Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cement Price hike : প্ৰতিবেগ চিমেণ্টৰ মূল্য ৪৭০ টকালৈ বৃদ্ধি

ঘৰ সাজিবলৈ গৈ মূৰে-কপালে হাত‌ দিছে নিম্ন মধ্যবিত্ত‌ই

publisher by publisher
October 16, 2022
in India, Assam, News
Reading Time: 1 min read
0
Cement Price hike : প্ৰতিবেগ চিমেণ্টৰ মূল্য ৪৭০ টকালৈ বৃদ্ধি
1
SHARES
14
VIEWS
ShareShareShareShare

স্বপ্নৰ ঘৰটো বন্ধাৰ আশাত বন্দী ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক টেঁটু চেপা দি পুনৰ বৃদ্ধি কৰা হ’ল চিমেণ্টৰ মূল্য । মাথোঁ ২৫টা দিনৰ ভিতৰতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উৎপাদন কৰা চিমেণ্ট কোম্পানীসমূহে ৰাজ্যখনত প্ৰতিবেগ চিমেণ্টৰ মূল্য ৩৫ টকালৈ বৃদ্ধি কৰিছে । কোনো ধৰণৰ চৰকাৰী নিয়ন্ত্ৰণ নথকাৰ সুযোগ লৈ নিজ খেয়াল-খুচি মতে চিমেণ্টৰ দাম বৃদ্ধি কৰি অহা এই কোম্পানীসমূহৰ অতপালিৰ বাবে ৰাজ্যৰ বজাৰত প্ৰতিবেগ চিমেণ্টৰ দাম ঊৰ্ধ্বমুখী হৈছে ৪৭০ টকালৈকে ।

ADVERTISEMENT

লক্ষ্যণীয় যে চিমেণ্ট কোম্পানীসমূহে কেঁচা মালৰ অভাৱ আৰু ইন্ধনৰ দাম বৃদ্ধিৰ অজুহাতত চিমেণ্টৰ মূল্য বৃদ্ধি কৰিছে । ৰাজ্যত বজাৰ দখল কৰি থকা ষ্টাৰ, ডালমিয়া, মেক্স আদি চিমেণ্ট কোম্পানীসমূহে যোৱা‌ ২১ ছেপ্টেম্বৰত প্ৰতি বেগ চিমেণ্টৰ মূল্য সাত টকাকৈ বৃদ্ধি কৰিছিল । ইয়াৰ কেইদিনমান পাছতে অৰ্থাৎ একেটা মাহৰে ৩০ তাৰিখে সংশ্লিষ্ট কোম্পানীকেইটাই ৰাজ্যত পুনৰ প্ৰতি বেগ চিমেণ্টৰ মূল্য ২০ টকাকৈ বৃদ্ধি কৰে ।

RelatedPosts

TV channel price hike : ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব টিভিৰ ৰিচাৰ্জৰ মূল্য

Price Hike : ৰাজ্যত মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতা, আলুৰ পিছতেই এইবাৰ কণী

LPG Cylinder Price Hike : পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ!

আকৌ যোৱা ন অক্টোবৰত এই একেকেইটা কোম্পানীয়ে প্ৰতি বেগ চিমেণ্টৰ মূল্য আঠ টকাকৈ বৃদ্ধি কৰি ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাইছে । লক্ষ্যণীয় যে বাৰিষাৰ অন্ত পৰাৰ লগে লগে ৰাজ্যৰ গ্ৰামাঞ্চলকে ধৰি সৰ্বত্ৰ এতিয়া ঘৰ বন্ধাৰ সময় আৰম্ভ হৈছে । সমাজৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেও ঋণ গ্ৰহণ কৰি অথবা অন্যান্য উপায়ে হ’লেও এটা কংক্ৰিটৰ ঘৰ নিৰ্মাণৰ বাবে সাজু হোৱাৰ সময়তে প্ৰতিটো শ্ৰেনীৰ লোককে মাধমাৰ শোধাবলৈ আচম্বিতে ২৫ দিনৰ ভিতৰতে তিনিবাৰকৈ দাম বৃদ্ধি কৰা হ’ল চিমেণ্টৰ ।

লক্ষ্যণীয় যে কয়লাৰ দাম বৃদ্ধিৰ বাবে ইতিমধ্যে ৰাজ্যৰ গ্ৰামাঞ্চলত মহঙা হৈছে ঘৰ বন্ধাৰ অন্যতম সামগ্ৰী ইটা । প্ৰতিটো ইটাৰ মূল্য ১৪ টকালৈকে বৃদ্ধি পাইছে । অন্যান্য সামগ্ৰী তথা মজুৰিও বৃদ্ধি পোৱাৰ সময়তে ঘৰ বন্ধাৰ অন্যতম সামগ্ৰী চিমেণ্টৰো অস্বাভাৱিক দাম বৃদ্ধিক লৈ এতি‌য়া মূৰে-কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই । অসম তথা চুবুৰীয়া মেঘালয়ত উৎপাদন কৰা চিমেণ্ট কোম্পানীসমূহে অসমত নিজ খেয়াল-খুচি মতে দাম বৃদ্ধি কৰাৰ অতপালি ইমানেই বাঢ়িছে যে ৰাজ্যৰ বজাৰত এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠৰূপে চিহ্নিত ব্ৰেণ্ডৰ চিমেণ্টতকৈও থলুৱা উৎপাদিত চিমেণ্টৰ মূল্যহে চৰা হৈছে ।

অসমত মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ, ৰাজস্থানত উৎপাদিত বিৰলা গ’ল্ড, লাফাৰ্জ, অম্বুজা আদি চিমেণ্টৰ প্ৰতি বেগৰ মূল্য সৰ্বাধিক ৪৪০ টকা । বহিঃৰাজ্যৰ পৰা ৰে’লেৰে কঢ়িয়াই অনা এনে দেশৰ নামি ব্ৰেণ্ডৰ চিমেণ্টৰ দাম পৰিবহণ ব্যয় সংযোজিত কৰাৰ পাছতো ৪৪০ টকাকৈ অসমৰ বজাৰত বিক্ৰী কৰিব পৰাৰ বিপৰীতে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত উৎপাদিত ষ্টাৰ চিমেণ্টৰ দৰে কোম্পানীয়ে কি যুক্তিত প্ৰতিবেগ চিমেণ্টৰ মূল্য ৪৭০ টকা পৰ্যন্ত দৰত বিক্ৰী কৰি মুনাফা লুটিছে সেয়া চিন্তনীয় বিষয় ।

লক্ষ্যণীয় যে গুৱাহাটীৰ সোণাপুৰত উৎপাদিত চিমেণ্ট চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ ৰে’লেৰে কঢ়িয়াই নিয়াৰ পাছত পৰিবহণ ব্যয়সহ চুবুৰীয়া ৰাজ্যখনত প্ৰতিবেগ চিমেণ্টৰ খুচুৰা মূল্য হ’ল সৰ্বাধিক ৩১০ টকা পৰ্যন্ত । অৰ্থাৎ উৎপাদনথলীতে মাত্ৰাধিক হাৰত মুনাফা লুটি অসমবাসীক মাধমাৰ শোধাই আহিছে এই চিমেণ্ট কোম্পানীসমূহে ।

প্ৰসংগত উল্লেখ্য যে চিমেণ্ট কোম্পানীসমূহৰ এই অতপালিত আশ্চৰ্য প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কেই বছৰমান পূৰ্বে অসম ভ্ৰমণলৈ আহোতে চিমেণ্ট কোম্পানীসমূহক সৰ্বাধিক দুশ টকা দৰত চিমেণ্ট বিক্ৰী কৰিব পাৰে বুলি সকীয়াই দিছিল । অসমত উৎপাদিত চিমেণ্ট বহিঃৰাজ্যৰ তুলনাত অসমকে ধৰি দুগুণ দৰত বিক্ৰী কৰি কাৰ্যতঃ লুণ্ঠন চলাই থকা চিমেণ্ট কোম্পানীসমূহৰ বিৰুদ্ধে নিশ্চুপ হৈ ৰৈছে ৰাজ্য চৰকাৰো । চৰকাৰৰ এই ভূমিকাই চিমেণ্টৰ দাম দুগুণলৈ বৃদ্ধি কৰাত কোম্পানীসমূহক উৎসাহিত কৰা বুলিহে চৰ্চিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CementPrice Hike
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d