Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Imran Khan Attacked:পাকিস্তানৰ ৰাজপথত ভয়ংকৰ ঘটনা,প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত গুলী বৰ্ষণ

এজন নিহত,৪ আহত

publisher by publisher
November 3, 2022
in Crime, International, News
Reading Time: 3 mins read
0
Imran Khan Attacked:পাকিস্তানৰ ৰাজপথত ভয়ংকৰ ঘটনা,প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত গুলী বৰ্ষণ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

Imran Khan Attacked:

প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ৰেলীত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনা ৷  গুলীচালনাত ইমৰান খানকে ধৰি কমেও ৪ জন লোক আহত হোৱাৰ বিপৰীতে নিহত হয় এজন  ৷

বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেহৰিক-ই-ইনচাফৰ মুৰব্বী জনে ৱাজিৰাবাদত এখন প্ৰচাৰ ট্ৰাকত গৈ থকা সময়তে অচিনাক্ত বন্দুকধাৰীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ ফলত তেওঁৰ ভৰিত সামান্য

ADVERTISEMENT

আঘাত প্ৰাপ্ত হয় আৰু তেওঁৰ এজন সমৰ্থক নিহত হোৱাৰ বিপৰীতে আহত হয় চাৰিজনকৈ দলীয় কৰ্মকৰ্তা ৷

অৱশ্যে বন্দুকধাৰী জনক দলীয় কৰ্মীয়ে লগে লগে কৰায়ত্ব কৰে ৷ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্দুকধাৰীজনৰ পৰিচয় তাৎক্ষণিকভাৱে জনা নাযায়। আনহাতে কোনো গোটেও গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

এই আক্ৰমণে ২২৫ নিযুত লোকৰ বিশাল জনসংখ্যাৰ পাৰমাণৱিক সশস্ত্ৰ ৰাষ্ট্ৰ পাকিস্তানত বৰ্ধিত ৰাজনৈতিক অস্থিৰতাৰ বিষয়ে নতুন উদ্বেগ সৃষ্টি কৰে ।

এপ্ৰিলত সংসদত অনাস্থা ভোটত পৰাভূত হোৱাৰ পিছৰে পৰা খানে সমগ্ৰ দেশজুৰি গণ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ য’ত খানে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইয়া গোপন ষড়যন্ত্ৰ বুলি দাবী কৰাৰ বিপৰীতে পাক প্ৰধানমন্ত্ৰী শ্বৰিফ আৰু ৱাশ্বিংটনে এনে অভিযোগ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে পাকিস্তানৰ ৰাজনৈতিক হত্যাৰ এক দশকজোৰা ইতিহাস আছে৷ যাৰ ভিতৰত আছে ২০০৭ চনত মুছলমান প্ৰধান দেশখনৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মহিলা প্ৰধানমন্ত্ৰী বেনৰ্জী ভুট্টো। ভুট্টোক আত্মঘাতী বোমাৰুৰ দ্বাৰা হত্যা কৰা হৈছিল ৷

এই  আক্ৰমণটো পূব পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদ জিলাত সংঘটিত হৈছিল য’ত প্ৰাক্তন ক্ৰিকেট তাৰকা- ৰাজনীতিবিদ জনে ৰাজধানী ইছলামাবাদ অভিমুখে ট্ৰাক আৰু গাড়ীৰ এটা ডাঙৰ কনভয়ৰে সমদল কৰি গৈ আছিল ৷ এই সমদলৰ জৰিয়তে খানৰ বিশেষ উদ্দেশ্যনিহিত হৈ আছে ৷ প্ৰধানমন্ত্ৰী শ্বৰিফ চৰকাৰক আগতীয়া নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য কৰা।

স্মতৰ্ৱ্য যে গুলীচালনাত আহতসকলৰ ভিতৰত তেহৰিক-ই-ইনচাফৰ এজন আইন উপদেষ্টা ফৈজল জাভেদে এক বিবৃতিত কয়, ইমৰান খানৰ ইছলামাবাদলৈ বলক’ শীৰ্ষক প্ৰতিবাদী সমদল বন্ধ নহ’ব। এই ঘটনাই আমাৰ লক্ষ্যক আৰু মজবুত কৰিলে ৷

তেহৰিক-ই-ইনচাফৰ জ্যেষ্ঠ নেতা ফাৱাদ চৌধুৰীয়ে খানৰ ট্ৰাকৰ চাৰিওফালে থকা সমৰ্থকসকলক কৈছিল যে এই আক্ৰমণ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জীৱন শেষ কৰাৰ এক প্ৰয়াস আছিল ।

আনহাতে ৱাজিৰাবাদ জিলা আৰক্ষী বিষয়া গজানফাৰ আলীয়ে কৈছিল যে আক্ৰমণটোত এজন লোক নিহত হৈছিল আৰু আন নজন আহত হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ সোঁ ভৰিত গুলী লগাৰ পিছতে লাহোৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ চিকিৎসকে তেওঁক বিপদমুক্ত বুলি সদৰি কৰে ৷ তদুপৰি তেওঁক ভৰিত বেণ্ডেজ কৰি জিৰণি লোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে ৷

ইপিনে পাক গৃহমন্ত্ৰী ৰাণা ছানাউল্লাহ খানে এই আক্ৰমণক গৰিহণা দিয়ে। পাক চৰকাৰে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

শেহতীয়া খবৰ মতে এই ঘটনাৰ পিছতে ইমৰান খানে ৰাজধানীলৈ যাত্ৰা কৰাৰ পৰিকল্পনাৰ পৰা আঁতৰি আহিবলৈ অস্বীকাৰ কৰিছে। ইপিনে পাক সামৰিক বাহিনীয়ে কৈছে যে যদিও খানৰ ইছলামাবাদত এক ৰেলী অনুষ্ঠিত কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে ৷

থিক একেদৰে কাকো দেশখন অস্থিৰ কৰিবলৈ অনুমতি দিয়া নহ’ব। ইছলামাবাদৰ কৰ্তৃপক্ষই ইতিমধ্যে যিকোনো সংঘৰ্ষ বা হিংসা প্ৰতিহত কৰিবলৈ চহৰখনৰ চাৰিওফালে অতিৰিক্ত নিৰাপত্তা মোতায়েন কৰিছে।

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে পাঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ পৰা খানে যাত্ৰা আৰম্ভ কৰাৰ এসপ্তাহৰো কম সময়ৰ পিছত এই আক্ৰমণটো সংঘটিত হয়।

খানৰ কনভয় ইছলামাবাদলৈ আগবাঢ়িব নে নাই সেয়া তাৎক্ষণিকভাৱে জনা নাযায়। ইয়াৰ পূৰ্বে তেহৰিক-ই-ইনচাফৰ জ্যেষ্ঠ নেতা ফাৱাদ চৌধুৰীয়ে কৈছিল যে তেওঁলোকে শুক্ৰবাৰে ইছলামাবাদত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে।

ইছলামাবাদত আজি সন্ধিয়া শ্বৰীফ চৰকাৰে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণে দেশত মধ্যৱৰ্তী নিৰ্বাচন নহয় ৷ পৰৱৰ্তী নিৰ্বাচন ২০২৩ চনত নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হ’ব ।

মনকৰিবলগীয়া যে খানৰ প্ৰতি শেহতীয়া প্ৰত্যাহ্বান হিচাপে থিয় দিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে ৷ আয়োগে তেওঁক বেআইনীভাৱে চৰকাৰী উপহাৰ বিক্ৰী কৰা আৰু আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত পাঁচ বছৰৰ বাবে ৰাজহুৱা পদত অধিষ্ঠিত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিছিল।

অৱশ্যে ইমৰাণ খানে মুখ্য নিৰ্বাচন আয়ুক্ত চিকান্দাৰা ৰাজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়াৰ নহয় আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ex. pmImran khanIslamabadlahor hospitalPakistanShot and wounded
publisher

publisher

Related Posts

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
Assam

October 22, 2026
২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ
Assam

২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

October 22, 2026
উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
India

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

October 22, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d