Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gujarat Election: গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

publisher by publisher
November 3, 2022
in India, News
Reading Time: 1 min read
0
Gujarat Election: গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা
1
SHARES
7
VIEWS
ShareShareShareShare

Gujarat Election :

সকলো জল্পনা- কল্পনা অন্ত পেলাই দেশৰ নিৰ্বাচন আয়োগে আজি গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজিব কুমাৰে প্ৰকাশ কৰে যে, ৰাজ্যখনৰ ১৮২টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত ৷ প্ৰথম পৰ্যায়ত ১ ডিচেম্বৰত ৮৯খন আসন আৰু দ্বিতীয় পৰ্যায়ত ৫ ডিচেম্বৰত ৯৩ খন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ আনহাতে নিৰ্বাচনৰ ভোটগণনা হ’ব ৮ ডিচেম্বৰত ৷

ADVERTISEMENT

55d133c5 de47 429b a3e6 5f8358afa931উল্লেখ্য যে ৰাজ্য খনৰ মুঠ ভোটাৰৰ সংখ্যা ৪.৯০ কোটি ৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ২.৫৩ কোটিৰ বিপৰীতে মহিলা ভোটাৰ হ’ল

RelatedPosts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

২.৩৭ কোটি মহিলা৷আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৪১৭ গৰাকী ৷ ৰাজ্য খনৰ তৰুণ ভোটাৰৰ সংখ্যা ৩.২৪ লাখ ৷
নিৰ্বাচন আয়োগে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ প্ৰায় ৫১,৭৮২ টা ভোট কেন্দ্ৰ স্থাপনৰ বিপৰীতে আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰিছে ১৮২ টা ৷

মনকৰিবলগীয়া যে নিৰ্বাচন আয়োগে জানিব দিয়া মতে ৰাজ্য খনৰ পঞ্চাশ শতাংশ ভোটকেন্দ্ৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে ৷ অহা বছৰৰ ১৮ ফেব্ৰুৱাৰীত কাৰ্যকাল অন্ত পৰিবলগীয়া ৰাজ্য বিধানসভাৰ মুঠ ১৮২ আসনৰ ভিতৰত ২৭ বিধানসভা এছ টিৰ বাবে সংৰক্ষিত কৰা হৈছে ৷

59cfb58a 9f0f 4bbf 97f1 af906bd0f6f3স্মতৰ্ৱ্য যে বিধানসভা নিৰ্বাচন দিন ঘোষণাৰ দুমাহৰ পূৰ্বৰে পৰা শাসনাধিষ্ঠ বিজেপি ব্যাপক নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছিল ৷
আনহাতে দীৰ্ঘদিন ধৰি শাসনৰ গাদীত থকা বিজেপিত উৎখাত কৰিবৰ বাবে আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়ালে ইখনৰ পিছত সিখনকৈ সভা পাতি বিজেপিৰ নিদ্ৰা হৰণ কৰিছে ৷একেদৰে পিছপৰি থকা বিৰোধী শিৱিৰত থকা কংগ্ৰেছ ৷

শেহতীয়াকৈ যোৱা দুদিন ধৰি আহমেদাবাদত বাহৰ পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবাখনো সভাত অংশ লৈ দলটোক পুনৰ শাসনত অধিস্থিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ElectionGujarat
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d