Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Narendra Modi : অৰুণাচল প্রদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদী-দলাই লামা, চীনক বার্তা

publisher by publisher
October 26, 2022
in India, News
Reading Time: 1 min read
0
PM Narendra Modi : অৰুণাচল প্রদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদী-দলাই লামা, চীনক বার্তা
1
SHARES
11
VIEWS
ShareShareShareShare

PM Narendra Modi :

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু তিব্বতীয় ধর্মগুৰু দলাই লামা কিছু সময়ৰ ব্যৱধানত অৰুণাচল প্রদেশ ভ্ৰমণত (পৃথক পৃথককৈ) যাব । তৃতীয় পৰ্যায়ত দলীয় নেতৃত্বত অভিষিক্ত হোৱাৰ পাছত ছি জিনপিঙৰ ওপৰত চাপ বৃদ্ধি কৰিবৰ বাবেই ভাৰতৰ এই কৌশলী পদক্ষেপ বুলি ধাৰণা কৰা হৈছে । পূৱ লাদাখত চীনা সেনাৰ আগ্রাসনক লৈ দ্বিপাক্ষিক সম্পর্ক অমীমাংসিত হৈ থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে ।

ADVERTISEMENT

চীনে যিমানবাৰ বিভিন্ন মহলত দাবী তুলিছে যে, অৰুণাচল প্রদেশ ভাৰতৰ নহয়, তেওঁলোকৰ অংশ, ভাৰতে সিমানবাৰেই তাৰ প্ৰত্যুত্তৰ দিছে । প্ৰধানমন্ত্ৰী মোদীৰ চলিত সপ্তাহত অৰুণাচললৈ যোৱাৰ উদ্দেশ্য তাত প্রথমে বিমানবন্দৰটো উদ্বোধন কৰা । প্ৰাপ্ত তথ্য অনুসৰি, অৰুণাচলৰ পৰাই প্রতিবেশী ৰাষ্ট্রক উদ্দেশ্যি তেওঁ কঠোৰ বার্তা দিব । বিমানবন্দৰ উদ্বোধনৰ লগতে ৰাজ্যৰ পশ্চিম কামেং জিলাত ছশ মেগাৱাট জলবিদ্যুৎ প্রকল্পৰ উদ্বোধনো কৰিব প্রধানমন্ত্রীগৰাকীয়ে ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

লগতে তিব্বতীয় ধর্মগুৰু চতুর্দশ দলাই লামাৰো অৰুণাচল যোৱাৰ সম্ভাৱনা আছে । যদিও তেওঁৰ ভ্ৰমণৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই । সাম্প্রতিক অতীত যেতিয়াই প্রধানমন্ত্রী বা ৰাষ্ট্রপতি অথবা দলাই লামা অৰুণাচল প্রদেশত গৈছে, বেইজিঙ প্রতিবাদত মুখৰ হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, এইবাৰৰ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্রদেশ আৰু চীনৰ সীমান্তৱর্তী অঞ্চলত পৰিকাঠামো প্ৰস্তুত কৰিবৰ বাবে চৰকাৰৰ সর্বাত্মক প্রয়াস দাঙি ধৰিব তেওঁৰ বক্তৃতাত । দলাই লামা টাৱাং যাব । তেওঁ সপ্তদশ দশকৰ এক বৌদ্ধ মঠ গাদেন গানগেইল লাতছে-ত থাকিব ।

ইয়াৰ পূৰ্বে ৮৭ বছৰীয়া ধর্মগুৰুজন লে ভ্ৰমণত গৈছিল যোৱা জুলাইত, ভাৰত-চীন পূৱ লাদাখৰ সংঘাতৰ মাজতে ।

সূত্র অনুসৰি, যোৱা মাহত দলাই লামাই টাৱাং যোৱাৰ একান্ত ইচ্ছা প্রকাশ কৰে । ভাৰত আৰু চীন সীমান্তৱর্তী এই বিতর্কিত অঞ্চলত তেওঁ শেষবাৰ গৈছিল ২০১৭ৰ এপ্রিলত । সেই সময়ত তীব্র প্রতিক্রিয়া জনাই বেইজিঙে কৈছিল, চীনৰ ভৌগোলিক অখণ্ডতাক অমান্য কৰিছে নতুন দিল্লীয়ে ।

তেওঁলোকৰ অভিযোগ আছিল, এই ভ্ৰমণ কৰি ছাউথ ব্লকে ভাৰত-চীন সম্পর্কত আঘাত হানিছে । তাৰ কিছু মাহ পাছতেই ডোকলাম কাণ্ড আৰম্ভ হয় । যি ৭২ দিন ধৰি অব্যাহত আছিল । ভাৰতে অৱশ্যে সেই সময়ত চীনৰ প্রতিক্রিয়া সম্পূর্ণ অগ্রাহ্য কৰি কৈছিল, অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ । এগৰাকী সন্মানীয় অতিথি হিচাপে দলাই লামাই ভাৰতৰ যিকোনো অঞ্চলত যাব পাৰে ।

২০১৪ত কেন্দ্রত ক্ষমতাত অহাৰ পাছত দীর্ঘদিন প্ৰধানমন্ত্ৰী মোদীয়ে দলাই লামাৰ স’তে প্রকাশ্যত কোনো সাক্ষাৎ অথবা মঞ্চত অহা নাই, চীনৰ আবেগত আঘাত লগাৰ শংকাতে । কিন্তু সময় পৰিৱৰ্তন হৈছে । চীনৰ প্রতি সেই নৰম মনোভাবে প্ৰধানমন্ত্ৰী মোদীক ধৰি ৰাখিব নোৱাৰে বুলি অনুমান কৰিছে কূটনৈতিক মহলে ।

পূৱ লাদাখত চীনৰ আগ্রাসনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দলাই লামাক কেৱল ফোন কৰি জন্মদিনৰ শুভেচ্ছা জনোৱাই নহয়, প্রকাশ্যত চীনক বার্তাও দিব বিচাৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ARUNACHAL PRADESHChinaDalai LamaNarendra Modi
publisher

publisher

Related Posts

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান
News

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d