Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle

Diabetes symptoms among Children : শিশুৰ শৰীৰত আক্ৰমন কৰিব পাৰে ডায়বেটিছে ! পাঁচটা লক্ষণ দেখিলেই সতৰ্ক হওঁক

publisher by publisher
November 14, 2022
in Lifestyle
Reading Time: 1 min read
0
Diabetes symptoms among Children : শিশুৰ শৰীৰত আক্ৰমন কৰিব পাৰে ডায়বেটিছে ! পাঁচটা লক্ষণ দেখিলেই সতৰ্ক হওঁক
2
SHARES
15
VIEWS
ShareShareShareShare

Diabetes symptoms among Children :

ঘৰৰ কৰোৱাৰ ডায়েবেটিচ থাকিলে পৰিয়ালৰ সৰু সদস্যও এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। এই ক্ষেত্ৰত, পৰিয়ালৰ সন্তানৰ প্ৰতি অতিৰিক্ত সাৱধান হোৱা প্ৰয়োজন।

ADVERTISEMENT

চিকিৎসকৰ মতে, টাইপ-১ ডায়েবেটিচে সঘনাই প্ৰস্ৰাৱ, অত্যাধিক ভোক, পিয়াহ বৃদ্ধি আৰু লগতে শিশুৰ সঘনাই ভাইৰেল সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। যাৰ প্ৰভাৱ অধ্যয়ন, ক্ৰীড়াকে ধৰি বিভিন্ন কাৰ্যকলাপৰ ওপৰত পৰে।

RelatedPosts

Diabetes : ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

Diabetes : চিকিৎসকৰ পৰামৰ্শ অবিহনে ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰিছে ঔষধ

Diabetes : নহৰুৱে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত ব্ৰক্ষ্মাস্ত্ৰৰ দৰে কাম কৰে নেকি ? জানিবলৈ পঢ়ক

চহৰৰ খাদ্যাভ্যাসত কাৰ্বোহাইড্ৰেট জাতীয় খাদ্যৰ অধিক পোৱা যায় ।।
ৰাতিপুৱাৰ আহাৰৰ বাবে চকলেট, কৰ্ণফ্লেক্স শিশুৰ প্ৰিয়ৰ তালিকাত থাকে ।

সন্ধিয়া হ’লেই মেগী, ম’ম, চিপচ, বাৰ্গাৰ। ই ৰক্ত শৰ্কৰাৰ স্তৰৰ আশংকাও বৃদ্ধি কৰে । তাৰ ওপৰত, বেছিভাগ চহৰীয়া শিশু আৰু কিশোৰ শেহতীয়াকৈ ক্ৰীড়াত অভ্যস্ত নহয়।

আজৰি সময়ত, তেওঁলোকে ভিডিঅ’ গেম খেলে বা ইণ্টাৰনেটত সময় অতিবাহিত কৰে। এই অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে, ৰোগটোৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি পাইছে।

শিশুসকলৰ ভিতৰত কি লক্ষণ দেখিলে আপুনি ডায়েবেটিচৰ বিষয়ে সতৰ্ক হ’ব ?

(১) বাৰে বাৰে পানী খোৱাৰ প্ৰৱণতা বাঢ়ে নেকি ? এয়া কিন্তু ডায়েবেটিচৰ লক্ষণ। ডায়েবেটিচৰ ফলত, জিভাত লেলাৱতিৰ পৰিমাণ হ্ৰাস হয়। সেইকাৰণে ডিঙি শুকোৱাৰ সমস্যা হয় । যদি ডায়েবেটিচৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয়, ইয়াৰ ফলত জ্বলা-পোৰা, আলচাৰ, ডিঙিত সংক্ৰমণ হ’ব পাৰে।

download 3 2(২) শিশুটোৰ দৃষ্টি অস্পষ্ট নেকি? ইয়াৰ কাৰণ কেৱল টিভি বা ম’বাইল ফোন চোৱা নহ’বও পাৰে। ডায়েবেটিক ৰোগীৰো চকুৰ সমস্যা হ’ব পাৰে।

download 4 1(৩) দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখিছে নেকি? আপুনি হয়তো ভাবিছে যে ব্ৰাছডাল সলনি কৰিব লাগিব। যদিও ডায়েবেটিচ আছে, কিন্তু দাঁতৰ গুৰিত প্ৰদাহ হয় আৰু ইয়াৰ পৰা ৰক্তক্ষৰণ হয়। যদি জিভাত মাজে মাজে বিষ বা জ্বলা-পোৰা হয় তেনেহ’লে শিশুটিৰ এই লক্ষণ আওকান নকৰিব । এইটো ডায়েবেটিছৰ বাবেও হ’ব পাৰে।

Dad brushing young daughters teeth 1200x628 facebook 1200x628 1(৪) সঘনাই প্ৰস্ৰাৱ কৰাটোও ডায়েবেটিচৰ লক্ষণ। যদি শিশুটো বাৰে বাৰে বাথৰুমলৈ যায়, তেন্তে বুজিব লাগে যে তাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হৈছে।

childUTI 170073796 770x553 1(৫) শিশুটোৰ শৰীৰত কেতিয়াবা ৰঙা পৰি যোৱা দাগ দেখিছে নেকি? হাত আৰু ভৰিত ক’লা হৈ পৰিছে নেকি? তেতিয়াহ’লে আপুনি সাৱধান হ’ব লাগিব।

images 5 1

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: DiabetesType 1 Diabetes
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

February 2, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: