Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Target Election : লক্ষ্য নিৰ্বাচন : আৰ্থিক সংকটৰ মাজতে ৰূপায়ণ হ’ব অধিক আঁচনি

publisher by publisher
October 31, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Target Election : লক্ষ্য নিৰ্বাচন : আৰ্থিক সংকটৰ মাজতে ৰূপায়ণ হ’ব অধিক আঁচনি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Target Election :

আর্থিক সংকট তথা চৰকাৰী আঁচনিৰ ভিৰৰ মাজতে আৰু অধিক আঁচনি প্ৰৱৰ্তনৰ তৎপৰতা অব্যাহত ৰাখিছে অসম চৰকাৰে। যথাসম্ভৱ ক্ষিপ্ৰতাৰে এই কাম কৰিব বিচৰাৰ মূল লক্ষ্য হ’ল আগন্তুক লোকসভা নির্বাচন।

সেয়েহে ৰাজ্যৰ নিজাববীয়া আঁচনিৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰস্তাৱৰ আধাৰত নতুন নতুন আঁচনি গ্ৰহণ আৰু ৰূপায়ণৰ সকলো চেষ্টা অব্যাহত ৰাখিছে দিছপুৰে। তাৰ বাবে কে’বাজনো ভাৰতীয় প্রশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়াক বিশেষ দায়িত্ব অর্পণ কৰা হৈছে ।

ADVERTISEMENT

এই বিষয়াসকলৰ জৰিয়তে নতুন আঁচনিৰ পৰিকল্পনা কৰা, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ভিত্তিক পৰিকল্পনাবোৰৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখি দিল্লীৰ লগত যোগাযোগ চলাই থকা আদি কামবোৰ আগবঢ়োৱা হৈছে। এনে তৎপৰতাৰ অংশৰূপে ৰাজ্য চৰকাৰে স্বাস্থ্য বীমাৰ নতুন এখন আঁচনি প্ৰৱৰ্তনৰ যো-জা চলাইছে।

আয়ুষ্মান ভাৰতৰ অনুকৰণত ৰূপায়ণ হ’বলগীয়া এই আঁচনিৰ সহায়ত একোটা পৰিয়ালে বছৰি পাঁচ লাখ টকাৰ চৰ্তভিত্তিক বিনামূলীয়া চিকিৎসা লাভ কৰিব। সাধাৰণ লোকৰ জীৱনক স্পৰ্শ কৰিব পৰা এই ধৰণৰ আঁচনিতে চৰকাৰখনে গুৰুত্ব দিছে।

সেই সূত্রেই দিছপুৰে বৰ্তমান অধিক চকু ৰখা কেন্দ্ৰৰ এটা প্ৰস্তাৱ হ’ল ‘প্রাইম মিনিষ্টাৰ’ছ ডেভেলপমেন্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজিয়ন (পি এম ডি আই এন ই)।২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেটত এই পদক্ষেপৰ ঘোষণা কৰা হৈছে।

আঁচনিখনৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষত ধার্য কৰা ধনৰ পৰিমাণ হ’ল ১৫ শ কোটি টকা। আনহাতে, ২০২৫-২৬ লৈ ধার্য কৰা হৈছে ৬,৬০০ কোটি টকা। আঁচনিখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আন্তঃগাঁথনি নির্মাণ,ঔদ্যোগিক খণ্ড বিকাশত সহযোগিতা, সামাজিক উন্নয়নমূলক প্রকল্প ৰূপায়ণ, যুৱ আৰু মহিলাৰ জীৱিকা সংক্রান্তীয় কাৰ্যসূচী ৰূপায়ণৰ মূল লক্ষ্য কৰি লোৱা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য ৰাজ্য হিচাপে অসমে কেন্দ্ৰীয় আঁচনিখনৰ সহায়ত যিমান সম্ভৱ সিমান আঁচনি তথা প্রকল্প ৰূপায়ণত গুৰুত্ব আৰোপ কৰিছে। লক্ষ্যসমূহৰ ভিতৰত যুৱ আৰু মহিলাৰ জীৱিকাৰ সুয়োগ বৃদ্ধি বিষয়ক আঁচনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি দিছপুৰৰ সূত্ৰই সদৰী কৰে।

সূত্ৰটোৱে উল্লেখ কৰা অনুসৰি পি এম ডি আই এন ই আঁচনিখন এশ শতাংশ কেন্দ্ৰীয় পুঁজিৰে ৰূপায়ণ কৰা হ’ব। ইয়াৰ ৰূপায়ণৰ দায়িত্বত আছে ড’নাৰ মন্ত্রণালয়। কেন্দ্ৰই আঁচনি ৰূপায়ণৰ সমস্ত ব্যয় বহন কৰিব বাবেই অসম চৰকাৰে আঁচনিখনক লৈ তৎপৰতাৰ মাত্ৰা অধিক বৃদ্ধি কৰিছে।

অইন নহ’লেও সাধাৰণ মানুহৰ জীৱনক স্পৰ্শ কৰিব পৰা আঁচনি তথা প্ৰকল্প যাতে ৰাজ্যখনত শীঘ্ৰে কাৰ্যকৰী কৰিব পৰা যায় সেই ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় তৎপৰ হোৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে। সেয়েহে জীৱিকা সম্পৰ্কীয় প্রকল্প ৰূপায়ণত অগ্ৰাধিকাৰ দিয়া হৈছে।

এই আঁচনিখনৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ মানুহৰ জীৱনৰ লগত জড়িত অন্যান্য আঁচনিৰ সফল ৰূপায়ণত দিছপুৰে গুৰুত্ব আৰোপ কৰিছে। আনহাতে, দিছপুৰৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰেও এই পর্যন্ত সঠিকভাৱেই সহযোগিতা কৰা বুলি সূত্ৰটোৱে দাবী কৰে।

প্ৰসংগক্রমে উল্লেখ্য যে কেন্দ্ৰৰ লগত অসম চৰকাৰেও উপর্যুপৰি আঁচনি ঘোষণা আৰু ৰূপায়ণতে ব্যস্ত থকা বুলি সততে সমালোচিত হৈ আহিছে। বিশেষকৈ হিতাধিকাৰী ভিত্তিক আঁচনিৰ ভিৰে দেশৰ অর্থনীতিয়ে মাধমাৰ শোধোৱা বুলি বিৰোধীৰ লগত বিশেষজ্ঞ মহলেও চৰকাৰক সমালোচনা অব্যাহত ৰাখিছে।

কিন্তু সেইবোৰক গুৰুত্বহীন কৰি চৰকাৰ নিত্য নতুন আঁচনিৰ কামতহে ব্যস্ত। অন্ততঃ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশত আৰু অধিক আঁচনি ৰূপায়ণৰ সম্ভাৱনা আছে। একেদৰে কেন্দ্ৰৰ সহযোগত বিজেপি শাসিত ৰাজ্যবোৰেও আঁচনিৰ জোৱাৰ তোলাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন মহলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DispurElectionGOVT SCHEMEunion govt
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d