Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 

কি আছে এই প্ৰাসাদোপম জাহাজত

publisher by publisher
November 18, 2022
in International, News, Sports
Reading Time: 2 mins read
0
Qatar : কাটাৰ বিশ্বকাপত ফুটবলাৰৰ প্ৰেমিকা , জীৱন সংগীনিৰ বাবে সাজু কৰিছে ১০ হাজাৰ কোটি টকাৰ বিলাসী জাহাজ 
5
SHARES
49
VIEWS
ShareShareShareShare

Qatar :

সমাগত কাটাৰ বিশ্বকাপ ফুটবল । প্ৰতিযোগিতাৰ সমান্তৰালকৈ ফুটবলাৰৰ পত্নী- বান্ধৱীক ৰাখিবলৈ সাজু কৰা হৈছে এক বিশাল প্ৰাসাদোপম জাহাজ । দোহাৰ বন্দৰত নিৰ্মাণ কৰা এই জাহাজখনত মুঠ ব্যয় হৈছে প্ৰায় ৯৭০৫ কোটি টকা । এই ব্যয়ৰ হিচাপ দেখি এতিয়া সমগ্ৰ দেশখনত বিতৰ্কৰ জোৱাৰ উঠিছে ।

944f317f 2d07 4927 9f3a 2c29a3bdfa86বিশেষকৈ এই বিলাহ বহুল জাহাজখন নিৰ্মাণ কৰাত জড়িত হৈ আছে হাজাৰ শ্ৰমিকৰ তেজ-ঘাম । প্ৰাপ্ত খবৰ অনুসৰি , এই শ্ৰমিক সকলক দাসৰ দৰে ব্যৱহাৰ কৰিছে কাটাৰ বিশ্বকাপ সন্থাই তথা কাটাৰৰ চৰকাৰে । কম মজুৰিতে দিনৰ পিছত দিন ধৰি শ্ৰমদান কৰিছে এইসকল শ্ৰমিকে ।

ADVERTISEMENT

32848107 5e6e 4799 aeca d9833f80224dস্পেইনৰ এটা মানৱ অধিকাৰ সংস্থাৰ দাবী যে, কিউবাৰ পৰা অনা এইসকল শ্ৰমিকৰ লগত অত্যাচাৰ কৰা হৈছে । থাকিবলৈ দিয়া হৈছে এক অস্বাস্থ্যকৰ পৰিবেশত । নিৰ্ধাৰিত সময়তকৈ বেছি কাম কৰোৱাইছে এই শ্ৰমিকসকলক । আনকি তেওঁলোকৰ পৰা পাচপৰ্টও কাঢ়ি লোৱা হৈছে ।

RelatedPosts

Pele , Maradona : মাৰাডোনাই কৈছিল ; পেলে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ

FIFA World Cup 2022 : ফিফাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২০২২ৰ বিশ্ব ৰেংকিং

Lionel Messi : ফাইনেলত গ’ল দিয়েই বিৰল নজিৰ সৃষ্টি আধুনিক ফুটবল – সম্ৰাটৰ

b514e59d f18d 4656 a948 83a5eedf6737কম বেতনত খটোৱা এইসকল শ্ৰমিকক মাহিলী হাজাৰ টকাও দিয়া নাই সংস্থাটোৱে । তেনেক্ষেত্ৰত বহুজনে মধ্যযুগৰ দাস প্ৰথাৰ সৈতে তুলনা কৰিছে কাটাৰৰ এই কৰ্মক । তেনেক্ষেত্ৰত কাটাৰ চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰি এইবূলিও কৈছে যে, কাটাৰ চৰকাৰে এচিয়াৰ পৰা আমদানি কৰা শ্ৰমিকৰ হতুৱাই ষ্টেডিয়াম, ৰাস্তা ,ৰেলপথ আদিও নিৰ্মাণ কৰি লৈছে ।

ইতিমধ্যে ইংলেণ্ডৰ ফুটবল তাৰকাসকল কাটাৰত গৈ উপস্থিত হৈছে । লাহে লাহে পত্নী-প্ৰেমিকাসকলো উপস্থিত হৈছে । যদিও এইমুহূৰ্তত খেলুৱৈ সকলক প্ৰেমিকা বা পত্নীৰ লগত থকাৰ অনুমতি দিয়া হোৱা নাই । তথাপি কাটাৰ চৰকাৰে এইসকলক ৰাখিবলৈ এই বিলাসবহুল জাহাজত ব্যৱস্থা কৰিছে ।

d9f80815 7d1d 45cc ae01 a3aeb74726f1কাটাৰৰ ৰাজধানী চহৰ দোহাৰ সমুদ্ৰ তীৰত নিৰ্মাণ কৰা এই জাহাজত সকলোধৰণৰ আধুনিক সা-সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছে । যিখিনি দেখি আচৰিত হৈছে সমগ্র বিশ্ববাসী । খবৰ অনুসৰি এই প্ৰাসাদোপম জাহাজ খনত শ্বপিং মল, স্পাৰ বিভিন্ন পৰিসেৱা , আমোদ-প্ৰমোদ তথা বিনোদনৰ সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

য’ত এটা ৰাতিৰ বিনিময়ত ব্যয় হ’ব প্ৰায় ২,৪৩৪ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত দুই লাখ ৩৫ হেজাৰ টকা । ২০১৬ চনতে এই জাহাজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল । ইটালীৰ এম এচ চি নামৰ এটা সংস্থাই এই জাহাজ নিৰ্মাণৰ দায়িত্ব লৈছিল । মুঠ ৪০০ কোটি ইউৰো ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩৩,৮৩২ কোটি ব্যয়ৰে এই প্ৰাসাদসদৃশ জাহাজখন নিৰ্মাণ কৰা হৈছে ।

ebff52b3 9584 4593 a1c8 ccfdb3bed643খবৰ অনুসৰি ইংলেণ্ডৰ ২৬ জন তাৰকা ফুটবলাৰৰ পত্নী -বান্ধৱী প্ৰমোদতীৰত থাকিব । বিশেষ সূত্ৰত প্ৰকাশ যে , এই জাহাজত একাধিক ষ্টল , বুটিক ,শিশু সকলৰ খেলৰ স্থান , শ্বুটিং , চুইমিং পুল , সাগৰ ভ্ৰমণ কৰিবলৈ সৰু জাহাজ আদি । সমান্তৰালকৈ স্পৰ্ট কমপ্লেক্স , গাড়ী চলাচলৰ সুবিধা , ডিস্কো ,বাৰ , চিনেমা হল, ১৩ খন ৰেষ্টুৰেণ্ট , বিশ্বৰ সকলো প্ৰান্তৰ মদ এই জাহাজতে পো‌ৱা যাব ।

সকলো সুবিধাৰ বাবে তৈয়াৰ কৰা এই জাহাজখন দীঘল হৈছে ১০৯৪ ফুট, উচ্চতা ২২৩ ফুট আৰু প্ৰস্থ হৈছে ১৫৪ ফুট । মুঠ ৬,৭৬২ জন যাত্ৰী থাকিব পৰা এই জাহাজখনৰ গতি বেগ হৈছে ২২.৭ কিলোমিটাৰ । ২১ টা ডেক সমৃদ্ধ জাহাজখনত কৰ্মচাৰীৰ সংখ্যা হৈছে ২,১৩৮ জন ।

উল্লেখ্য যে, কাটাৰৰ অন্য অঞ্চলত সুৰাপান নিষিদ্ধ যদিও এই জাহাজ পানীত থাকিব কাৰণে ইয়াত মদ্যপান কৰাত কোনো বাধা নাথাকিব । ইফালে ফুটবলাৰৰ পত্নী-বান্ধৱীৰ বাবে ইয়াত বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে । তথ্য অনুসৰি ১৭ অনুৰ্ধ বিশ্বকাপ খেলা ফুটবলাৰ ফিল ফডেনেৰ বান্ধৱী ৰেকেকাও এই জাহাজত থকাৰ মন মেলিছে ।

এই প্ৰমোদতীৰৰ এজন কৰ্মচাৰীয়ে উল্লেখ কৰা মতে, এই জাহাজত অসাধাৰণ ব্যৱস্থা কৰা হৈছে । বিশ্বকাপ চাবলৈ ইয়াতকৈ আৰু উৎকৃষ্ট ঠাই কতো নোলাব । য’ত মদ্যপানৰ কোনো অসুবিধাৰ নথকাৰ লগতে দোহাৰ অন্য ঠাইত ৰৌদ্ৰস্নানৰ অনুমতি নাই যদিও ইয়াত সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

পৰিতাপৰ কথা হৈছে যে, ফুটবলাৰসকলে নিজেই হয়তো পত্নী-প্ৰেমিকাক সাক্ষাৎ কৰিব নোৱাৰিব । যিহেতু সকলো খেলুৱৈক ক’ভিড বিধিৰ নিৰীক্ষণত ৰখা হ’ব । বিপৰীতে পত্নী তথা বান্ধৱী সকলৰ বাবে কোনো ক’ভিড বিধি প্ৰযোজ্য নহ’ব ।

যিহেতু ক’ভিড বিধি উলংঘন কৰিলে ৬০০ পাউণ্ড তথা ভাৰতীয় মুদ্ৰাৰ হিচাপত পাঁচ লাখ ৭৯ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । অৱশ্যে ইংলেণ্ডৰ নিজৰ লোকৰ ক্ষেত্ৰত এই জৰিমনা কম হ’ব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DohaFIFAQatarSeaShipWorld cup football
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d