Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kanpur : ‘নতুন পেঞ্চিল খুজিলে মায়ে মাৰে’, মূল্যবৃদ্ধিৰ বাবে প্রধানমন্ত্রীক পত্ৰ লিখিলে ছয় বছৰী‌য়া শিশুৱে

publisher by publisher
August 1, 2022
in India, News
Reading Time: 1 min read
0
Kanpur : ‘নতুন পেঞ্চিল খুজিলে মায়ে মাৰে’, মূল্যবৃদ্ধিৰ বাবে প্রধানমন্ত্রীক পত্ৰ লিখিলে ছয় বছৰী‌য়া শিশুৱে
2
SHARES
23
VIEWS
ShareShareShareShare

মূল্যবৃদ্ধি এতিয়া সাধাৰণ জনতাৰ মূৰ কামোৰণিৰ মূল কাৰণ । আয় বৃদ্ধি হোৱ নাই, অথচ নিত্য প্রয়োজনীয় সামগ্ৰীৰ দাম দিনক দিনে বাঢ়ি আছে । মূল্যবৃদ্ধিৰ এই বজাৰত কিমান সমস্যাত পৰিবলগীয়া হৈছে সেই বিষয়ত জনাবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্ৰ লিখিলে ছয় বছৰীয়া এটি শিশুৱে । অৱশ্যে সেই পত্ৰত চাউল, ডালি আৰু তেলৰ মূল্যবৃদ্ধিৰ কোনো উল্লেখ নাই । আছে পেঞ্চিল আৰু মেগিৰ কথা ।

ADVERTISEMENT

প্রথম শ্রেণীৰ ছাত্ৰী কৃতী দুবে উত্তৰ প্রদেশৰ কনৌজৰ এখন সৰু চহৰ চিবৰাম‌ওৰ বাসিন্দা । শিশুটিয়ে পত্ৰখন নিজ হাতেৰে লিখি প্রধানমন্ত্রীক জনাইছে, মূল্যবৃদ্ধিৰ বাবে কিমান সমস্যাত পৰিবলগীয়া হৈছে ! ইতিমধ্যে সামাজিক মাধ্যমত কৃতীয়ে লিখা পত্ৰখন ভাইৰেল হৈ পৰিছে ।

RelatedPosts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

পত্ৰখনত কি লিখিছে কৃতীয়ে ?

পত্ৰত লিখিছে, ‘মোৰ নাম কৃতী দুবে । প্রথম শ্রেণীত পঢ়ো । মোদীজি, সামগ্ৰীৰ দাম খুব বাঢ়িছে । আনকি, মোৰ পেঞ্চিল-ৰবৰৰ দামো বাঢ়িছে । মেগিৰ দাম বাঢ়ি গৈছে । নতুন পেঞ্চিল খুজিলেই এতিয়া মায়ে মোক মাৰে । ম‌ই কি কৰো ক‌ওকচোন ? অন্য ল’ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰ কৰি লৈ যায় ।”

photo

সামাজিক মাধ্যমত শিশুটিৰ পত্ৰ ভাইৰেল হোৱাৰ পাছতেই মুখ খুলিছে পিতৃ বিশাল দুবেয়ে । জীৱিকাসূত্ৰে অধিবক্তা বিশালে কয়, ‘‘এইটো মোৰ ছোৱালীৰ ‘মন কি বাত’ । শেহতীয়াকৈ স্কুলত পেঞ্চিল হেৰুৱাই পেলোৱাত তাইৰ মাকে ছোৱালীজনীক গালি পাৰিছিল । তেতিয়াই মাকে কয় বস্তুৰ দাম কিমান বাঢ়িছে । সেই বিষয়ত ক্ষোভ উজাৰাতেই প্রধানমন্ত্রীক পত্ৰ লিখে কৃতীয়ে ।”

চিবৰাম‌ওৰ জিলা সদৰ বিষয়ায়ো সামাজিক মাধ্যমত পত্ৰখন দেখিছে । আশ্বাস দিছে, পত্ৰখন যাতে প্রধানমন্ত্রীয়ে পায়, তাৰ বাবে তেওঁ চেষ্টা কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LetterNarendra ModiPrice Rise
publisher

publisher

Related Posts

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d