Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Savarkar : ৰণদীপ হুডা অভিনীত ‘সাভৰকৰ’ ছবিক লৈ বিতর্ক ! দুই শিবিৰৰ মাজত আৰম্ভ ‘দেশবিৰোধী’ ঢৌ

publisher by publisher
May 29, 2022
in Entertainment, News
Reading Time: 1 min read
0
Savarkar : ৰণদীপ হুডা অভিনীত ‘সাভৰকৰ’ ছবিক লৈ বিতর্ক ! দুই শিবিৰৰ মাজত আৰম্ভ ‘দেশবিৰোধী’ ঢৌ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

মুক্তিৰ আগতেই বিতর্কচ ৰণদীপ হুডা অভিনীত ‘স্বতন্ত্রবীৰ সাভৰকৰ’ । ইজনে সিজনক ‘দেশবিৰোধী’ আৰু ‘জাতিবিদ্বেষী’ বুলি আক্রমণ কৰিছে চৰমপন্থী হিন্দু আৰু মুছলিম সংগঠনবোৰে । এফালে ‘পপুলাৰ ফ্রন্ট অৱ ইণ্ডিয়া’ বা পিএফঅ’ আনফালে আছে, হিন্দু মহাসভা আৰু বিশ্ব হিন্দু পৰিষদ ।

ADVERTISEMENT

২৮ জুন বিনায়ক দামোদৰ সাভৰকৰৰ জন্মদিনত প্ৰকাশ্যত আহিছে ‘স্বতন্ত্রবীৰ সাভৰকৰ’ ছবিৰ প্রথম ঝলক । ৰণদীপে টুইটাৰ হেণ্ডলৰ পৰা সেই ক্লিপ টুইট কৰে । অহা আগষ্টত ছবিখন মুক্তি পাব । তাৰ আগতে সাভৰকৰৰ জীৱন-নির্ভৰ তথ্যচিত্রক লৈ আৰম্ভ হ’ল বিতর্ক ।

পিএফআই-ৰ অভিযোগ, বিজেপিৰ শাসনকালত ‘দেশবিৰোধী’ এজন ব্যক্তিক দেশপ্রেমী বুলি প্রচাৰৰ পন্থা আৰম্ভ হৈছে । গান্ধী হত্যাত জড়িত থকাৰ অভিযুক্ত এজনক দেশপ্রেমী বুলি কৈ তেওঁৰ সমস্ত অপৰাধ লুকুৱাই পেলোৱাৰ প্রয়াস কৰিছে বুলি অভিযোগ এই চৰমপন্থী মুছলিম সংগঠনটোৰ ।

ইয়াকে লৈ পিএফআইক কটাক্ষ কৰিছে হিন্দু মহাসভা আৰু বিশ্ব হিন্দু পৰিষদে । দুই হিন্দুত্ববাদী সংগঠনৰ প্রতিক্রিয়া, যি সংগঠনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী-যোগৰ একাধিক অভিযোগ আছে, তেওঁলোকৰ বাবে দেশপ্রেমৰ প্ৰমাণপত্র লোৱা হাস্যকৰ ।

বিশ্ব হিন্দু পৰিষদৰ মুখপাত্র বিনোদ বনছলৰ মতে, ‘‘যি সংগঠন দেশবিৰোধী আৰু ভাৰতবিৰোধী, সন্ত্রাসবাদীসকলৰ স’তে সম্পর্ক ৰখাৰ অভিযুক্ত, যিসকলৰ বিৰুদ্ধে কেন্দ্রীয় চোৰাংচোৱা সংস্থা এনআইএ-য়ে তদন্ত কৰিছে, তেওঁলোকে এতিয়া ‘জাতীয়তাবাদ’ৰ প্ৰমাণপত্র বিতৰণ কৰিছে !’’

হিন্দু মহাসভাৰ সভাপতি স্বামী চক্রপানি মহাৰাজৰ মন্তব্য, ‘‘বীৰ সাভৰকৰক দেশদ্রোহী বুলি কোৱা পিএফআই-ক নিন্দাৰ কোনো ভাষা নাই ।’’ মুক্তিৰ আগতেই ৰণদীপ অভিনীত ছবিক লৈ গুৰুতৰ বিতর্ক আৰম্ভ হৈছে ।

A salute to one of the tallest unsung heroes of India’s struggle for freedom & self-actualisation. hope I can live up to the challenge of filling such big shoes of a true revolutionary & tell his real story which had been brushed under the carpet for so long#VeerSavarkarJayanti pic.twitter.com/EaiDWQyeLZ

— Randeep Hooda (@RandeepHooda) May 28, 2022

‘স্বতন্ত্রবীৰ সাভৰকৰ’ ছবিত সাভৰকৰৰ চৰিত্রত দেখা যাব ৰণদীপক । ছবিখনৰ পৰিচালনা কৰিছে একাধিক হিন্দী, মৰাঠী, তেলেগু ছবিৰ পৰিচালক মহেশ মঞ্জৰকৰে । সাভৰকৰৰ ১৩৯তম জন্মবার্ষিকীত প্ৰকাশ পাইছে এই ছবিৰ প’ষ্টাৰ । য’ত লিখা আছে, ‘হিন্দুত্ব ধর্ম নহয়, এটা ইতিহাস ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Binayak Damodar SavarkarRandeep HoodaVeer Savarkar
publisher

publisher

Related Posts

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d