Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

    Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

    Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

    AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক

    Guwahati High Court:আজি মুক্তি নহয় ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home India

Election : চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দিল্লী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল

publisher by publisher
November 27, 2022
in India, News
Reading Time: 1 min read
0
Election : চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দিল্লী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল
1
SHARES
7
VIEWS
ShareShareShareShare

Election :

দিল্লীক জাকতজিলিকা কৰি বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ জনতাক সোণোৱালে আহ্বান জনায়

ADVERTISEMENT

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে অহা চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নতুন দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে আজি চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

RelatedPosts

Guwahati Press Club Election: তিনি জুনত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন

Union Minister Sarbanandra Sonowal:একত্ৰিত স্বাস্থ্য গৱেষণাৰ প্ৰচাৰ আৰু সহযোগিতাৰ বাবে আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

NOPRUF Protest In Delhi : পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ দাবীত জন্তৰ মন্তৰত NOPRUF ত সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ

13c3782f 2164 40ea bcfa 99e83b13a654প্ৰচাৰ সভাত সোণোৱালে জনগণক উদ্দেশ্যি কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ ভাৰতবৰ্ষক এক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত দিল্লীৰ জনতাই অগ্রণী ভূমিকা পালন কৰিব লাগিব। মোদী ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰৰ সদিচ্ছাপূৰ্ণ নেতৃত্বত সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন হৈছে আৰু বিভিন্ন কল্যাণকামী পদক্ষেপে সকলোৰে জীৱন ধাৰণৰ মান উন্নত কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ দিনতে এতিয়া ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হৈছে।”

তদুপৰি মোদী চৰকাৰৰ দূৰদৰ্শী চিন্তা আৰু দেশৰ প্ৰতি থকা উৎসর্গিত মনোভাৱে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাকো ত্বৰান্বিত কৰা বুলি সোণোৱালে উল্লেখ কৰে।

দেশৰ ৰাজধানী চহৰ দিল্লীক জাকতজিলিকা কৰি সৰ্বাংগসুন্দৰভাৱে গঢ়ি তুলিবলৈ বিকাশ আৰু প্ৰগতিৰ বাটেৰে প্রধানমন্ত্ৰীৰ পথ-প্ৰদৰ্শন তথা ইতিবাচক দৃষ্টিভংগীৰ ওপৰত বিশ্বাস ৰাখি দিল্লীবাসীক আগন্তুক পৌৰ নিগম নিৰ্বাচনৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ সোণোৱালে আহ্বান জনায়।

420b76a6 46c8 42ab b427 bb897aa9b4fe

প্রধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে বিশ্বৰ এখন আগশাৰীৰ দেশ হিচাপে প্রতিষ্ঠা হ’বলৈ পুর্ণোদ্যমে আগবাঢ়িছে আৰু এইক্ষেত্ৰত বিজেপিয়ে ভাৰতৰ চহৰসমূহৰ উন্নয়নক প্রাধান্য দি আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত উজ্বলাই তোলাৰ পণ লৈছে বুলিও সোণোৱালে মন্তব্য কৰে। দিল্লীক বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে উজলাই তোলাৰ বাবে বিজেপি চৰকাৰে আগন্তুক দিনতো বিভিন্ন প্রচেষ্টা হাতত ল’ব বুলি সোণোৱালে কয়।

ৰাজধানী চহৰখনত ব্যাপকভাৱে বৃদ্ধি পোৱা প্ৰদূষণ, সুৰা কেলেংকাৰী, বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱৰা আদিয়ে কেজৰিৱাল চৰকাৰৰ ব্যৰ্থতাকেই প্রতিফলিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

আনহাতে মোদী চৰকাৰে দিল্লীক উন্নয়নৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে নতুন নতুন প্ৰচেষ্টা হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰক যমুনা নদী পৰিষ্কাৰৰ বাবে কেইবা কোটি টকা প্ৰদান কৰিছিল। ইয়াৰোপৰি স্বাস্থ্য সেৱা, শিক্ষা আদিকে ধৰি বিভিন্ন খণ্ডৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত বৃহৎ ৰাশিৰ ধন মুকলি কৰি দিল্লী চৰকাৰক প্ৰদান কৰা হৈছে বুলিও সোণোৱালে উল্লেখ কৰে।

966e140e 1114 43b8 bffd 893b5b7511abতদুপৰি সোণোৱালে বিগত সময়ছোৱাত দিল্লী বিজেপি পৌৰ নিগমে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ সন্দৰ্ভতো
আলোকপাত কৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: DELHIElectionSarbananda Sonowal
publisher

publisher

Related Posts

kokrajhar :ওড়িশাৰ দৰে অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে’ল !
Assam

June 3, 2023
Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক
India

Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক

June 3, 2023
Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !
India

Manipur:অশান্ত মণিপুৰ ,ক্ৰমাৎ শান্তিৰ দিশে !

June 2, 2023
Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !
Assam

Tezpur:প্ৰচণ্ড গৰমে দহিছে ৰাজ্য !

June 2, 2023
Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি
Assam

Financial Assistance Of AEC Alumni: জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনাত আহত ডি আই পিকআপ ভানৰ তিনি আঘাত প্ৰাপ্তৰ কাষত প্ৰাক্তন এ ই চিৰ ছাত্ৰ- ফেকাল্টি

June 2, 2023
Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !
Assam

Maligaon Fly Over Fire:মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা গেটত অঘটন !

June 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: