Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰত ভ্ৰমণত জাপানৰ প্রধানমন্ত্ৰী, মোদীৰ স’তে বৈঠকত বহিল কিশিদা

publisher by publisher
March 19, 2022
in India, News
Reading Time: 1 min read
0
ভাৰত ভ্ৰমণত জাপানৰ প্রধানমন্ত্ৰী, মোদীৰ স’তে বৈঠকত বহিল কিশিদা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

Dibrugarh: ডিব্ৰুগড় মনোহাৰী চাহ বাগিচাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জাপানৰ জলসীমাত চিনা জাহাজ আটক: তাইৱানক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা তীব্ৰ

ভাৰত ভ্ৰমণৰ বাবে আহিছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদা । ভাৰত-জাপানৰ চতুৰ্দশ বাৰ্ষিক সন্মিলন উপলক্ষে দুদিনীয়া ভ্ৰমণকালত তেওঁক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োখন দেশৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক নানা বিষয়ৰ ওপৰত আলোচনা হ’ব।

ADVERTISEMENT

যোৱা বৃহস্পতিবাৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কিছিদাৰ ভাৰত ভ্ৰমণৰ বিষয়ে জনাইছিল। তেওঁ নিজৰ বিবৃতিত জানিছিল যে ১৯ আৰু ২০ মাৰ্চত ভাৰতত থাকিব জাপানৰ প্ৰধানমন্ত্ৰী। এইবাৰে প্ৰথম প্ৰধানমন্ত্ৰী হিচাবে তেওঁৰ স’তে মোদীৰ সাক্ষাৎ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

ইয়াৰ আগতে চাৰিবাৰ মোদীৰ স’তে সাক্ষাৎ হৈছিল কিশিদা ।অৱশ্য সেই সময়ত তেওঁ জাপানৰ বৈদেশিক মন্ত্ৰী আছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

ইয়াৰ পূৰ্বে ২০১৯ চনৰ ডিচেম্বৰত তেতিয়াৰ জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবে ভাৰত ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু সেই সময়ত নাগৰিকত্ব আইনক লৈ হোৱা আন্দোলনৰ বাবে এই ভ্ৰমণ বাতিল কৰা হয়।

দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ ৭০ তম বাৰ্ষিকীত এই ভ্ৰমণক লৈ যথেষ্ট প্ৰত্যাশা আছে। সূত্ৰ অনুসৰি, এই ভ্ৰমণকালত জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেশখনত দুই কোটি ৫০ লাখ ডলাৰ ঋণ বা চাৰি কোটি ২০লাখ ডলাৰৰ পাঁচ বছৰীয়া পৰিকল্পনা ঘোষণা কৰিব পাৰে।

২০২১ চনৰ অক্টোবৰত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল কিশিদা । সেই সময়ত মোদীয়ে তেওঁক ফোন কৰি শুভেচ্ছা জনাইছিল । অনাগত দিনত দুয়োগৰাকী নেতাই অৰ্থনৈতিক আৰু কূটনৈতিক দিশত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আলোচনা তৈয়াৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। অৱশেষত মুখামুখি হ’ব তেওঁলোক ।

14th India-Japan Annual Summit to be held on March 19. At invitation of PM Modi, Japanese PM Fumio Kishida will be undertaking official visit to New Delhi from Mar 19 to 20. Briefing media @MEAIndia spokesperson says this will be first meeting of these two leaders. pic.twitter.com/uSxc5peCar

— All India Radio News (@airnewsalerts) March 17, 2022

২০১৪ চনত জাপান ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । যোৱা কেইবছৰমানত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বিভিন্ন ক্ষেত্ৰত উন্নত হৈছে। এই বছৰৰ সন্মিলন আৰু কিশিদাৰ স’তে মোদীৰ বৈঠকৰ পাছত, সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fumio KishidaJapanNaredra Modi
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d