Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Imran Khan Attacked:পাকিস্তানৰ ৰাজপথত ভয়ংকৰ ঘটনা,প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত গুলী বৰ্ষণ

এজন নিহত,৪ আহত

publisher by publisher
November 3, 2022
in News, Crime, International
Reading Time: 3 mins read
0
Imran Khan Attacked:পাকিস্তানৰ ৰাজপথত ভয়ংকৰ ঘটনা,প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত গুলী বৰ্ষণ
3
SHARES
32
VIEWS
ShareShareShareShare

Imran Khan Attacked:

প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ৰেলীত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনা ৷  গুলীচালনাত ইমৰান খানকে ধৰি কমেও ৪ জন লোক আহত হোৱাৰ বিপৰীতে নিহত হয় এজন  ৷

WhatsApp Image 2022 11 03 at 20.04.09 1বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেহৰিক-ই-ইনচাফৰ মুৰব্বী জনে ৱাজিৰাবাদত এখন প্ৰচাৰ ট্ৰাকত গৈ থকা সময়তে অচিনাক্ত বন্দুকধাৰীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ ফলত তেওঁৰ ভৰিত সামান্য

ADVERTISEMENT

আঘাত প্ৰাপ্ত হয় আৰু তেওঁৰ এজন সমৰ্থক নিহত হোৱাৰ বিপৰীতে আহত হয় চাৰিজনকৈ দলীয় কৰ্মকৰ্তা ৷

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

অৱশ্যে বন্দুকধাৰী জনক দলীয় কৰ্মীয়ে লগে লগে কৰায়ত্ব কৰে ৷ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্দুকধাৰীজনৰ পৰিচয় তাৎক্ষণিকভাৱে জনা নাযায়। আনহাতে কোনো গোটেও গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

WhatsApp Image 2022 11 03 at 20.04.08 1এই আক্ৰমণে ২২৫ নিযুত লোকৰ বিশাল জনসংখ্যাৰ পাৰমাণৱিক সশস্ত্ৰ ৰাষ্ট্ৰ পাকিস্তানত বৰ্ধিত ৰাজনৈতিক অস্থিৰতাৰ বিষয়ে নতুন উদ্বেগ সৃষ্টি কৰে ।

এপ্ৰিলত সংসদত অনাস্থা ভোটত পৰাভূত হোৱাৰ পিছৰে পৰা খানে সমগ্ৰ দেশজুৰি গণ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ য’ত খানে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইয়া গোপন ষড়যন্ত্ৰ বুলি দাবী কৰাৰ বিপৰীতে পাক প্ৰধানমন্ত্ৰী শ্বৰিফ আৰু ৱাশ্বিংটনে এনে অভিযোগ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে পাকিস্তানৰ ৰাজনৈতিক হত্যাৰ এক দশকজোৰা ইতিহাস আছে৷ যাৰ ভিতৰত আছে ২০০৭ চনত মুছলমান প্ৰধান দেশখনৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মহিলা প্ৰধানমন্ত্ৰী বেনৰ্জী ভুট্টো। ভুট্টোক আত্মঘাতী বোমাৰুৰ দ্বাৰা হত্যা কৰা হৈছিল ৷

WhatsApp Image 2022 11 03 at 20.04.08এই  আক্ৰমণটো পূব পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদ জিলাত সংঘটিত হৈছিল য’ত প্ৰাক্তন ক্ৰিকেট তাৰকা- ৰাজনীতিবিদ জনে ৰাজধানী ইছলামাবাদ অভিমুখে ট্ৰাক আৰু গাড়ীৰ এটা ডাঙৰ কনভয়ৰে সমদল কৰি গৈ আছিল ৷ এই সমদলৰ জৰিয়তে খানৰ বিশেষ উদ্দেশ্যনিহিত হৈ আছে ৷ প্ৰধানমন্ত্ৰী শ্বৰিফ চৰকাৰক আগতীয়া নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য কৰা।

স্মতৰ্ৱ্য যে গুলীচালনাত আহতসকলৰ ভিতৰত তেহৰিক-ই-ইনচাফৰ এজন আইন উপদেষ্টা ফৈজল জাভেদে এক বিবৃতিত কয়, ইমৰান খানৰ ইছলামাবাদলৈ বলক’ শীৰ্ষক প্ৰতিবাদী সমদল বন্ধ নহ’ব। এই ঘটনাই আমাৰ লক্ষ্যক আৰু মজবুত কৰিলে ৷

WhatsApp Image 2022 11 03 at 20.04.08 2তেহৰিক-ই-ইনচাফৰ জ্যেষ্ঠ নেতা ফাৱাদ চৌধুৰীয়ে খানৰ ট্ৰাকৰ চাৰিওফালে থকা সমৰ্থকসকলক কৈছিল যে এই আক্ৰমণ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জীৱন শেষ কৰাৰ এক প্ৰয়াস আছিল ।

আনহাতে ৱাজিৰাবাদ জিলা আৰক্ষী বিষয়া গজানফাৰ আলীয়ে কৈছিল যে আক্ৰমণটোত এজন লোক নিহত হৈছিল আৰু আন নজন আহত হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ সোঁ ভৰিত গুলী লগাৰ পিছতে লাহোৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ চিকিৎসকে তেওঁক বিপদমুক্ত বুলি সদৰি কৰে ৷ তদুপৰি তেওঁক ভৰিত বেণ্ডেজ কৰি জিৰণি লোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে ৷

ইপিনে পাক গৃহমন্ত্ৰী ৰাণা ছানাউল্লাহ খানে এই আক্ৰমণক গৰিহণা দিয়ে। পাক চৰকাৰে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

শেহতীয়া খবৰ মতে এই ঘটনাৰ পিছতে ইমৰান খানে ৰাজধানীলৈ যাত্ৰা কৰাৰ পৰিকল্পনাৰ পৰা আঁতৰি আহিবলৈ অস্বীকাৰ কৰিছে। ইপিনে পাক সামৰিক বাহিনীয়ে কৈছে যে যদিও খানৰ ইছলামাবাদত এক ৰেলী অনুষ্ঠিত কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে ৷

WhatsApp Image 2022 11 03 at 20.04.07থিক একেদৰে কাকো দেশখন অস্থিৰ কৰিবলৈ অনুমতি দিয়া নহ’ব। ইছলামাবাদৰ কৰ্তৃপক্ষই ইতিমধ্যে যিকোনো সংঘৰ্ষ বা হিংসা প্ৰতিহত কৰিবলৈ চহৰখনৰ চাৰিওফালে অতিৰিক্ত নিৰাপত্তা মোতায়েন কৰিছে।

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে পাঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ পৰা খানে যাত্ৰা আৰম্ভ কৰাৰ এসপ্তাহৰো কম সময়ৰ পিছত এই আক্ৰমণটো সংঘটিত হয়।

খানৰ কনভয় ইছলামাবাদলৈ আগবাঢ়িব নে নাই সেয়া তাৎক্ষণিকভাৱে জনা নাযায়। ইয়াৰ পূৰ্বে তেহৰিক-ই-ইনচাফৰ জ্যেষ্ঠ নেতা ফাৱাদ চৌধুৰীয়ে কৈছিল যে তেওঁলোকে শুক্ৰবাৰে ইছলামাবাদত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে।

ইছলামাবাদত আজি সন্ধিয়া শ্বৰীফ চৰকাৰে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণে দেশত মধ্যৱৰ্তী নিৰ্বাচন নহয় ৷ পৰৱৰ্তী নিৰ্বাচন ২০২৩ চনত নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হ’ব ।

IMG PAKISTAN POLITICS OI 2 1 JD9LDO57মনকৰিবলগীয়া যে খানৰ প্ৰতি শেহতীয়া প্ৰত্যাহ্বান হিচাপে থিয় দিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে ৷ আয়োগে তেওঁক বেআইনীভাৱে চৰকাৰী উপহাৰ বিক্ৰী কৰা আৰু আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত পাঁচ বছৰৰ বাবে ৰাজহুৱা পদত অধিষ্ঠিত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিছিল।

অৱশ্যে ইমৰাণ খানে মুখ্য নিৰ্বাচন আয়ুক্ত চিকান্দাৰা ৰাজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়াৰ নহয় আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ex. pmImran khanIslamabadlahor hospitalPakistanShot and wounded
publisher

publisher

Related Posts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d