Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Electoral Bonds : ৰাজনৈতিক অনুদানত নির্বাচনী বণ্ড ব্যৱহাৰতেই কিয় আগ্রহী মোদী চৰকাৰ ?

publisher by publisher
October 15, 2022
in India, News, Politics
Reading Time: 1 min read
0
Electoral Bonds : ৰাজনৈতিক অনুদানত নির্বাচনী বণ্ড ব্যৱহাৰতেই কিয় আগ্রহী মোদী চৰকাৰ ?
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

ৰাজনৈতিক দলসমূহক অনুদান দিয়াৰ ক্ষেত্রত নির্বাচনী বণ্ডৰ ব্যৱহাৰত কোনো অস্বচ্ছতা নাই । উচ্চতম ন্যায়ালয়ৰ প্রশ্নৰ উত্তৰত শুকুৰবাৰে এই কথা জনাইছে কেন্দ্র‌ই । নৰেন্দ্র মোদী চৰকাৰৰ তৰফৰ পৰা ছলিছিটৰ জেনেৰেল তুষায় মেহতাই শীর্ষ আদালতত দাবী কৰিছে, নির্বাচনী বণ্ড সম্পূৰ্ণ স্বচ্ছ প্রক্রিয়া । মোদী চৰকাৰৰ এই অৱস্থানক লৈ নানা প্রশ্ন উত্থাপন হৈছে ।

ADVERTISEMENT

নির্বাচনী বণ্ড ব্যৱহাৰ বন্ধ কৰাৰ আবেদন জনাই এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এই গোচৰৰ পৰৱর্তী শুনানি আগন্তুক ছয় ডিচেম্বৰত হ’ব বুলি জনাইছে ন্যায়াধীশ বি আৰ গাভা আৰু ন্যায়াধীশ বি ভি নাগৰত্নক লৈ গঠিত শীৰ্ষ ন্যায়ালয়ৰ বেঞ্চে । প্রায় পাঁচ বছৰ ধৰি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ চলাকালীন পাঁচজন প্রধান ন্যায়াধীশ আহিছে । প্রতিবাৰেই মোদী চৰকাৰৰ অটল বণ্ড-প্রীতি স্পষ্ট হৈছে শীর্ষ আদালতত ।

প্রসংগত, নিৰ্বাচনত ক’লা টকাৰ খেল বন্ধ কৰাৰ কথা কৈ কে’বাবাৰো নির্বাচনী বণ্ড আৰম্ভ কৰিছিল নৰেন্দ্র মোদী চৰকাৰে । কেন্দ্রীয় বিত্তমন্ত্রী থকাকালীন ২০১৮ত প্রয়াত অৰুণ জেটলিয়ে নির্বাচনী বণ্ডৰ কথা ঘোষণা কৰিছিল । ২০১৭-ৰ বিত্ত বিলৰ জৰিয়তে আইনত একাধিক সংশোধনী কৰি মোদী চৰকাৰে ২০১৮ৰ পৰা নির্বাচনী বণ্ড আৰম্ভ কৰিছিল । ফলত কোনো ব্যক্তি বা কর্প’ৰেট সংস্থাই ৰাজনৈতিক দলসমূহক চান্দা বিচাৰিলে, বণ্ড ক্ৰয় কৰি সংশ্লিষ্ট দলক দিব লাগিব । এহেজাৰ, ১০ হেজাৰ, এক লাখ, ১০ লাখ আৰু এক কোটি টকা মূল্যৰ বণ্ড পোৱা যাব । ৰাজনৈতিক দলসমূহ নির্দিষ্ট একাউন্টত সেই বণ্ড ভংগ কৰিব পাৰিব । কিন্তু কোনে, কিমান টকা দিছে বুজিব নোৱাৰিব ।

নির্বাচনী বণ্ড আৰম্ভ হোৱাৰ পাছত বিষয়টোৰ স্বচ্ছতাক লৈ প্রশ্ন উত্থাপন হৈছিল । বিৰোধী দল আৰু নির্বাচনী প্রক্রিয়াৰ স্বচ্ছতাক লৈ আন্দোলনকাৰীহকলে অভিযোগ কৰে, ইয়াৰ ফলত অস্বচ্ছতা বাঢ়িব । বিশ্বৰ কোনো দেশতেই এনে ব্যৱস্থা নাই, ৰাজনৈতিক দলসমূহে বণ্ড ভংগ কৰিছে । ফলত কোন কর্প’ৰেট সংস্থাই কাক নিৰ্বাচনত সহায় কৰিছে, তাৰ বিনিময়ত ক্ষমতাশীল দলৰ পৰা কি সুবিধা আদায় কৰিছে, জনাৰ উপায় নাথাকে ।

ইয়াতেই প্রশ্ন বণ্ড-বিৰোধীসকলৰ । তেওঁলোকৰ দাবী, কেন্দ্র আৰু অধিকাংশ ৰাজ্যত ক্ষমতাত থকাৰ সুবাদে নির্বিবাদে অর্থ আমদানিৰ কার্যত ‘চিৰস্থায়ী বন্দোৱস্ত’ কৰিব বিচাৰিছে গেৰুৱা শিবিৰে । সেয়ে তেওঁলোকে নির্বাচনী বণ্ড অটুট ৰাখিবলৈ উঠি-পৰি লাগিছে । পৰিসংখ্যা অনুযায়ী, মূলত ১০ লাখ টকা আৰু এট কোটি টকাৰ বণ্ড ক্ৰয় কৰা হৈছে । য’ৰ পৰা স্পষ্ট, কর্প’ৰেট সংস্থাসমূহে ৰাজনৈতিক দলক চান্দা দি সুবিধা আদায় কৰিব বিচাৰিছে । সেয়ে চান্দা পোৱাৰ নিৰিখত আগবাঢ়ি আছে বিজেপি ।

আনহাতে চৰকাৰৰ যুক্তি, কোনে চান্দা দিছে প্রকাশ কৰিবলৈ গ’লে ইমান দিনৰ দৰে নগদ, ক’লা টকাৰ লেনদেন হ’ব । অৱশেষত বিষয়টো আদালতত উত্থাপন হয় । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় চিপিএম আৰু ‘এছ’চিয়েছন অৱ ডেম’ক্রেটিক ৰাইটছ’ (এডিআৰ) নামে এটা সংগঠনে । তেওঁলোকৰ আবেদশ, নির্বাচনী বণ্ড বিক্রী নিষিদ্ধ কৰা হ‌ওক, অথবা কোনে বণ্ড ক্ৰয় কৰিছে, তেওঁলোকৰ নাম জনোৱা হ‌ওক । কিন্তু, দাতাৰ নাম জনোৱাৰ দাবীত সন্মতি দিবলৈও প্ৰস্তুত কেন্দ্র ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPElectionElectoral BondNarendra Modi
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d