Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gujarat Bridge Collapse : গুজৰাটৰ দলঙ দুৰ্ঘটনাৰ তিনি দিন পাৰ হৈ গ’ল কিন্তু এতিয়া সন্ধানীন অভিযুক্ত সংস্থাৰ মালিক

publisher by publisher
November 2, 2022
in India, News
Reading Time: 1 min read
0
Gujarat Bridge Collapse : গুজৰাটৰ দলঙ দুৰ্ঘটনাৰ তিনি দিন পাৰ হৈ গ’ল কিন্তু এতিয়া সন্ধানীন অভিযুক্ত সংস্থাৰ মালিক
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

উত্তৰ প্ৰদেশৰ পাছত এইবাৰ ৰাজস্থান চৰকাৰে বাধ্যতামূলক কৰিলে বিদ্যালয়ত বাতৰি কাকত পঢ়া

Gujarat Bridge Collapse :

এতিয়াও সন্ধানহীন গুজৰাটৰ মোৰবিত দলং দুৰ্ঘটনা অভিযুক্ত কোম্পানীটোৰ মালিকসকল । ঘটনাটোৰ তিনিদিন পাৰ হৈ গ’ল যদিও আৰক্ষীয়ে দলংখন মেৰামতি কৰাৰ চুক্তি দিয়া ‘অৰেৱা’ কোম্পানীৰ মালিকসকলক ধৰিব পৰা নাই।

ADVERTISEMENT

তেওঁলোকৰ ভিতৰত আছে অৰেৱাৰ পৰিচালনা সঞ্চালক জয়সুখভাই পেটেল । দলংখন উদ্বোধনৰ দিনা জয়সুখভাইয়ে ৰাজহুৱাভাৱে দাবী কৰিছিল যে দলংখন আঠৰ পৰা দহ বছৰ অক্ষত অৱস্থাত থাকিব। অৱশ্যে, দলংখন খহি পৰাৰ পাছত তেওঁক বিচাৰি পোৱা হোৱা নাই। কোম্পানীটোৰ আন মালিকসকলও সন্ধানহীন হৈ আছে।

একে সময়তে, দলংখন ভাঙি পৰাৰ পিছৰে পৰা ক্ৰমশই বৃদ্ধি পাইছে মানুহৰ ক্ষোভ । দলংখন ছিঙি যোৱাৰ প্ৰকৃত কাৰণটো উলিয়াবলৈ সমগ্ৰ দেশতে সঠিক তদন্তৰ দাবী উত্থাপন হৈছে। প্ৰশাসনৰ ফালে আঙুলি তোলাৰ পাছৰে পৰা, বিৰোধীয়েও মাত মাতিছে।

ইফালে, জিলাখনৰ অধিবক্তাসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকে গোচৰটোৰ অভিযুক্তৰ হৈ কোনো গোচৰত যুঁজ নিদিব।

আৰক্ষীয়ে ইতিমধ্যে কোম্পানীটোত কাম কৰা নজন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰথমে, অৰেৱাৰ দুজন মেনেজাৰ আৰু দলংখন মেৰামতি কৰা দুজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰা হৈছে । পাছত আৰক্ষীয়ে এজন নিৰাপত্তাৰক্ষী আৰু এজন কৰ্মচাৰীকে ধৰি আৰু পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে।

ফৰেনচিক প্ৰতিবেদন পোহৰলৈ অহাৰ পাছত, কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে যদিও দলংখনৰ তলৰ পথছোৱা পুনৰ নিৰ্মাণ কৰা হয়, ১৫০ বছৰ পুৰণি তাঁৰবোৰ সলনি কৰা হোৱা নাছিল।

দলংখনৰ তলৰ পথছোৱা চাৰিটা স্তৰৰ এলুমিনিয়াম শ্বীট এখন হেঁচি দিয়া হৈছিল। ফলস্বৰূপে, দলংখনৰ ওজন আগৰ তুলনাত বৃদ্ধি পাই । আৰু সেইকাৰণে তাঁৰবোৰে নতুন দলংখনৰ ওজন ল’ব নোৱাৰিলে। দলংখন দৰ্শনাৰ্থীৰ ভিৰত মাচু নদীৰ ওপৰেৰে বাগৰি পৰিছিল।

ইয়াৰ উপৰিও, অৰেৱা কোম্পানীক দলংখন মেৰামতি কৰাৰ দায়িত্ব দিয়া হয়, কিন্তু তেওঁলোকে কম টকাত এজন নামহীন ঠিকাদাৰক কামটো হাতত তুলি দিয়ে।

প্ৰশাসনৰ ফালে আঙুলি তুলিছে যে অৰেৱা এজন ঘড়ী নিৰ্মাতা হোৱা স্বত্বেও, প্ৰশাসনে কোম্পানীটোক দলংখন মেৰামতি কৰাৰ চুক্তি কেনেকৈ দিছিল ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bridge CollapseGujaratOreva Company
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d