Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

     Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

    Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

    G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

    Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

    Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Assam : প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
October 30, 2022
in News, Assam
Reading Time: 1 min read
0
Assam : প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
10
VIEWS
ShareShareShareShare

Assam :

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলা দুখনত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দুটা অনুষ্ঠানত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে আৰম্ভনি কৰে।

ADVERTISEMENT

উল্লেখ্য যে এই সাহায্য শোণিতপুৰ জিলাৰ সৰ্বমুঠ ৪৭৮৩ গৰাকী আৰু বিশ্বনাথ জিলাৰ ৩০৫৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আৰু ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ক্ৰমে ৭.৬৭ আৰু ৫.০৮ কোটি টকাতকৈ অধিক পূঁজি ব্যয় হ’ব। মন্ত্ৰী পীযুষ হাজৰীকাই আজি দুয়োখন জিলাতে হিতাধিকাৰীক এই সাহায্যৰ প্ৰতিকী চেক্ আনুষ্ঠানিকভাৱে প্ৰদান কৰে |

RelatedPosts

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

Bhelengi River : ভেলেঙী নদীৰ ব্যাপক খহনীয়াই নিঃশ্চিহ্ন বহু কৃষক পৰিয়ালৰ মাটি-ভেটি খেতি পথাৰ

এই উপলক্ষে শোণিতপুৰ জিলাৰ তেজপুৰত আয়োজিত সভাত মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিগত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে তেতিয়াৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে নিৰ্বাচনত পুনৰ জিকি চৰকাৰ গঠন কৰিলে মাইক্ৰফাইনেন্সৰ ঋণ লৈ বিপদত পৰা মহিলাসকলৰ বাবে ঋণ ৰেহাই কৰিব |

এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই চৰকাৰ গঠন কৰাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে প্ৰায় ৭৫০০ কোটিতকৈও অধিক টকাৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | মন্ত্ৰী গৰাকীয়ে কয় যে বিপক্ষৰ বহু নেতাই আশংকা কৰাৰ দৰে ৭৫০০ কোটিতকৈও অধিক ঋণ ৰেহাই দিয়াৰ পাছতো ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নাই, বৰঞ্চ বিগত ডেৰ বছৰীয়া কাৰ্যকালত অসম চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটাৰ পাছত আন এটা জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি ৰাজ্যখনক উন্নয়নৰ দিশত আগবঢ়াই নি আছে |

বিগত সময়খিনিত প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰে নিজা পুঁজিৰে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |

আনহাতে অৰুণোদয় আঁচনিৰ জড়িয়তে ৰাজ্যখনৰ প্ৰায় ২০ লাখ মানুহক প্ৰত্যেক মাহে ১২৫০ টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে অনাগত সময়ত এই সাহাৰ্য্যৰ পৰিমাণ ২৫০০ টকা কৰাৰ বাবেও চৰকাৰে চিন্তা চৰ্চা কৰি আছে |

একেটা সময়তে ৰাজ্যখনৰ খিলঞ্জীয়া কৃষকসকলক সকাহ দিবৰ বাবে কুইণ্টলে প্ৰতি ১৯৪০ টকাকৈ দৰ নিৰ্দ্ধাৰণ কৰি চৰকাৰে কৃষকসকলক ন্যায় প্ৰদান কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই |

অনুষ্ঠানৰ পাছত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসম চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰায় ৭৫০০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ সক্ষম হৈছে | ঋণ ৰেহাই পাবলৈ সক্ষম হোৱা ৰাজ্যখনৰ মহিলাসকলৰ মুখত দেখা হাঁহি চৰকাৰৰ বাবে একোটা ডাঙৰ প্ৰাপ্তি বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |

তেজপুৰত আজিৰ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু আন প্ৰশাসনীয় বিষয়াসকল উপস্থিত আছিল |

তেজপুৰৰ পৰা মন্ত্ৰীগৰাকীয়ে বিশ্বনাথত উপস্থিত হৈ জিলাখনত আয়োজিত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে | অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখি মহিলাসকলক মাইক্ৰফাইনেন্সৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা বাবে সুখী হোৱা বুলি বুলি উল্লেখ কৰে ।

বিশ্বনাথত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে সাংসদ পল্লৱ লোচন দাস আৰু জিলাখনৰ অধীনৰ বিধানসভা সমষ্টিকেইটাৰ বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা উপস্থিত আছিল ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamPiyush Hazarika
publisher

publisher

Related Posts

Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ
India

February 1, 2023
 Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ
Assam

 Foundation Day Of Three-Day Agradoot: তিনিদিনীয়া ‘অগ্ৰদূতে’ আজি গৰকিলে ৫২টা বৰ্ষ

February 1, 2023
Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন
Assam

Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

February 1, 2023
G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
Assam

G20 Delegates Visit Kaziranga National Park :জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

February 1, 2023
Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল
Assam

Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

February 1, 2023
Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট
India

Union Budget 2023:লোকসভাত দাখিল হ’ল কেন্দ্ৰীয় বাজেট

February 1, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: