Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dengue cases on rise in Assam: ৰাজ্যত বৃদ্ধি পাইছে ডেংগু সংক্ৰমণ !

publisher by publisher
November 8, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Dengue cases on rise in Assam: ৰাজ্যত বৃদ্ধি পাইছে ডেংগু সংক্ৰমণ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

জাপানী এনকেফেলাইটিছত দেশৰে সর্বাধিক আক্রান্ত তথা মৃত্যু অসমত

Jorhat :যোৰহাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ !

জিলাই জিলাই বৃদ্ধিঃ ১৭৮ আক্রান্ত যোৰহাটত কিশোৰৰ মৃত্যু

Dengue cases on rise in Assam:

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰাল ভাৱে ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা (Dengue cases on rise in Assam) ৷ কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে ।

সম্প্ৰতি প্ৰায় ৪০০ৰো অধিক লোকৰ দেহত পোৱা গৈছে ডেংগুৰ উপস্থিতি। ৰাজ্যখনত ডেংগুত আক্ৰান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগত চিন্তিত কৰি তুলিছে।

ADVERTISEMENT

পাহাৰীয়া জিলাখনত ডেংগুৰ সংক্রমণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে। শেহতয়াকৈ স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্রিয়াই জিলাখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংক্রমণ ৰোধ কৰিবলৈ কিছু নীতি- নির্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সদৰী কৰা তথ্য অনুসৰি পহিলা নৱেম্বৰৰ পৰা সাত নৱেম্বৰলৈ ৰাজ্যত ৪২৭ জন লোক ডেংগুত আক্ৰান্ত হৈছে।

ইয়াৰে ৪০০ জন কাৰ্বি আংলঙৰ, ১১জন গুৱাহাটী মহানগৰীৰ, দুজন নলবাৰীৰ আৰু দুজন চৰাইদেউ, দুজন ডিমাহাছাও , নগাঁও আৰু হোজাইৰ এজন , শোণিতপুৰৰ এজন , তিনিচুকীয়াৰ এজন ওদালগুৰিৰ এজন আৰু কৰিমগঞ্জৰ দুজন লোক সংক্ৰমিত হৈছে।

জানেনে কি এই ডেংগু ভাইৰাছ ?

ডেংগু নামৰ ভাইৰাচজনিত এই ৰোগটো হয় এডিচ এজিপ্টি নামৰ মহ বিধৰ কামোৰৰ বাবে। চাৰি ধৰণৰ ডেংগু ভাইৰাচৰ ভিতৰত যিকোনো এবিধ ভাইৰাচেই অসুখৰ সৃষ্টি কৰিব পাৰে। এবাৰ এই জ্বৰ হ’লে পৰৱৰ্তী সময়ত পুনৰ হোৱাৰ সম্ভাৱনা থাকে।

কিদৰে বিয়পে ?

মানুহ হৈছে ডেংগু ভাইৰাছৰ প্ৰধান আধাৰ। এডিচ এজিপ্টি মহৰ কামোৰত এজনৰ পৰা আনজনলৈ ৰোগৰ সংক্ৰমণ হয়। এই মহৰ বিশেষত্ব হ’ল ইহঁত ঘৰৰ ভিতৰতে থাকে। সেইবাবে সহজে ৰোগ বিয়পি পৰে। এজন ৰোগীক কামুৰি লগে লগে আন এজনক কামুৰিলে মহৰ দেহত ভাইৰাছ প্ৰৱেশ কৰে। তাৰ পাছত মহৰ দেহত ভাইৰাচটোৱে বংশবৃদ্ধি কৰে ।

এই ৰোগৰ লক্ষণ ?

সাধাৰণ ডেংগু জ্বৰ বিশেষকৈ প্ৰাপ্তবয়স্ক সকলৰ মাজত বেছিকৈ হয়। হঠাৎ জ্বৰ উঠে আৰু এই জ্বৰ দ্ৰুতভাৱে ১০৩ ডিগ্ৰী ফাৰেণহাইটৰ পৰা ১০৫ ডিগ্ৰী ফাৰেণহাইটলৈ উঠিব পাৰে। ইয়াৰ লগতে মূৰৰ বিষ আৰু চকুৰ ভিতৰফালে বিষ হোৱা দেখা যায়। তাৰোপৰি গা-হাত ভৰিত অসহ্য বিষ হয়। যাৰ বাবে ডেংগুৰ আন এটা নাম হাড়ভঙা জ্বৰ বহু সময়ত আঠুৰ বিষ আৰু গাত ৰঙা গুটি উঠে। জ্বৰৰ লগে লগে পেটৰ বিষ আৰু বমি হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HIGHEST DENGUE CASESjapanese encephalitisRise in AssamVaccine
publisher

publisher

Related Posts

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 29, 2026
শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে
Assam

শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

September 29, 2026
এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d