Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

    অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

    Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত

    Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ASSAM GOVT. THREE DAY CHINTAN SHIVIR AT KAZIRANGA  : কাজিৰঙাত ৰাজ্য চৰকাৰ তিনিদিনীয়া চিন্তন শিৱিৰ

শিৱিৰত উপস্থিত মুখ্যমন্ত্ৰী সহ আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱ

publisher by publisher
September 24, 2022
in News, Assam, India
Reading Time: 1 min read
0
ASSAM GOVT. THREE DAY CHINTAN SHIVIR AT KAZIRANGA  : কাজিৰঙাত ৰাজ্য চৰকাৰ তিনিদিনীয়া চিন্তন শিৱিৰ
1
SHARES
9
VIEWS
ShareShareShareShare

ASSAM GOVT. THREE DAY CHINTAN SHIVIR AT KAZIRANGA  : আজিৰে পৰা কাজিৰঙাত তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ চিন্তন শিৱিৰ ৷ চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত সদগুৰু হিচাপে জনাজাত যোগ আৰু আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

ADVERTISEMENT

WhatsApp Image 2022 09 24 at 21.09.44

RelatedPosts

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা কঁহৰাত উপস্থিত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী শচীন তেণ্ডুলকাৰ কৰে

ADRE Results 2025:ঘোষণা কৰা হল ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল

শনিবাৰে আবেলি কাজিৰঙাত উপস্থিত হোৱা সদগুৰু জনক আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ তাৰ পিছতে আৰম্ভ হোৱা বৈঠকত অংশ লৈ আধ্যাত্মিক গুৰু গৰাকীয়ে বিভিন্ন তত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বক্তব্যত কয় যে,সদগুৰু গৰাকীৰ দিহা- পৰামৰ্শ আৰু প্ৰজ্ঞাই ২০২৬ চনৰ ভিতৰত অসমৰ সামগ্ৰিক উন্নয়নৰ ৰোড মেপ প্ৰস্তত কৰাত চিন্তন শিৱিৰক অপৰিসীম সহায় কৰিব ৷’ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী পৰামৰ্শ অনুসৰি এই শিৱিৰ অনুষ্ঠিত হয় বুলি প্ৰকাশ কৰে৷

WhatsApp Image 2022 09 24 at 21.08.06

শিৱিৰত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,অতুল বৰা ,কেশৱ মহন্ত,পৰিমল শুক্ল বৈদ্য,চন্দ্ৰমোহন পাটোৱাৰী,অজন্তা নেওগ,ইউ জি ব্ৰক্ষ্ম, সঞ্জয় কিষান,যোগেন মহন,বিমল বৰা, পীয়ূষ হাজৰিকা,জয়ন্ত মল্ল বৰুৱা,নন্দিতা গাৰ্লোচা, বিজেপি বিধায়ক তথা ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া-বৰ্গ উপস্থিত থাকে ৷
মুখ্যমন্ত্ৰী শৰ্মাই বোকাখাটত দাহ কৰা গড়ৰ খড়্গৰ চাইৰে নিৰ্মাণ কৰি উলিওৱা গড়ৰ তিনিটা প্ৰতিকৃতি উদ্বোধন কৰে ৷

WhatsApp Image 2022 09 24 at 21.11.08

আনহাতে সন্ধিয়া ভাগত মুখ্যমন্ত্ৰী গৰাকীয়ে সদগুৰুৰ সৈতে কাজিৰঙা অভয়াৰণ্য জীপ চাফাৰী কৰে৷ উল্লেখ্য যে জীপ খনৰ চালকৰ আসনত বহে স্বয়ং আধ্যাত্মিক গুৰু গৰাকী৷কাষত মুখ্যমন্ত্ৰীক লৈ অভয়াৰণ্য খনৰ ভিতৰত প্ৰৱেশ কৰে ৷ কাজিৰঙাৰ নৌসৰ্গিক দৃশ্য দেখি আপ্লুত হৈ পৰে সদগুৰু৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtCMKazirangaSADGURUTHREE DAY CHINTAN SHIVIR
publisher

publisher

Related Posts

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!
India

অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

May 14, 2025
অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!
India

অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

May 14, 2025
Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত
News

Dr.Upasana Mahanta: বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম কন্যা ড: উপাসনা মহন্ত

May 14, 2025
Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d