Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Modi : নতুন দিল্লীৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ অন্তিম দিনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী

অসমীয়াতে লাচিতৰ পৰাক্ৰমক প্ৰসংশা

publisher by publisher
November 25, 2022
in India, Assam, News
Reading Time: 2 mins read
0
PM Modi : নতুন দিল্লীৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ অন্তিম দিনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী
1
SHARES
14
VIEWS
ShareShareShareShare

PM Modi :

নতুন দিল্লীত বুধবাৰৰ পৰা তিনিদিনীকৈ আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে বর্ণাঢ্য কাৰ্যসূচীৰ আজি বিজ্ঞান ভৱনৰ অন্তিম দিনাৰ মুল কাৰ্যসৃচীৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

ADVERTISEMENT

ৰাজ্যৰ ৰাজ্যপাল অধ্যাপক প্ৰফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ স’তে মহাবীৰ গৰাকীৰ আয়োজন স্থলীতে অনুষ্ঠিত হোৱা বিশেষ প্ৰদৰ্শনী পৰিদৰ্শন কৰি মন্ত্ৰমুগ্ধ হৈ পৰে প্ৰধানমন্ত্ৰী গৰাকী ৷ইয়াৰ পিছতে মহাবীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি মুল সভাত ভাগ লয় মোদীয়ে ৷

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

WhatsApp Image 2022 11 25 at 14.39.16

দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ভাষণত উল্লেখ কৰে যে লাচিত বৰফুকনৰ দৰে বীৰ যদি সেই সময়ত নাথাকিলেহেঁতেন, তেন্তে আজি উত্তৰ-পূব হয়তো ভাৰতৰ অংগ নহ’লহেঁতেন। বৰফুকনৰ প্ৰচেষ্টাই অকল অসম বা উত্তৰ-পূবকেই নহয় দক্ষিণ এছিয়াক ধৰ্মীয় আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰমৰ উপকাৰিতা গোটই ভাৰতত, সংস্কৃতিত আৰু সভ্যতাত আছে।

লগতে তেওঁ কয় যে যি জাতিৰ দেশৰ গৌৰৱময় ইতিহাসক লৈ উপলব্ধি নাথাকে, সেই জাতিয়ে নিজৰ ভৱিষ্যত্‍ কেতিয়াও সোণালী কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমীয়াতে লাচিতৰ পৰাক্ৰমৰ ভূয়সী প্ৰশংসা কৰে ৷ বীৰপুৰুষ লাচিত বৰফুকন গৰিমা উত্তৰ-পূবৰ পৰা দেশ তথা বিশ্ব দৰবাৰলৈ প্ৰচাৰ-প্ৰসাৰৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

FiZbRWCaYAA658g

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সাম্প্ৰতিক সময়ত দেশে নিজৰ সংস্কৃতিৰ ঐতিহাসিক বীৰ-বীৰাংগনাসকলক সগৌৰৱেৰে স্মৰণ কৰি আহিছে। মা ভাৰতীৰ লাচিতৰ দৰে অমৰ সন্তান আমাৰ বাবে প্ৰেৰণা। আজি ভাৰতে ঔপনিৱেশিক মানসিকতা ত্যাগ কৰি নিজৰ ঐতিহ্যৰ বাবে গৌৰৱ কৰে। ভাৰতে কেৱল সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন কৰাই নহয়, ইতিহাসৰ বীৰসকলকো গৌৰৱেৰে স্মৰণ কৰি আহিছে।

‘আমাক কোনোবাই যদি তৰোৱালৰে দমন কৰিব বিচাৰে, আমাৰ চিৰন্তন পৰিচয় সলনি কৰিব বিচাৰে, তেন্তে আমিও ইয়াৰ উত্তৰ দিব জানো। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি ইয়াৰ সাক্ষী। বীৰ লাচিতে দেখুওৱা সাহস আছিল মাতৃভূমিৰ প্ৰতি থকা অগাধ প্ৰেম। অসমৰ জনসাধাৰণে আক্ৰমণকাৰীৰ মুখামুখি হৈ কেইবাবাৰো পৰাস্ত কৰিছিল। মোগলে গুৱাহাটী দখল কৰিছিল, কিন্তু লাচিত বৰফুকনৰ দৰে বীৰে অত্যাচাৰীৰৰ পৰা মুক্ত কৰিছিল। শৰাইঘাটত লাচিত বৰফুকনে প্ৰদৰ্শন কৰা বীৰত্বই মাতৃভূমিৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম প্ৰতিফলিত কৰে। লাচিত বৰফুকনৰ বীৰত্ব আৰু নিৰ্ভীকতাই হৈছে অসমৰ পৰিচয়’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ সুদীৰ্ঘ ভাষণত আৰু কয় যে দেশে স্বতন্ত্ৰ লাভ কৰাৰ পিছতো আমাক সেই একেই ইতিহাস পঢ়োৱা হৈছিল, যিটো দাসত্বৰ সময়ৰ আছিল। স্বাধীনতাৰ পিছত দাসত্বৰ এজেণ্ডা সলনি কৰাৰ প্ৰয়োজন আছিল যদিও সেয়া নহ’ল। ভাৰতৰ ইতিহাস কেৱল গোলামীৰ ইতিহাস নহয়, ই যোদ্ধাৰ ইতিহাস। ভাৰতৰ ইতিহাস বিজয়, বীৰত্ব, ত্যাগৰ আৰু মহান পৰম্পৰাৰ। তেওঁলোকৰ জীৱনে আমাক দেশৰ কথা চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে।

মহাবীৰ গৰাকীয়ে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নমনীয় ভূমিকা লোৱাৰ বাবে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে এই কথাই এইটোৱে প্ৰমাণ কৰে যে দেশতকৈ কোনো সম্পৰ্ক কেতিয়াও ডাঙৰ নহয়।

প্ৰধানমন্ত্ৰীয়ে কয় আজিৰ ভাৰতে ‘ৰাষ্ট্ৰ প্ৰথম’ৰ আদৰ্শৰে আগবাঢ়িছে। ইতিহাসৰ প্ৰতি আমাৰ দৃষ্টিভংগী মাত্ৰ কেইটামান দশকত সীমাবদ্ধ নকৰাটো আমাৰ দায়িত্ব। লাচিতৰ বীৰত্বৰ কোনো গুৰুত্ব নাই নেকি? ইতিহাসৰ সন্দৰ্ভত, আগতে যিবোৰ ভুল হৈছিল, এতিয়া দেশে সেইবোৰ শুধৰণি কৰি আছে। ব্যক্তিগত স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ লাচিতৰ জীৱনে আমাক অনুপ্ৰাণিত কৰে।

অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আঁত ধৰা সভাখনিত ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণ প্ৰসংগত কয়,বীৰ লাচিত বৰফুকন এজন ৰাষ্ট্ৰীয় বীৰ৷মোগলৰ আগ্ৰাসনৰ পৰা অখণ্ড অসমক উদ্ধাৰৰ বাবে আহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷তাৰ চানেকি নৰীয়া দেহাৰে যুদ্ধক্ষেত্ৰত জপিয়াই মহা পৰাক্ৰমী মোগল সেনাপতি ৰামসিংহ বাহিনীক পৰাভূত কৰিছিল ৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক চেলেং চাদৰ, হেংদাং আৰু গামোচাৰে আদৰণি জনায়। মুখ্যমন্ত্ৰীয়ে আদৰণী ভাষণত বীৰ লাচিত বৰফুকনৰ গৌৰৱ গাথাৰ বৰ্ণনা কৰাৰ লগতে উত্তৰ-পূব ভাৰতত ইছলামী শাসকৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই বিজয় সাব্যস্ত নকৰিলে আজি ম্যানমাৰকে ধৰি উত্তৰ-পূবৰ সাংস্কৃতিক নক্সাই সলনি হৈ পৰিলেহেঁতেন।

Truly grateful to Adarniya PM Shri @narendramodi ji for his inspiring words at the valedictory function of #400YearsOfLachitBarphukan in New Delhi.

Also congratulate the people of Assam & heartfelt gratitude to everyone for their support to the successful year-long celebration. pic.twitter.com/AiFqXPvgFH

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 25, 2022

লাচিত জয়ন্তী উপলক্ষে মুকলি কৰা প’ৰ্টেলত এতিয়ালৈ ৩৮ লাখ লোকে লাচিতৰ বিষয়ে ৰচনা লিখাৰ কথা প্ৰকাশ কৰি কয় যে লাচিত বৰফুকনে দ্বিতীয়বাৰৰ বাবে বৃহত্তৰ অসমীয়া সমাজক একত্ৰিত কৰিছে। এই সভাতে মুখ্যমন্ত্ৰীয়ে দেৰগাঁওস্থিত অসম আৰক্ষী একাডেমীখন লাচিত বৰফুকনৰ নামত উত্‍সৰ্গা কৰাৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে ইয়াৰ লগতে ৰাষ্ট্ৰীয় পুলিচ একাডেমী হায়দৰাবাদত বীৰ লাচিতৰ নামত এক স্মাৰক ভৱন নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণৰ বিষয়ে জনায়।

WhatsApp Image 2022 11 25 at 14.39.15

সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে লাচিত দিৱসৰ তাৎপৰ্য সন্দৰ্ভত উল্লেখ কৰি কয়,জাতীয় বীৰ লাচিত বৰফুকনৰ দেশ প্ৰেম,জাতীয় প্ৰেম সকলোৱে আদৰ্শ ৰূপে গ্ৰহণ কৰিব লাগে ৷অসম চৰকাৰে মহাবীৰ গৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ অনাৰ বাবে শলাগ লৈছো ৷

উচ্চতম ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী,অসম বিধাসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা সহ কেইবা গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaLachit BarphukanNarendra Modi
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d