: 1 min read
0
ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে!
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

Pakistan Defence Minister: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰতিশোধ আশংকাত ভুগিছে পাকিস্তান। চুবুৰীয়া দেশৰ কেবাজনো মন্ত্ৰীৰ মন্তব্যত ইতিমধ্যে এনে ধৰণৰ ইঙ্গিত পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত সোমবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক বক্তব্য পোহৰলৈ আহে।

ADVERTISEMENT

ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে । একে সময়তে, পাকিস্তানী মন্ত্ৰীয়ে ভাৰতে পাকিস্তানক ক’ত আঘাত কৰিব পাৰে সেই বিষয়েও অৱগত কৰিছে।

পাকিস্তানী মন্ত্ৰীজনে ইছলামাবাদত সাংবাদিকক জনাই যে ভাৰতে নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) কাষত আক্ৰমণ কৰিব পাৰে। তেওঁৰ কথাত,”ভাৰতে যিকোনো সময়তে এলঅ’চিৰ যিকোনো অংশত আক্ৰমণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে। অৱশ্যে যদি তেনেকুৱা হয় তেন্তে ভাৰতক উপযুক্ত উত্তৰ দিয়া হ’ব।”

এই মন্তব্যৰ পৰা এইটোও স্পষ্ট যে পাকিস্তানে প্ৰতিশোধৰ সময় গণনা কৰা আৰম্ভ কৰিছে।

পহলগাম আক্ৰমণৰ পাছত এইবাৰ প্ৰথম নহয় যে কোনো পাকিস্তানী মন্ত্ৰীয়ে প্ৰতিশোধৰ আশংকা প্ৰকাশ কৰিছে। বিগত সপ্তাহত পাকিস্তানৰ তথ্য প্রযুক্তি মন্ত্রী আটা তাৰাৰে আশংকা কৰিছিল যে ভাৰতে আগন্তুক ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত যিকোনো সময়তে পাকিস্তানক আক্রমণ কৰিব পাৰে৷

ইফালে, সোমবাৰে ভাৰতৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এক নতুন নিৰ্দেশনা। সেই নিৰ্দেশনাত কেইবাখনো ৰাজ্যক ৭ মে’ত যুদ্ধৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অনুশীলন চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India PakistanKashmir Terror AttackPahelgam Terror AttackPakistanPakistan Defence Minister
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d