Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

World Suicide Prevention Day 2022 : বিশ্বত প্রতি বছৰে সাত লাখ লোকে আত্মহত্যা কৰে !

কিয় বাঢ়িছে আত্মহত্যা ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই...

publisher by publisher
September 10, 2022
in Lifestyle, International, News, world
Reading Time: 1 min read
0
World Suicide Prevention Day 2022 : বিশ্বত প্রতি বছৰে সাত লাখ লোকে আত্মহত্যা কৰে !
3
SHARES
33
VIEWS
ShareShareShareShare

বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য‌ই স্তম্ভিত কৰিছে । তেওঁলোকে জনাইছে, বিশ্বত প্রতি বছৰে সাত লাখ লোকৰ আত্মহত্যাৰ কাৰণত মৃত্যু হয় । ১৫ৰ পৰা ১৯ বছৰ বয়সৰসকলৰ মৃত্যুৰ ক্ষেত্রত এইটো এটা চিন্তনীয় কাৰণ । অতি চমক দিয়াৰ দৰে তথ্য তাত সন্দেহ নাই । কিন্তু সমাজৰ সকলো স্তৰতেই ইয়াৰ কাৰণ সন্ধান কৰিবলৈ আগ্রহী তেওঁলোক । বিষয়টোক লৈ চর্চা কৰি তেওঁলোকে একাধিক কাৰণ বিচাৰি উলিয়াইছে যেনে, মেন্টেল ডিজঅর্ডাৰ, পাৰ্ছ’নেলিটি কেৰেক্টাৰষ্টিকছ, প্রিভিয়াছ ছুইচাইড এটেম্পটছ ইত্যাদি ।

ADVERTISEMENT

এই সংক্রান্তত গৱেষণা অনুযায়ী, অৱসাদ আৰু আত্মহত্যাক পৰস্পৰ সম্পর্কযুক্ত বুলি ধাৰণা কৰা হয় । মস্তিষ্কত ছেৰ’ট’নিন লেভেল কমাৰ বাবে দায়ী ইহঁতৰ সম্পর্ক । ছেৰ’ট’নিনে ৰিছেপ্টৰ মস্তিষ্কক ক্রিয়াশীল থকাত সহায় কৰে । কিন্তু যিসকলৰ বিপুল পৰিমাণে মানসিক হতাশাই কাম কৰে, যিসকল দুর্বল হয়, যিসকৱৰ আত্মহত্যাৰ প্রৱণতা থাকে, তেওঁলোকৰ এই ৰিছেপ্টৰ সিমান সক্রিয় নাথাকে বাবে এনে ধৰণৰ ঘটনা সংঘটিত হয় ।

RelatedPosts

Bokajan:মান্দাকাটা বেটেলিয়িন শিবিৰত অঘটন !

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

অৱশ্যে সাম্প্রতিক অতীতত ক’ভিডে মানুহক অৱসাদগ্রস্ত কৰাৰ ক্ষেত্রত বৃহৎ ভূমিকা গ্ৰহণ কৰিছে । ক’ভিডৰ ফলত প্রিয়জনৰ মৃত্যুৱে মানুহক প্ৰত্যক্ষভাৱে অৱসাদগ্ৰস্ত কৰিলে । তদুপৰি ক’ভিডৰ ফলত যেনেদৰে সমাজ-অর্থনীতিত প্ৰভাৱ পৰিছে ইয়াৰ ফলত বহু লোক আর্থিক আৰু মানসিকভাৱে ভাঙি পৰিছে ।

মনকৰিবলগীয়া যে সমাজ আৰু বন্ধুপরৰিজনৰ পৰা সামাজিক শাৰীৰিক দূৰত্ব মানি চলাই অনেকেৰেই মনত গভীৰ চাপ পেলাইছে । ইয়াৰ ফলত অনেকেই কেতিয়াবা আত্মহত্যাৰ কথা ভাবি লয় । ফলত, ক’ভিডো আত্মহত্যাৰ ক্ষেত্রত গুৰুত্বপূর্ণ কিন্তু নেতিবাচক ভূমিকা পালন কৰিছে ।

কিন্তু এই অন্ধকাৰ গহ্বৰৰ অন্ত ক’ত ? ক্রমশ অৱসাদৰ অন্ধকাৰত ডুবি থকা আৰু আত্মহত্যাকামী লোকসকলৰ বাবে কোনো পোহৰৰ উৎস নাই নেকি ?

আছে । নেছনেল ইনষ্টিটিউট অৱ মেন্টেল হেল্থে এই ক্ষেত্রত কিছুমান উপায় উলিয়াইছে । যেনে :

কগনিটিভ বিহেভিয়াৰেল থেৰাপি– ই ৰোগীক ষ্ট্ৰেছফুল পৰিস্থিতিৰ পৰা উলাই অহাত সহায় কৰে ।

ডায়েলেকটিকেল বিহেভিয়াৰেল থেৰাপি– ই ৰোগীৰ আবেগক নিয়ন্ত্রণ কৰাৰ উপায় দিয় ।

ব্রিফ ইন্টাৰভেনছন ষ্ট্ৰেটেজিছ– কথা পাতি ৰোগীৰ মনক অর্গলমুক্ত কৰি দিয়া পদ্ধতি ।

কলাব’ৰেটিভ কেয়াৰ– এইটো সামগ্রিক মেন্টেল হেল্থ কেয়াৰ ।

বিশ্ব স্বাস্থ্য সংস্থা তথা ‘হু’ৱে এটা ইউনিভাৰ্ছেল ছুইচাইড প্রিভেনছন ষ্ট্ৰেটেজিৰ পৰামর্শ দিছে । তেওঁলোকে কয়– ‘লিভ লাইফ এপ্র’চ’ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: SuicideWHO
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d