Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Bollywood : বলীউডৰ কাপুৰ পৰিয়ালৰ শিক্ষাগত অৰ্হতা কিমান জানেনে ?

publisher by publisher
October 29, 2022
in Entertainment, India, News
Reading Time: 2 mins read
0
Bollywood : বলীউডৰ কাপুৰ পৰিয়ালৰ শিক্ষাগত অৰ্হতা কিমান জানেনে ?
2
SHARES
21
VIEWS
ShareShareShareShare

Bollywood :

বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ সকলোৱেই আজি হিন্দী ছবিজগতত নিজৰ অস্তিত্ব বজাই ৰাখিছে । এক কথাত বলীউড বুলিলেই যেন পৃথিৰাজ কাপুৰ , ৰাজ কাপুৰৰ পৰা কৰীণা ৰণবীৰলৈ এক অপ্ৰতিদ্বন্দী যাত্ৰা । কাপুৰ পৰিয়ালৰ সকলোৱেই চুপাৰষ্টাৰ ।

WhatsApp Image 2022 10 29 at 15.47.32কিন্তু চিনেমাৰ ক্ষেত্ৰত চুপাৰষ্টাৰ হ’লেও শিক্ষাগত অৰ্হতা শুনিলে আপোনাৰ চকু কপালত উঠিব । কাপুৰ পৰিয়ালৰ সকলো সদস্যই কিমান দূৰলৈ শিক্ষাগ্ৰহণ কৰিছে জানেনে ?

ADVERTISEMENT

পৃথিৰাজ কাপুৰ : পৃথিৰাজ কাপুৰ কাপুৰ পৰিয়ালৰ প্ৰথমজন চুপাৰষ্টাৰ । ইয়াৰ লগতে হিন্দী ছবিজগতৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম বুলিও ধৰা হয় । এইজন জনপ্ৰিয় অভিনেতা তথা প্ৰযোজকে অবিভক্ত ভাৰতবৰ্ষৰ লায়লপুৰৰ খালচা কলেজত শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ পেশোয়াৰ্ডৰ এডওয়াৰ্চ কলেজৰ পৰা বিএ ডিগ্ৰী লয় ।

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

WhatsApp Image 2022 10 29 at 15.47.30 1ৰাজ কাপুৰ : ৰাজ কাপুৰ হৈছে পৃথিৰাজ কাপুৰৰ সন্তান । যাক ভাৰতীয় চিনেমাজগতৰ চাৰ্লি চেপলিন বুলিও জনা যায় । তেওঁ ডেৰাডুন , মুম্বাই তথা কলকতাৰ বিভিন্ন বিদ্যালয়ত পঢ়িছিল । অৱশ্যে এই চিৰসেউজ অভিনেতাজনে মাত্ৰ ষষ্ঠ শ্ৰেণীতে পঢ়া সামৰিছিল ।

শশী কাপুৰ : পৃথিৰাজ কাপুৰৰ কনিষ্ঠ সন্তান শশী কাপুৰ অৱশ্যে পঢ়া-শুনাত ৰাজ কাপুৰতকৈ ভাল আছিল । পৃথিৰাজৰ কামৰ সূত্ৰে শশী কাপুৰ শৈশৱৰ বেছিভাগ সময় কলকতাতেই আছিল । তাতে তেওঁ ডনব’স্কো হাইস্কুলত ভৰ্তি হৈ তাৰপৰাই মাধ্যমিক পৰ্যায় উত্তীৰ্ণ হৈছিল । কিন্তু ইয়াৰপিছত আৰু অভিনেতাজনে পঢ়া সামৰিছিল । আচলতে অভিনেতাজনে সৰুতেই ৰূপালী পৰ্দাত অভিনয় জীৱন আৰম্ভ কৰিছিল ।

ঋষি কাপুৰ : ৰাজ কাপুৰৰ পাঁচ সন্তানৰ মাজৰ ৰণধীৰ কাপুৰ তথা ঋষি কাপুৰ বলীউড ইণ্ডাষ্ট্ৰিত অধিক প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছিল । এই দুই ভাইৰ ঋষি কাপুৰে মুম্বাইৰ ক্যাম্পিয়ন স্কুলত ভৰ্তি হৈ অষ্টম শ্ৰেণীতে অনুতীৰ্ণ হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত আজমেৰৰ মেয়ো কলেজত নাম ভৰ্তি কৰে । ইয়াতো মাত্ৰ এবছৰ অধ্যয়ন কৰি পঢ়া সামৰে ।

WhatsApp Image 2022 10 29 at 15.47.31 1ৰণধীৰ কাপুৰ : কাপুৰ পৰিয়ালৰ পৰম্পৰা ভংগ কৰি ৰনধীৰ কাপুৰক ডেৰাডুনৰ কৰ্ণেল ব্ৰাউন কেমব্ৰিজ স্কুলত নাম ভৰ্তি কৰাইছিল । কিন্তু কোনোমতে স্কুলৰ ডেওনা পাৰ কৰি তেওঁ পঢ়া সামৰিছিল ।

ৰণবীৰ কাপুৰ : ৰণবীৰ কাপুৰ হ’ল কাপুৰ পৰিয়ালৰ আটাইতকৈ শিক্ষিত চুপাৰষ্টাৰ । তেওঁ মুম্বাইৰ বম্বে স্কটিছ স্কুলত পঢ়িছিল যদিও খেলা-ধুলাতে তেওঁৰ বেছি মন আছিল । স্কুলীয়া শিক্ষা সাং কৰি ৰণবীৰে মুম্বাইৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইক’নমিক্সত নাম ভৰ্তি কৰে । ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে নিউৱৰ্ক যায় । ৰণবীৰে নিউৱৰ্কতে স্কুল অৱ ভিজুয়েল আৰ্টছ ফিল্ম মেকিংত ভৰ্তি হয় । পিছত অধিক পঢ়িবলৈ নিউৱৰ্কৰে লি ষ্ট্ৰাচবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত নাম ভৰ্তি কৰে ।

ঋধিমা কাপুৰ : ঋষি কাপুৰৰ কন্যা ঋধিমা কাপুৰে পৰিয়ালৰ বাকীসকলৰ দৰে অভিনয়ক পেশা হিচাপে লোৱা নাছিল । তেওঁ গহনাৰ ডিজাইনাৰ হিচাপেহে প্ৰতিষ্ঠিত হৈছিল । তেওঁ অৱশ্যে বহুখিনি পঢ়া-শুনা কৰে । উচ্চ শিক্ষাৰ বাবে ঋধিমা লণ্ডনলৈও গৈছিল । আমেৰিকাৰ ইণ্টাৰকণ্টিনেণ্টাল ইউনিভাৰচিটিৰ পৰা বেশ্যেলৰ অৱ ডেজাইনিং এণ্ড মাৰ্কেটিংৰ ডিগ্ৰী লোৱাৰ পিছত মুম্বাইলৈ ঘূৰি আহি নিজৰ ব্যৱসায় আৰম্ভ কৰে ।

কৰিশ্মা কাপুৰ : ৰণধীৰ ববিতাৰ জেষ্ঠ্যা কন্যা কৰিশ্মা কাপুৰ প্ৰথমতে মুম্বাইৰ ক্যাথিডেল এণ্ড জন কেনন স্কুলৰ ভৰ্তি হৈছিল । স্কুলৰ ডেওনা পাৰ হোৱাৰ পিছত মুম্বাইৰে চোফিয়া কলেজত নাম ভৰ্তি কৰে । কিন্তু অভিনয় ক্ষেত্ৰখনত জড়িত হৈ পৰাত অভিনেত্ৰী গৰাকীয়ে আধাতে পঢ়া সামৰে ।

কৰীণা কাপুৰ খান : কৰিশ্মাৰ সমান অৱশ্যে কৰীণা কাপুৰে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে । খুউৱ কম বয়সতে চিনেমা জগতত প্ৰৱেশ কৰা কৰীণাও আধাতে পঢ়া সামৰিবলগীয়া হয় । কৰীণাও মুম্বাইৰ জামানবাই নাৰ্চি স্কুলত ভৰ্তি হৈ শিক্ষা জীৱন আৰম্ভ কৰে যদিও পিছত ডেৰাডুনৰ ওয়েলহাম স্কুলৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰে ।

ইয়াৰ পিছত তেওঁ মুম্বাইৰ মিঠি বাই কলেজত নাম ভৰ্তি কৰে যদিও অভিনয়কে কেৰিয়াৰ হিচাপে লোৱা অভিনেত্ৰী গৰাকীয়ে আধাতে পঢ়া সামৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BOLLYWOODEDUCATION QUALIFICATIONKAPUR FAMILY
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d