Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nagaon: বান – অভূতপূৰ্ব খৰাঙৰ বিড়ম্বনা ,এফালে সোণোৱালী ধাননি আনফালে ছনপৰা পথাৰ

publisher by publisher
November 21, 2022
in News, Assam
Reading Time: 2 mins read
0
Nagaon: বান – অভূতপূৰ্ব খৰাঙৰ বিড়ম্বনা ,এফালে সোণোৱালী ধাননি আনফালে ছনপৰা পথাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Nagaon :

এতিয়া আঘোণ। খেতিয়কৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ সময় সমাগত। পথাৰ সোণগুটিৰে সোণোৱালী হ’বলৈ আৰম্ভ কৰিছে। কেইদিনমান পাছতেই কৃষি প্রধান জিলা নগাঁৱৰ একাংশ কৃষক ৰাইজ ব্যস্ত হৈ পৰিব শালি ধান চপোৱাৰ কামত ৷

ADVERTISEMENT

পথাৰসমূহ কাচিৰ খচ খচ শব্দ আৰু দাৱনীৰ হাঁহিৰে মুখৰিত হৈ পৰিব; কিন্তু সেই দৃশ্যৰ আন এক বিপৰীত দৃশ্য বিৰাজ কৰিব কৃষি প্রধান জিলাখনৰ আন কেতবোৰ অঞ্চলত। তাত শুনা পোৱা নাযাব কাচিৰ খচ খচ শব্দ, দাৱনীৰ হাঁহি। তাত ছনপৰা শালিধানৰ পথাৰলৈ চাই দুৰ্ভগীয়া কৃষক ৰাইজে আঘোণৰ বতৰতো চকুলো ঢৌকাৰ দৃশ্যহে পৰিলক্ষিত হ’ব।

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

131778122 dry cracked soil with yellow rice field concept for droughtমুঠতে কৃষি প্রধান জিলাখনত এইবাৰ আঘোণৰ পথাৰত ভিন্ন দুটা দৃশ্য পৰিলক্ষিত হোৱাটো নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে কৃষিপ্রধান নগাঁও জিলাত মুঠ কৃষি ভূমিৰ পৰিমাণ ১,৫১,৭৪৪ হেক্টৰ। ইয়াৰে ৯৩,২৭৫ হেক্টৰ মাটিত শালিধানৰ খেতি, ৮,৭৬৫ হেক্টৰ মাটিত মৰাপাটৰ খেতি, ২৬,৩৩২ হেক্টৰ মাটিত শাক পাচলিৰ খেতি কৰে জিলাখনৰ কৃষক ৰাইজে।

এইবাৰ জিলাখনত হোৱা তিনিটাকৈ প্রলয়ংকৰী বানত জিলাখনৰ ১৯,০৬৭.১৪ হেক্টৰ শালি ধানৰ পথাৰ আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে ধিং ৰাজহ চক্ৰৰ ৩২ হেক্টৰ, কামপুৰ ৰাজহ চক্ৰৰ ৮৩২০ হেক্টৰ, নগাঁও ৰাজহ চক্ৰৰ ৭২৮ হেক্টৰ, ৰূপহী ৰাজহ চক্ৰৰ পাঁচ হেক্টৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ ১৪৮ হেক্টৰ শালি ধানৰ পথাৰ।

images 1 11জিলাখনত তিনিটাকৈ বানে শালি ধানৰ খেতিসমূহ তচনচ কৰাৰ পাছতো বানাক্ৰান্ত কৃষক ৰাইজে মানসিকভাৱে ভাগি নপৰি পুনৰ শালি ধানৰ খেতি কৰিবলৈ সাজু হৈ আছিল। কিন্তু বানৰ পাছত জিলাখনত আৰম্ভ হয় অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাং। যাৰ ফলত বেয়াকৈ আক্রান্ত হ’বলগীয়া হয় কৃষক ৰাইজ।

চৰকাৰী তথ্য অনুসৰি, জিলাখনত এইবাৰ অভূতপূৰ্ব খৰাং আৰু অনাবৃষ্টিৰ কাৰণে ১১,৯৪১ হেক্টৰ মাটিত শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। এইবাৰ জিলাখনৰ ৪২১ খন গাঁৱৰ ২২,২৮৫ টা কৃষক পৰিয়াল অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাঙৰ কৱলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হয়।

images 2 4ফলত পানীৰ অভাৱৰ বাবেই জিলাখনৰ ১১,৯৪১ হেক্টৰ কৃষিভূমিত এইবাৰ কৃষকে শালিধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। প্রাকৃতিক দুৰ্যোগৰ বাবেই এইবাৰ কৃষি প্রধান জিলাখনৰ হেজাৰ হেজাৰ খেতিয়কে মুঠ শালিধানৰ মাটিৰ তিনি শতাংশ মাটিতেই এইবাৰ শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল। ফলত ই জিলাখনৰ কৃষি অৰ্থনীতিত যে মাধমাৰ শোধাব সেয়া প্রায় নিশ্চিত।

কিয়নো জিলাখনৰ এই দুৰ্ভগীয়া কৃষকসকলৰ অধিকাংশৰেই প্রধান খেতি হৈছে শালি ধানৰ খেতি। উৎপাদিত শালি ধানৰে বছৰটোৰ বাবে চাউল যোগাৰ কৰাৰ উপৰি তেওঁলোকে অতিৰিক্ত ধান বিক্ৰী কৰি যাৱতীয় খৰচ উলিয়ায়। এইবাৰ এই কৃষকসকলে বছৰটোৱেই কিনা চাউলৰ ভাত খাবলৈ বাধ্য হ’ব। যিটো তেওঁলোকৰ বাবে অতি কষ্টসাধ্য হৈ পৰিব বুলি একাংশ ভুক্তভোগী কৃষকে মন্তব্য কৰিছে।

images 20

জিলাখনত বিয়াগোম জলসিঞ্চন বিভাগ আছে যদিও বিভাগটো কৃষক ৰাইজৰ বাবে বগাহাতী হোৱাৰ বিপৰীতে একাংশ বিষয়া-ঠিকাদাৰ আদিৰ বাবে ধন ঘটাৰ আঁহিলাতহে পৰিণত হৈছে। জিলাখনৰ কলিয়াবৰৰ হাতীমূৰাত সংযোজিত কলং-কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনি নামৰ এছিয়া মহাদেশৰ দ্বিতীয় সর্ববৃহৎ জলসিঞ্চন আঁচনি আছে।

এই আঁচনিখনকে ধৰি জিলাখনত বহু কেইখন জলসিঞ্চন আঁচনি আছে যদিও এই আঁচনিসমূহে কৃষিভূমিত প্রয়োজনীয় পানী যোগানত ব্যৰ্থ হৈছে। স্মর্তব্য যে কৃষিপ্রধান জিলা নগাঁও জিলাৰ মুঠ কৃষিভূমিৰ মাত্র ২০ শতাংশ কৃষিভূমিতো এই পর্যন্ত নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা। যাৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ অৱস্থাৰ মাজতো কৃষি প্রধান জিলাখনৰ ৮০ শতাংশ কৃষকেই এতিয়াও কৃষি কাৰ্যৰ বাবে কেৱলমাত্ৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

360 F 117495031 PKYeNF5d1TqZTyJSAE9HZAfNOuvzZY4pবিজ্ঞান-প্ৰযুক্তিৰ যুগতো জিলাখনৰ বিভিন্ন ঠাইত গ্রামাঞ্চলৰ ৰাইজে বৰষুণৰ বাবে ভেকুলী বিয়া পতাৰ দৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ থাকিবলগীয়া হৈছে। চৰকাৰে জিলাখনৰ কৃষক ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয় কৰি নগাঁও জিলাত স্থাপন কৰা জলসিঞ্চন আঁচনিসমূহৰ অধিকাংশই এতিয়া প্ৰহসনতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে।

360 F 545706915 jF8cPDbLFPMD3IdHvIOi78XXYTz8gTWb

চৰকাৰৰ জলসিঞ্চন বিভাগৰ অদক্ষতা, বিভাগীয় বিষয়া- কৰ্মচাৰী আৰু ঠিকাদাৰ আদিৰ দুৰ্নীতিৰাজ মনোভাবৰ বাবেই এই আঁচনিসমূহৰ অধিকাংশই অচল-অকামিলা হৈ পৰিছে। জিলা জলসিঞ্চন বিভাগৰ পৰা জানিব পৰা মতে, জিলাখনত ১৫ খন জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰ ভিতৰত ৫০ খনৰো অধিক জলসিঞ্চন আঁচনিয়েই বিকল হৈ আছে ।

বিকল হোৱা আঁচনিৰ ভিতৰত ১৫ খনৰো অধিক আঁচনি মেৰামতি কৰিব পৰা অৱস্থাত নাই। জলসিঞ্চন বিভাগৰ অকল নগাঁও সংমণ্ডলতেই ৮০ খন জলসিঞ্চন আঁচনি আছে। এই আঁচনিসমূহৰো অধিকাংশ আঁচনি বিকল হৈ থকাৰ লগতে ১০ আঁচনি প্রায় বিধ্বস্ত হৈ পৰিছে। জিলাখনৰ বহুকেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে।

c85d74f6 c09c 42f9 99ec ecf964377917

যাৰ বাবে কৃষক সকলে পানীৰ কাৰণে হাঁহাকাৰ কৰিবলগা হৈছে। জিলাখনৰ কেৱল নগাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ ৮০ শতাংশ কৃষকৰ পথাৰলৈ জলসিঞ্চনৰ আঁচনিৰ পানী বৈ নাযায় যদিও এই সং মণ্ডলটোত বিভিন্ন জলসিঞ্চন আঁচনিৰ নামত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকাৰ অবাধ লুণ্ঠন চলি থকা পৰিলক্ষিত হৈছে। যদিহে জিলাখনৰ  সকলো কৃষি ভূমিত জলসিঞ্চনৰ সুব্যৱস্থা থাকিলহেঁতেন তেতিয়া হ’লে এইবাৰ নগঞা কৃষক ৰাইজে শালি ধানৰ খেতি নকৰাকৈ থাকিব লগীয়া নহ’লহেঁতেন। জিলাখনত আঘোণৰ পথাৰত দুটা ভিন্ন দৃশ্য পৰিলক্ষিত নহ’লহেঁতেন।

image

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGoldenNagaonpaddy field
publisher

publisher

Related Posts

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d