Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

DEMOLITION OF MUMBAI ILLEGAL GULISTAN APARTMENTS: অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইৰ বৃহৎ গুলিষ্টান এপাৰ্টমেণ্টত

ব্ৰিহানমুম্বাই পৌৰ নিগমৰ বুলড’জাৰ

publisher by publisher
September 14, 2022
in India, News
Reading Time: 1 min read
0
DEMOLITION OF MUMBAI ILLEGAL GULISTAN APARTMENTS: অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইৰ বৃহৎ গুলিষ্টান এপাৰ্টমেণ্টত
2
SHARES
17
VIEWS
ShareShareShareShare

MUMBAI মুম্বাইৰ পাইধোনিৰ ইছমাইল কাৰ্টাৰ ৰোডত স্থিত ৯০ টা ফ্লেট বিশিষ্ট আটকধুনীয়া গুলিষ্টান এপাৰ্টমেণ্টত আজি ব্ৰিহান মুম্বাই পৌৰ নিগমে ধ্বংসৰ বাবে প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰে ৷ উল্লেখ্য যে সোমবাৰে অট্টালিকাত সক্ৰিয় হৈ থকা বিদ্যুৎ আৰু পানী যোগানৰ সংযোগ বিচ্ছিন্ন কৰে।স্মতৰ্ৱ্য যে বোম্বাই উচ্চ ন্যায়ালয়ে ২০২১বৰ্ষত এপাৰ্টমেণ্টটোৰ চ’ছাইটিক বিল্ডিংটো ভাঙি পেলাবলৈ নিৰ্দেশ দিয়াৰ পিছতে বিএম চি হৈ পৰে তৎপৰ ৷

ADVERTISEMENT

উল্লেখ্য যে গুলিষ্টান এপাৰ্টমেণ্টৰ আৱাসীসকলে বোম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত আপিল কৰিছিল যদিও চলিত বৰ্ষৰ জুলাই মাহত বোম্বাই উচ্চ ন্যায়ালয়ৰ আদেশকে বাহাল ৰাখে সৰ্বোচ্চ ন্যায়ালয়ে। মন কৰিবলগীয়া যে,বিএম চিয়ে গুলিষ্টান এপাৰ্টমেণ্ট ধ্বংসৰ জাননী জাৰি কৰাৰ পাছত ২০১৮ চনত এই বিষয়ক লৈ এক আইনী যুঁজ আৰম্ভ হৈছিল। ভৱনটোৰ অবৈধ স্থিতিৰ বাবে চি-ৱাৰ্ডৰ নিৰ্মাণ বিষয়া সকলক ৰাজ্য চৰকাৰে গাঁথনিটোৰ অনুমতি দিয়াৰ বাবে নিলম্বিত কৰিছিল । ধ্বংসৰ তত্বাৱধান কৰা চি-ৱাৰ্ডৰ মনোনীত বিষয়া অমল মেচাৰামে কয় যে, তেওঁলোকে এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ মজিয়ালৈ নিছিল আৰু মঙলবাৰে তেওঁলোকে মুম্বাইৰ আৰক্ষী বাহিনীৰ সহযোগত গুলিষ্টান এপাৰ্টমেণ্টত চৌহদত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰি প্ৰাৰম্ভিক পদক্ষেপ হিচাপে এপাৰ্টমেণ্ট ভৱনটোৰ বিদ্যুৎ আৰু পানী যোগান বিচ্ছিন্ন কৰা হয়।

RelatedPosts

No Content Available

WhatsApp Image 2022 09 14 at 14.22.29

বিএম চিৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে যে যিহেতু এইটো এটা সংবেদনশীল বিষয় গতিকে তেওঁলোকে যিকোনো পদক্ষেপ লোৱাৰ আগতে ৰমজান মাহ আৰু গণেশোৎসৱ সমাপ্ত হোৱালৈ অপেক্ষা কৰিছিল। ইয়াৰোপৰি তেওঁলোকে ইয়াক অতি সোনকালে গ্ৰাউণ্ড জিৰ’লৈ অনাৰ কথাও উল্লেখ কৰে। উল্লেখনীয় যে, ২০১৮ চনত মাত্ৰ মাহৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল ১০ মহলীয়া বিল্ডিংটো আৰু ইয়াৰ ফ্লেটবোৰ সূলভ মূল্যত বিক্ৰী কৰা হৈছিল । বি এম চিয়ে আঢ়ৈ মাহৰ ভিতৰত এপাৰ্টমেণ্টটো ভাঙি পেলোৱাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে এজন ঠিকাদাৰ নিযুক্ত কৰে । সোমবাৰে বিল্ডিঙটোৰ বৈদ্যুতিক মিটাৰৰ কোঠাটো ভাঙি পেলোৱা হৈছিল আৰু লগতে স্লেব আৰু টেৰেছৰ বেৰবোৰো ভাঙি পেলোৱা হৈছিল।

আনহাতে, এপাৰ্টমেণ্টটোত বাস কৰা ৯০ টা পৰিয়াল সম্প্ৰতি হৈ পৰিছে গৃহহীন আৰু দিশহাৰা । লক্ষণীয়ভাৱে এপাৰ্টমেণ্টটোৰ ফ্লেট বসবাস কৰা কিছুলোকৰ ওচৰত ফ্লেট ক্ৰয়- বিক্ৰয়ৰৰ কোনো নথি-পত্ৰ নাই। আৱাসীসকলে কয় যে কৰ্তৃপক্ষই ভৱন নিৰ্মাণৰ আগতে বৈধতাৰ বিষয়টো গুৰুত্ব সহকাৰে লব লাগিছিল। কিছুমান আৱাসীয়ে আইনী সমস্যাৰ বিষয়ে নজনাকৈ এপাৰ্টমেণ্টৰ ফ্লেট সমুহ ক্ৰয় কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DEMOLITION OF MUMBAI"S ILLIGAL GULISTAN APARTMENTS
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d