Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Lionel Messi : ফাইনেলত গ’ল দিয়েই বিৰল নজিৰ সৃষ্টি আধুনিক ফুটবল – সম্ৰাটৰ

publisher by publisher
December 20, 2022
in International, News, Sports
Reading Time: 2 mins read
0
Lionel Messi : ফাইনেলত গ’ল দিয়েই বিৰল নজিৰ সৃষ্টি আধুনিক ফুটবল – সম্ৰাটৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ফুটবলৰ ৰাজপুত্ৰৰ ‘উৰন্ত প্রাসাদ’ত কি কি আছে জানেনে?

মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা! 

মেছিৰ আগমনত কলকাতাত সতৰ্কতা বৃদ্ধি, যুৱ ভাৰতীৰ আশে-পাশে যাতায়তৰ পথ সলনি

Lionel Messi :

‘অবিশ্বাস্য যেন অনুভৱ হৈছে। যিটো হ’ল, সেয়া বিশ্বাসেই কৰিব পৰা নাই। বিশ্বকাপ জয়তকৈ আৰু আনন্দৰ মুহুৰ্ত আন একোৱেই নাই। মোৰ হাতৰ ট্ৰফীটো চাওক। কেনে সুন্দৰ লাগিছে!’

ADVERTISEMENT

স্বপ্ন পূৰণৰ নিশা বিশ্বকাপৰ ট্ৰফী হাতত লৈ বিগলিত স্বৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিলে লিয়নেল মেছিয়ে। ড’হাৰ লুজাইল ষ্টেডিয়ামত ফ্রান্সক টাইব্ৰেকাৰৰ জৰিয়তে পৰাস্ত কৰি দেওবাৰে নিশা বিশ্বকাপ জয় কৰে আৰ্জেণ্টিনাই।

সুদীর্ঘ ৩৬ বছৰৰ পাছত আর্জেণ্টিনাই বিশ্বকাপ জয় কৰে। ইয়াৰ লগতে আধুনিক ফুটবলৰ সম্ৰাট মেছিয়েও নিজৰ বিশ্বকাপ জয়ৰ সপোন সার্থক কৰিলে।

এই জয়ৰ পাছতে আবেগিক হৈ পৰা মেছিয়ে সাংবাদিকৰ আগত ট্ৰফীটো প্ৰদৰ্শন কৰি পুনৰ কয়, ‘বিশ্বকাপ জয়ৰ বাবে ব্যাকুল হৈ আছিলো। ঈশ্বৰে হয়তো মোৰ হাততে বিশ্বকাপ চাবলৈ বিচাৰিছিল।

ধাৰণাও হৈছিল যে এইবাৰ আমাৰ হাততে কাপটো উঠিব। আগতে আমি অনেক যন্ত্রণা সহ্য কৰিবলগীয়া হৈছিল। আজি আমাৰ সকলো যন্ত্রণা মাৰ গ’ল।’

ইয়াৰ পূৰ্বে চাৰিবাৰ বিশ্বকাপ খেলিও ট্ৰফী জয়ৰ পৰা তেওঁ বঞ্চিত হৈ আছিল। সেই সপোনে যে তেওঁক খেদি ফুৰিছিল, সেয়াও সাংবাদিকৰ আগত নির্দ্বিধায় স্বীকাৰ কৰিলে আর্জেণ্টিনাৰ অধিনায়কজনে।

তেওঁ কয়, ‘যিকোনো ফুটবলাৰৰ বাবে দেশৰ হৈ বিশ্বকাপ জয় কৰাই একমাত্ৰ সপোন থাকে। যিবোৰ আজি পর্যন্ত অৰ্জন কৰিছো, তাৰ বাবে মই ভাগ্যৱান। একমাত্র বিশ্বকাপটোৱেই মোৰ ঘৰত নাছিল। সেইটোও এইবাৰ আহিল।’ এই ট্ৰফী তেওঁ সমগ্র দেশবাসীৰ হকে উছৰ্গা কৰে।

কাটাৰতে অন্তিম বিশ্বকাপ খেলাৰ কথা আগতেই কৈছিল তেওঁ। এতিয়া মাত্ৰ ট্ৰফী লৈ আর্জেণ্টিনালৈ যাব বিচাৰে মেছিয়ে। তাৰ পাছতহে বাকী কাম কৰিব। তেওঁ কয়, ‘আর্জেণ্টিনালৈ ঘূৰি যোৱাৰ বাবে অপেক্ষা কৰিবলৈকে কষ্ট হৈছে। তেওঁলোকে ট্ৰফীটো চোৱাৰ বাবে কিমান উদ্‌গীৱ হৈ আছে, সেয়া এবাৰ নিজৰ চকুৰে চাব বিচাৰো।

উল্লেখ্য যে দেওবাৰে নিশাৰ ফাইনেলত মেছিয়ে দুটা গ’ল দিয়ে। ফলত কাটাৰ বিশ্বকাপত তেওঁৰ গ’লসংখ্যা হয় সাতটা। অৱশ্যে দেওবাৰে নিশা হেট্ৰিক কৰি মুঠ আঠটা গ’লেৰে সৰ্বাধিক গ’লদাতাৰ ‘গ’ল্ডেন বুট’ অৰ্জন কৰে ফৰাচী তাৰকা কিলিয়ান এমবাপেই।

তথাপি মেছিৰ কৃতিত্ব তেওঁ ম্লান কৰিব নোৱাৰিলে। প্রতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ ‘গ’ল্ডেন বল’ লাভ কৰিলে মেছিয়ে। ইয়াৰ পূৰ্বে মেছিয়ে ২০১৪তো শ্রেষ্ঠ খেলুৱৈৰ সোণালী বল লাভ কৰিছিল।

অৱশ্যে ফাইনেলত পৰাজিত হোৱাৰ বাবে সেইবাৰ সোণালী বল গ্ৰহণ কৰাৰ পৰত তেওঁৰ চকুত চকুলো দেখা হৈছিল ৷ এইবাৰ অৱশ্যে তেওঁ কন্দা নাছিল, বৰঞ্চ সোণৰ বল গ্ৰহণৰ পৰত মহানায়কজনৰ মুখত ফুটি উঠিছিল তৃপ্তিৰ হাঁহি।

দেওবাৰে নিশাৰ ফাইনেলখন মেছি বনাম এমবাপেৰ হ’ব বুলিয়ে ধাৰণা কৰা হৈছিল। ফাইনেলৰ পূৰ্বেই আকর্ষণীয় হৈ উঠিছিল দুই ১০ নম্বৰ জাৰ্ছী পৰিহিতৰ শ্ৰেষ্ঠত্বৰ যুঁজখন। সেয়াই হৈ উঠিছিল খেলখনত। প্রথমার্ধ্বত অৱশ্যে তৰুণ ফুটবল-যুৱৰাজক ম্লান কৰিছিল বৰ্ষীয়ান সম্ৰাটে।

দুর্দান্ত খেলেৰে তেওঁ বুজাই দিলে যে বয়স বাঢ়িলেও খেলৰ তীক্ষ্ণতা কমা নাই। গতি সামান্য কমিলেও ৰক্ষণক ভুৱা দিয়া পাছৰ সংখ্যা কমা নাই। ফাইনেলৰ প্ৰথমার্ধ্ব হৈ উঠিছিল মেছিময়। আক্ৰমণৰ সমান্তৰালকৈ প্ৰয়োজনত তললৈ নামি অহাও দেখা গ’ল তেওঁক।

যথাৰ্থ নেতাৰ দৰেই খেলিছিল মেছিয়ে। নিজে পেনাল্টিৰে গ’ল দিয়াৰ পাছত এঞ্জেল ডি মাৰিয়াৰ দ্বাৰাও এটা গ’ল দিয়ায়। অৱশ্যে দ্বিতীয়াৰ্ধ্বৰ শেষৰ ফালে হঠাৎ নিজৰ ছন্দ ঘূৰাই পালে এমবাপেই।

পেনাল্টিৰ জৰিয়তে প্ৰথমটো গ’ল দিয়াৰ পাছতে তেওঁ যেন ক্ষুধার্ত সিংহত পৰিণত হৈছিল। পৰৱৰ্তী সময়ত আৰু দুটা গ’ল দি হেট্ৰিক অৰ্জন কৰিলেও অৱশ্যে এমবাপেই দলৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে।

তথাপি মেছিৰ প্ৰথম বিশ্বজয়ৰ বাবে যিদৰে কাটাৰ বিশ্বকাপ তেওঁৰ অগণন অনুৰাগীৰ বাবে স্মৰণীয় হৈ থাকিব, সেইদৰে দুই ১০ নম্বৰ জাৰ্ছীধাৰীৰ অসাধাৰণ প্ৰতিদ্বন্দ্বিতাৰ বাবেও এই বিশ্বকাপৰ নাম সোণালী আখৰেৰে লিখা থাকিব।

সর্বাধিক গ’লদাতাত পৰিণত হ’ব নোৱাৰিলেও অৱশ্যে ফাইনেলত গ’ল দি এক বিৰল নজিৰ স্থাপন কৰিলে মেছিয়ে। ফুটবল ইতিহাসত মেছিয়েই প্রথম খেলুৱৈ, যি এখন বিশ্বকাপৰ প্ৰতিটো পর্বতে গ’ল দিলে। গ্রুপ পৰ্যায়ত তেওঁ ছৌদি আৰব আৰু মেক্সিকোৰ বিপক্ষে গ’ল দিয়ে।

ইয়াৰ পাছত প্রি-কোৱাৰ্টাৰ ফাইনেলত অষ্ট্রেলিয়া, কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ড আৰু ছেমিফাইনেলত ক্ৰ’ৱেছিয়াৰ বিপক্ষে তেওঁ গ’ল দিলে। দেওবাৰে নিশাৰ ফাইনেলত তেওঁ দুটা গ’ল দিয়ে।

উল্লেখ্য যে গ্ৰুপৰ তৃতীয় মেচত পোলেণ্ডৰ বিপক্ষে মেছিয়ে এটা পেনাল্টিত গ’ল দিয়াত ব্যর্থ হয়। সেই পেনাল্টি কাৰ্যকৰী কৰিব পৰা হ’লে মেছি পৰিগণিত হ’লহেঁতেন বিশ্বকাপৰ প্ৰতিখন খেলতে গ’ল দিয়া প্রথম ফুটবলাৰত।

দেওবাৰে নিশা দুটা গ’ল দি তেওঁ ব্ৰাজিলৰ কিংবদন্তি ৰোণাল্ডোৰ এক অভিলেখো ভংগ কৰে। বিশ্বকাপ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰতিযোগিতা কোপা আমেৰিকাত মেছিয়ে ব্যক্তিগত গ’লৰ সংখ্যা ২৬টালৈ বৃদ্ধি কৰি নতুন অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৰোণাল্ডোৰ দখলত।

তেওঁ দুই প্রতিযোগিতা মিলাই দিছিল ২৫টা গ’ল। তদুপৰি বিশ্বকাপৰ ইতিহাসত সবাতোকৈ অধিক গ’লত অৱদান আগবঢ়োৱাও অভিলেখো মেছিয়ে সৃষ্টি কৰিলে। মুঠ পাঁচবাৰৰ বিশ্বকাপত মেছিয়ে ১৩টা গ’ল দিছে। লগতে আঠটা গ’ল দিয়াত তেওঁ সতীৰ্থক সহায় কৰিছে। সকলো মিলাই বিশ্বকাপত মুঠ ২১টা গ’লত নিজৰ অৱদান ৰাখিলে মেছিয়ে।

প্রতিযোগিতাৰ মাজভাগতে তেওঁ ভংগ কৰিছিল আর্জেণ্টিনাৰ হৈ বিশ্বকাপত সৰ্বাধিক ১০টা গ’ল দিয়া গেব্রিয়েল বাটিষ্টুটাৰ গ’ল। লক্ষ্যণীয়ভাৱে আগৰ চাৰিবাৰত মেছিৰ ভৰিৰ পৰা আহিছিল ছটা গ’ল। এইবাৰ এখন বিশ্বকাপতে সকলো হেঁপাহ তথা আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ফুটবল ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠসকলৰ শাৰীত নিজৰ নাম লিখালে মেছিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DohaLionel MessiLusail StadiumWorld Cup
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d