Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Mahsa Amini : ২২ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু, ফলত ৰণক্ষেত্র ইৰান ! কি হৈছিল মাহশাৰ ?

publisher by publisher
September 25, 2022
in News, International
Reading Time: 2 mins read
0
Mahsa Amini : ২২ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু, ফলত ৰণক্ষেত্র ইৰান ! কি হৈছিল মাহশাৰ ?
2
SHARES
24
VIEWS
ShareShareShareShare

চৰকাৰ-বিৰোধী বিক্ষোভৰ জুই জ্বলিছে ইৰানৰ ৰাজধানী তেহৰানসহ কমেও ৮০খন চহৰত । মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ ঘূৰাই পোৱাৰ দাবীত বিক্ষোভ কৰিবলৈ আৰম্ভ কৰিছে সেই দেশৰ অসংখ্য জনসাধাৰণে । কিন্তু কিয় মাত্র কিছু দিনৰ ব্যৱধানতে ৰণক্ষেত্রত পৰিণত হৈছে ইৰান ? ইয়াৰ নেপথ্যত ইরানৰ ২২ বছৰীয়া এগৰাকী যুৱতী মাহশা আমিনিৰ মৃত্যু ।

ADVERTISEMENT

mahsa amini dies iran morality patrol 3 DjYn v1024x512 box 001084570

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

পশ্চিম ইৰানৰ কুর্দিস্তান প্রদেশৰ ছাক্কেজ চহৰৰ বাসিন্দা আছিল মাহশা । ১৩ ছেপ্টেম্বৰ বৃহস্পতিবাৰে কুর্দিস্তানৰ পৰা ৰাজধানী তেহৰানত আহিছিল তেওঁ । তেহৰানত পৰিয়ালৰ সদস্যসকলক লগ কৰিবলৈ গৈছিল মাহশাই । লগত তাইৰ ভাতৃ কিয়াৰেশ আমিনিও আছিল ।

কিয়াৰেশ আৰু মাহশাই ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকাৰ সময়তে তেহৰানৰ কিছু দূৰত তেওঁলোকৰ পথ ভেটি ধৰে টহল দি থকা আৰক্ষীৰ দলে । কিয়াৰেশ-মাহশাক গাড়ীৰ কাঁচ নমোৱাৰ নির্দেশ দিয়া হয় ।

94394620

আৰক্ষীৰ চকুত পৰে গাড়ীৰ ভিতৰত হিজাব নিপিন্ধাকৈ বহি থকা মাহশা । দেশৰ সর্বোচ্চ নেতাই ঘৰৰ বাহিৰত গ’লে মহিলাসকলক হিজাব পৰিধান কৰাৰ নির্দেশ দিয়াৰ সময়তে, এই যুৱতীয়ে কেনেদৰে হিজাব নিপিন্ধাকৈ উলাইছিল ? গৰজি উঠে আৰক্ষীৰ দল । আৰম্ভ হয় আইনৰক্ষকৰ ‘নীতিপুলিচী’‌।

3500

স্থানীয় সংবাদমাধ্যমৰ প্রতিবেদন অনুযায়ী, গাড়ীৰ ভিতৰত বহি থকা ভাতৃ-ভগ্নীক সোন-পোচ আৰম্ভ কৰে আৰক্ষীয়ে । মাহশাই কিয় হিজাব পৰিধান কৰা নাই ? বাৰে বাৰে একেই প্ৰশ্ন কৰা হয় । মাহশার ‘দোষ’, তেওঁ প্রশ্নৰ উত্তৰত ব্যক্তি স্বাধীনতাৰ কথা কৈছিল । তেওঁৰ স্বইচ্ছাৰ কথা জনাইছিল ।

20220919 20220919 jinamahsaamini jpg8ea6f5 image jpeg1eb196 image

প্রত্যক্ষদর্শীসকলৰ বিৱৰণ অনুযায়ী, ইয়াৰ পাছতেই খঙত অগ্নিশৰ্মা হৈ টৰে আৰক্ষীৰ দল । হিজাব পৰিধান নকৰাৰ ‘শাস্তি’ হিচাপে গাড়ীৰ পৰা টানি নমোৱা হয় মাহশাক । মাটিত বাগৰি প্ৰায় স্বত্ত্বেও তেওঁক আৰক্ষীৰ গাড়ীত ঘটোৱা হয় ।

2022 09 21T182422Z 700521236 RC2TLW9HMCIS RTRMADP 3 IRAN WOMEN

ভাতৃ কিয়াৰেশক আৰক্ষীয়ে জনায়, মাহশাক ‘সহবৎ’ শিকাবলৈ কিছু সময়ৰ বাবে আটক কৰা হ’ব । কিছু সময় পাছতেই তেওঁক এৰি দিয়া হ’ব ।

মাহশাই মুক্তি পাইছিল । অৱশ্যে মুক্তি পাইয়ে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে হাস্পাতালত ভর্তি কৰাবলগীয়া হয় তেওঁক । হাস্পাতালত তিনি দিন ক’মাত থকাৰ পাছত যোৱা শুকুৰবাৰে তেওঁৰ মৃত্যু হয় ।

mahsa amini dies iran morality patrol 4 MINE v516x270

হাস্পাতালৰ চিকিৎসকসকলে জনায়, ‘ব্রেইন ডেড’ অৱস্থাত হাস্পাতালত ভর্তি কৰোৱা হৈছিল মাহশাক । হৃদ্‌স্পন্দন থাকিলেও লৰচৰ হোৱাৰ ক্ষমতা নাছিল । তেওঁক আইচিইউত ভর্তি কৰোৱা হয় । ইয়াৰ ৪৮ ঘণ্টা পাছত মাহশা হৃদ্‌ৰোগত আক্রান্ত হৈ মৃত্যু হয় । বহু চেষ্টা কৰিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰে ।

Iran Mahsa Amini

প্রত্যক্ষদর্শীসকলৰ দাবী, আৰক্ষীৰ গাড়ীত উঠাওঁতে আৰু গাড়ীত উঠাই মাহশাক মাৰধৰ কৰে আৰক্ষীয়ে । সেৰে তেওঁ ক’মাত গুচি যায় বুলিও অনেকৰ দাবী ।

মাহশাৰ খবৰ বিয়পি পৰাৰ পাছতেই ইৰানত চাৰিওদিশে অসন্তোষ্টিৰ জুই লাগি যায় । বিগত সপ্তাহৰ শেষত ইৰানৰ উত্তৰত য’ত কুর্দিস্তানত প্রথম প্রতিবাদ আৰম্ভ হয়, যি ক্রমে সমগ্ৰ দেশত বিয়পি পৰে ।

2022 09 24T180246Z 1940754915 RC2RNW9DO868 RTRMADP 3 IRAN WOMEN GREECE PROTESTS

মাহশাৰ মৃত্যুৰ পাছৰ পৰাই ইৰানৰ পথত দেখা যায় গণক্ষোভৰ বহিঃপ্রকাশ । হিজাব জ্বলোৱাৰ পৰা আৰম্ভ কৰি মূৰৰ চুলি কাটা — বিভিন্ন অভিনৱ পন্থাত প্রতিবাদত নামিছে সেই দেশৰ বহু পুৰুষ-মহিলা ।

বিক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা পথত আৰক্ষী মোতায়েন কৰিও বিশেষ লাভ নহয় । আৰক্ষীক লক্ষ্য কৰি চলিছে ইটা-শিলাবৃষ্টি । জ্বলোৱা হৈছে আৰক্ষীৰ গাড়ীও ।

IRAN PROTEST WOMEN RIGHTS 6 1663673903392 1663673903392 1663673912900 1663673912900

এটা স্বেচ্ছাসেৱী সংস্থাৰ দাবী, বৃহস্পতিবাৰ পর্যন্ত আৰক্ষীৰ গুলীত ৩১ জনৰ মৃত্যু হৈছে যদিও শুকুৰবাৰে ৫০ জন হৈছে । তৎস্বত্ত্বেও প্রতিবাদীসকলক নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই । গুলী চালনা কৰিও জনসাধাৰণক ‘নিয়ন্ত্ৰণ’ত আনিব পৰা নাই আৰক্ষীয়ে ।

যদিও চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে, বিক্ষোভ নিয়ন্ত্ৰণ কৰাৰ সময়ত আৰক্ষীৰ গুলীত ১৭ জনৰ মৃত্যু হৈছে । কিন্তু চৰকাৰে দিয়া তথ্য ‘ভুৱা’ বুলিও দাবী স্বেচ্ছাসেৱী সংস্থাটোৰ ।

gettyimages 1243371980 custom 8667a1321668d5a631487c6a8c13a91dbc50d900 s1100 c50

ইতিমধ্যে সমাজিক মাধ্যমত ভাইৰেল হৈ পৰা বিভিন্ন ভিডিঅ’ত দেখা গৈছে, ইৰানৰ ৰাজধানী তেহৰান জ্বলিছে । সেই সমূহ ভিডিঅ’ত দেখা গৈছে, সন্ধিয়া নমাৰ পাছতেই তেহৰানৰ বিভিন্ন অঞ্চলত গোট খাইছে বিক্ষোভকাৰীসকল ।

চৰকাৰ-বিৰোধী শ্ল’গান দিয়াৰ লগতে প্ৰতিকী জ্বলাই প্রতিবাদ কৰা দেখা গৈছে তেহৰানবাসীক ।

CI2XYKB3RJGXLATMD3RVIVJZ2Y

বহিঃবিশ্বৰ পৰা দেশৰ বর্তমান পৰিস্থিতিৰ ৰূপ লুকুৱাবলৈ ইন্টাৰনেট ব্যৱহাৰত কঠোৰ বিধিনিষেধ আৰোপ কৰা হৈছে । শুকুৰবাৰ পর্যন্ত তিনি দিন ইৰানত ইন্টাৰনেট সেৱা বন্ধ ৰাখিছে দেশৰ চৰকাৰে ।

হিজাব পৰিধান কৰাক লৈ বা মহিলাৰ অধিকাৰ ৰক্ষাৰ যুঁজত চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ এয়ে প্রথম নহয় । ইয়াৰ পূৰ্বেও হিজাব পৰিধান নকৰাৰ দাবীত বহুবাৰ পথত নামিছে দেশৰ মহিলাসকল ।

Mobile internet ban Photo courtesy Yes Punjab

তিনি দশক পূৰ্বেওশ হিজাব পৰিধান কৰা সন্দৰ্ভত ইৰানৰ মহিলাসকলৰ ওপৰত কোনো বিধিনিষেধ নাছিল । বৰঞ্চ সেই সময়ত তোলা ছবিয়ে অন্য কথা কয় । ১৯৭৯ত ৰাজতন্ত্র-বিৰোধী বিপ্লৱৰ সাক্ষী হয় ইৰানবাসী । পহলভি ৰাজবংশৰ শাসক শ্বাহ মহম্মদ ৰেজা পহলভিক প্ৰত্যাহাৰ কৰি আয়াতুল্লাহ ৰুহুল্লাহ খোমেইনিৰ নেতৃত্বত ক্ষমতাত আহে ইছলামিক ৰিপাব্লিক চৰকাৰ ।

7 iran Mahsa Amini death sparks protest

ৰাজপৰিয়ালৰ উৎখাতৰ লগে লগেই পৰিৱৰ্তন হয় ইৰানৰ সামাজিক পৰিস্থিতি আৰু ৰীতিনীতিও । ইয়াৰ অধিক প্রভাৱ পৰে মহিলাসকলৰ ওপৰত । ক্ষমতাত অহাৰ পাছত ইৰানৰ তৎকালীন সর্বোচ্চ নেতা আয়াতুল্লাহ ৰুহুল্লাহ খোমেইনিয়ে আদেশ দিয়ে, জাতি-ধর্ম নির্বিশেষে দেশৰ সকলো মহিলাই হিজাব পৰিধান কৰিব লাগিব । তাৰ পাছৰ পৰা আৰম্ভ হয় পোছাকবিধিক লৈ চৰকাৰৰ কট্টৰ মনোভাৱৰ বিৰুদ্ধে মহিলাসকলৰ দীর্ঘ যুঁজৰ ইতিহাস ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IranMahsa AminiProtest
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d